Office of Jagadish Bhuyan Profile Banner
Office of Jagadish Bhuyan Profile
Office of Jagadish Bhuyan

@OfficeOfJB

Followers
1,133
Following
48
Media
354
Statuses
1,296

Office of the General Secretary, @jatiyaparishad . Former Minister, Govt. of Assam. RTs & likes are neither my views nor endorsements.

Assam, India
Joined March 2023
Don't wanna be here? Send us removal request.
Explore trending content on Musk Viewer
Pinned Tweet
@OfficeOfJB
Office of Jagadish Bhuyan
2 months
॥তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা ॥ ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে কালি পালে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ কালি নিশা মোৰ এখন যুঁজ সমাপ্ত হ’ল । এইখন যুঁজত আমি চাগে' আংশিকভাৱে জয়ী হলো, কাৰণ ভাৰত চৰকাৰে ক্ষতিপূৰণ
Tweet media one
Tweet media two
Tweet media three
Tweet media four
25
43
242
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
সাংবাদিক @atanubhuyan ৰ এটা পষ্টৰ পৰা জানিব পাৰিলো যে, জোনমনি ৰাভাৰ ৰহস্যজনক দূৰ্ঘটনাৰ সাক্ষী প্ৰনৱ দাসক আৰক্ষীয়ে অপৰাধীৰ দৰে আচৰণ কৰিছে ! তেওঁক কালিৰে পৰাই গা ধুবলৈ দিয়া নাই, মজিয়াত শুবলৈ দিয়া হৈছে ! এয়াই অসম পুলিচৰ মানসিকতা আৰু মডেল। এই মানসিকতাৰে অসম পুলিচ কেতিয়াও
9
13
212
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
ভাল লাগিল বাবেই দিলো ।
Tweet media one
12
6
186
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
Today held a detailed discussion with @tipra_official chief and a brave warrior fighting for the rights of the indigenous people of #Tripura Shri @PradyotManikya in Guwahati. We discussed various issues of the indigenous people of the #NorthEastRegion . Thank you Pradyut ji
Tweet media one
Tweet media two
Tweet media three
Tweet media four
6
11
188
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
শদিয়ালৈ গৈ আছো। মোৰ আশা আৰু আবেগ সংপৃক্ত হৈ থকা মোৰ সপোনৰ ড০ভূপেন হাজৰিকা সেতুত কেইটামান মূহূৰ্তৰ বাবে ঠিয় দি এৰি অহা স্মৃতি বোৰক এবাৰ সোঁৱৰণ কৰিলো। মনত পৰিল,২০০৩ চনৰ পৰা দিল্লীত এই দলং খনৰ বাবে মই যুঁজি থকাৰ স্মৃতি বোৰ,সেই সময়ত শদিয়ালৈ অহা যোৱা কৰাৰ যন্ত্ৰণা বোৰ আৰু বহুতো !
Tweet media one
6
4
185
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আজি আমাৰ দলৰ উপ সভাপতি শ্রীচমচেৰ সিংৰ লগত India Master Chef ত দক্ষতাৰে শীৰ্ষ স্থান দখল কৰা শ্রী নয়ন জ্যোতি শইকীয়াৰ বাসভৱনলৈ গৈ তেওঁক আৰু পৰিয়ালক অভিনন্দন জনালো।পানীতোলাৰ গোবিন্দপুৰৰ দৰে ভিতৰুৱা ঠাইৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মানৰ অধিকাৰী হ’ব পৰাতো নিশ্চয় গৌৰৱৰ বিষয়।
Tweet media one
3
5
155
@OfficeOfJB
Office of Jagadish Bhuyan
8 months
“কা” সংসদত গৃহীত হোৱাৰ লগে লগে মই “কা”ৰ প্ৰতিবাদত চৰকাৰী পদবী ত্যাগ কৰিলো। কিছুদিন “কা” বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰাৰ পিছত ক'ভিড আহিল, আন্দোলন স্তিমিত হ’ল। লকডাউনৰ মাজত মই দুবাৰমান আছুৰ সেই সময়ৰ সভাপতি দীপাংকৰ নাথক ফোন কৰি জানিব বিচাৰিছিলো যে কি ভাৱিছে; কাৰণ লতাশিল ফিল্ডত
13
11
153
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এয়া কামৰূপ(মহানগৰ)জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা দিয়া জাতিগত প্ৰমানপত্ৰৰ নমুনা 👇 গুৱাহাটী উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰমান পত্ৰ বেঙ্গলী ভাষাত ! ⁦ @himantabiswa ⁩ ⁦ @saikia_kula
Tweet media one
43
23
149
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অৱশেষত দক্ষিন ভাৰত বিজেপি মুক্ত হ’ল । আমাৰ দেশৰ গনতন্ত্ৰ সুৰক্ষাৰ বাবে শক্তিশালী বিৰোধী ৰাজনৈতিক দলৰ প্ৰয়োজন সদায় থাকিব। কিন্তু,গনতন্ত্ৰৰ অন্যতম প্ৰধান আধাৰ বিৰোধী ৰাজনৈতিক দল সমূহক নি:শেষ কৰি বিজেপিয়ে বিৰোধী দল মুক্ত ভাৰত গঢ়াৰ বাবে আৰম্ভ কৰা অগনতান্ত্ৰিক প্ৰক্ৰিয়া গ্ৰহণ
11
10
141
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
কিছু চৰকাৰী খবৰ ভিতৰৰ পৰা আমালৈও বাগৰি আহে। আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনা সম্পূৰ্ণ সন্দেহৰ আৱৰ্তত ! এটা কথা বুজা নাই, সতীৰ্থ আৰক্ষী বিষয়া এগৰাকীৰ মৃত্যুৰ পিচতেই সেই গৰাকী বিষয়াৰ ঘৰত আৰক্ষীৰ তালাচী ! কথাতো বৰ সৰল যেন নালাগিল, অন্য কিবা ৰহস্য নাথাকিলে নিজৰ সতীৰ্থৰ
13
10
145
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
শ্বাহৰুখ খানৰ #Jawan চালো। এখন বিনোদন ধৰ্মী চিনেমা । চিনেমাখনে আমাৰ দেশৰ শাসন ব্যৱস্থাৰ বিষয়ে বহু সত্য কৈ গ’ল। কৃষকৰ প্ৰতি হৈ থকা অন্যায়, কৃষকৰ মুৰত ঋণৰ বোজা আনহাতে নীৰৱ মোদী, বিজয় মাল্যৰ দৰে দুৰ্ণীতিগ্ৰস্থ পূঁজিপতি সকলক হাজাৰ হাজাৰ কোটিৰ ঋণ ৰেহাই, EVM ঘোটালা, ভাৰতীয় সেনাৰ
8
13
141
@OfficeOfJB
Office of Jagadish Bhuyan
7 months
ধন্যবাদ ⁦ @AkhilGogoiAG ⁩ ডাঙৰীয়া।
Tweet media one
1
7
142
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আজি কালি ছাত্ৰ ছাত্ৰীৰ বাবে PRC এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে। এইমাত্ৰ এজনে ফোন কৰিলে তেওৰ পৰিয়ালৰ ছাত্ৰ এজনে তেজপুৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ বাবে কালিলৈ PRC জমা দিব লাগে। সকলো Formalities সম্পূৰ্ণ কৰা হ’ল। তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ পৰা Issue হোৱা নাই, ছাত্ৰ জন বৰ
18
9
143
@OfficeOfJB
Office of Jagadish Bhuyan
7 months
আজি ডিব্ৰুগড়ত আমাৰ দলৰ সভাপতি ⁦ @lurinjtgogoi ⁩ ৰ নেতৃত্বত “কা” বিৰোধী পদযাত্ৰাৰ কিয়দাংশ ।
7
13
140
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
I believed the possibility of Sun rising from west were more than this happening. Just imagine what is going on. Feel the WAVE coming!
18
22
134
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এজন যুৱকে মোৰ ফেচবুক পেজত লিখা এটা টোকা সকলোৰে বাবে দিলো। স্নাতকোত্তৰ সমাপ্ত কৰি ৪ৰ্থ শ্রেনীৰ পদৰ বাবে আবেদন কৰিব লগা পৰিস্থিতিয়ে সেই সকলৰ জীৱনৰ সপোন বোৰ নি:শেষ কৰি দিয়ে ! আনফালে,দশম আৰু দ্বাদশ উত্তীৰ্ণ সকলে কি কৰিব? @himantabiswa ⁩ ডাঙৰীয়া আচনি নহয়,উপাৰ্জনৰ পথ দিয়ক।
Tweet media one
6
15
130
@OfficeOfJB
Office of Jagadish Bhuyan
5 months
মোৰ ‘মা’ৰ বিয়োগত সামাজিক মাধ্যম যোগে যি সকল সদাশয় লোকে দুখৰ সমভাগী হৈছে,তেখেত সকললৈ হৃদয়ৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনালো।ব্যক্তিগত ভাবে সকলোকে কৃতজ্ঞতা জনাব নোৱাৰাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী 🙏 ‘মা’ এটা শব্দ নহয়,এক অনুভৱ,এক বিশাল পৃথিবী, পোহৰৰ উৎস, সাহসৰ আধাৰ, জীৱনৰ পূৰ্ণতা।
21
3
128
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আমাৰ জাতীয় বীৰ লাচিত বৰফুকনক বিজেপিয়ে হিন্দু বীৰ বনাই হে এৰিব যেন পাওঁ! লাচিত বৰফুকন কেতিয়াও হিন্দু বীৰ নাছিল, লাচিত বৰফুকন সৰ্বকালৰ বাবে অসমীয়া জাতীয় বীৰ। লাচিত বৰফুকনে অসম আৰু অসমীয়াক ৰক্ষা কৰিবলৈ মোগলৰ গোলাম হিন্দু ৰজা ৰাম সিংহৰ লগতহে যুঁজ কৰিছিল।
Tweet media one
14
12
121
@OfficeOfJB
Office of Jagadish Bhuyan
9 months
পুৱা এজন প্ৰতিবেশীয়ে মোক সুধিলে, আপুনি ২২ তাৰিখে পদুলিত চাকি জ্বলাবনে ? মই সুধিলো, কিয় জ্বলাব লাগে ? তেখেতে ক’লে,অযোধ্যাত ৰাম মন্দিৰ মুকলি হ’ব যে, সেই কাৰণে ! মই কলো, নজ্বলাওঁ৷ এইবাৰ তেখেতে মোক সুধিলে, কিয় , আপুনি হিন্দু নহয় নেকি ? মই ক’লো: ১)মই গৰ্বিত সনাতনী হিন্দু আৰু মই
20
17
124
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
শ্বপিং মল সমূহত মদ বিক্ৰীৰ অনুমতি আৰু মদৰ দোকানত মদৰ চকলেট বিক্ৰীৰ অনুমতি দিয়াতো ভাল হৈছেনে @himantabiswa ডাঙৰীয়া ? ইমানলৈ কিয় গ’ল , এই দুয়োটা সিদ্ধান্তই আমাৰ উঠি অহা প্ৰজন্মক ক্ষতি নকৰিব নে ? ৰাজহ আহৰণৰ বাবে ইমান নিকৃষ্ট পথ লোৱাতকৈ আপুনি হেলিকপ্তাৰত ঘুৰা কমাই দিয়ক, ভিন্ন
5
9
120
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
বৰফৰ শুভ্ৰ দলিচাৰে ঢাকি থোৱা কেদাৰনাথৰ সেউজীয়া পাহাৰ বোৰ ! মোৰ ছোৱালীয়ে বহু বছৰৰ আগৰ পৰাই কেদাৰনাথ ধামলৈ যাবলৈ মন কৰি আছিল।মই যাব পৰা নাছিলো। অৱশেষত তাই লগৰ ছোৱালী কেইগৰাকী মানৰ লগতেই কেদাৰনাথলৈ গ’ল।কালি মন্দিৰ দৰ্শন কৰি মোলৈ পঠোৱা কেইখন মান ফটো,ভাল লাগিল বাবে ইয়াত দিলো ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
2
116
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
দেশৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত AIIMS , APL ৰ নতুন প্ৰকল্পকে ধৰি বহু কেইটা প্ৰকল্প উদ্বোধন কৰিলে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰী সোনোৱাল গুৱাহাটীৰ নিজ বাসগৃহত থাকিও প্ৰধানমন্ত্ৰীৰ লগত নাই।প্ৰধানমন্ত্ৰী আহিলে সেই ৰাজ্যত থকা কেন্দ্ৰীয় মন্ত্ৰীয়ে আদৰিব লাগে,লগত থাকিব লাগে,এয়াই পৰম্পৰা
10
3
113
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
নিৰ্বিকাৰ অন্ধ ধৃতৰাষ্ট্ৰৰ সমুখত কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ ॥ ফলশ্রুতিত কৌৰৱৰ বিনাশ। এইবাৰ মণিপুৰৰ ৰাজপথত পুনৰ আধুনিক দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ’ল! কৌৰৱ সদৃশ বিজেপি আৰু অন্ধ ধৃতৰাষ্ট্ৰ সদৃশ মোদীৰ একেই পৰিণতি সমাগত ! বুৰঞ্জীৰ পুনৰাবৃত্তি হ’ব ! অপেক্ষা কৰক॥
Tweet media one
4
14
112
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আজি সমগ্ৰ দক্ষিন ভাৰত বিজেপি মুক্ত হোৱাৰ পথত। দক্ষিন ভাৰতৰ শেষ খন ৰাজ্য বিজেপিৰ হাতৰ পৰা যোৱাৰ পথত।এই ফলাফলে আমাৰ দেশত গনতন্ত্ৰ সুৰক্ষিত কৰাৰ লগতে ফেচিষ্ট শাসনৰ অৱসান হোৱাৰ পথ মুকলি কৰিলে। বিৰোধী মুক্ত ভাৰত গঢ়িবলৈ চেষ্টা কৰোতো দেখুন দক্ষিন ভাৰত হে বিজেপি মুক্ত হ’বলৈ গৈ আছে !
Tweet media one
2
5
109
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
WhatsApp ৰ সৌজন্যত :-
Tweet media one
2
8
105
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
The simple fact that a secret official letter meant for an Hn'ble Governor fell into the hands of the public & was torn into pieces reveals the utter incompetence of the #Manipur CM @NBirenSingh . Him occupying the CM's post even for a moment is unacceptable. @narendramodi
Tweet media one
8
25
100
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এয়া পশ্চিমবংগৰ বেংগলী জাতীয়তাবাদ, আমি সম্পূৰ্ণ সমৰ্থন কৰো। পশ্চিমবংগত চৰকাৰী চাকৰি পাবলৈ বাংলা ভাষা জানিবই লাগিব,এই বক্তব্য ভুল নহয়। অসমতো একে ধৰণৰ অসমীয়া জাতীয়তাবাদক সকলোৱে সমৰ্থন জনাব লাগে।
Tweet media one
8
15
105
@OfficeOfJB
Office of Jagadish Bhuyan
6 months
Tweet media one
9
7
104
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
বিজেপিৰ প্ৰচাৰ আৰু বক্তব্য দেখিলে এনেকুৱা লাগে, সমগ্ৰ দেশতেই যেন বিজেপি চৰকাৰ হে চলি আছে,বিজেপি যেন অপ্ৰতিৰোধ্য কিন্তু হয় জানো ? যোৱা ৫ বছৰত হোৱা নিৰ্বাচন সমূহত বিজেপি ক’ত ক’ত হাৰিছিল,এবাৰ মনত পেলাওক - বিহাৰ,ছত্তিশগড়, হিমাচল প্ৰদেশ,মধ্যপ্ৰদেশ,মহাৰাষ্ট্ৰ,
7
9
102
@OfficeOfJB
Office of Jagadish Bhuyan
2 years
এই ভিডিঅত মুখ্যমন্ত্ৰীয়ে কোৱা কথা খিনি এবাৰ শুনক আৰু ভাবক ! মোৰ মন্তব্য নিস্প্ৰয়োজন !
7
11
101
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আজি ঐতিহাসিক ১৬ মে’ ! আজিৰ পৰা ৮ বছৰ পূৰ্বৰ আজিৰ দিনটোতেই অসমৰ পৰা সকলো বাংলাদেশীয়ে ��ালি টোপোলা বান্ধি যাব লগা প্ৰতিশ্রুতি আছিল, এই প্ৰতিশ্রুতি সাধাৰণ মানুহে দিয়া নাছিল, দিছিল স্বয়ং আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এক সম্ভাৱনাপূৰ্ণ প্ৰতিশ্রুতিৰ অকাল মৃত্যুত
13
6
100
@OfficeOfJB
Office of Jagadish Bhuyan
9 months
লুৰীণ, কান্ধত কান্ধ মিলাই সংকট পূৰ্ণ পথত তিনিবছৰ যাত্ৰা কৰি তোমাৰ জাতীয় দায়বদ্ধতা,দৃঢ়তা আৰু সাহস দেখিলো। বহু মন্ত্ৰী বিধায়ক বহু নেতা সময়ৰ বুকুত হেৰাই গ’ল। আপোচবিহীনতাৰে তুমি সময়ৰ বুকুত আৰু জাতিৰ হৃদয়ত সদায় জীয়াই থাকিবা,তোমাৰ ওপজা দিনত হৃদয়ৰ শুভকামনাৰে তাকেই কামনা কৰিলো
Tweet media one
4
2
100
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অসমত যেতিয়াই কোনো জাতীয় সমস্যাই জনতাৰ মাজত ক্ষোভৰ সৃষ্টি কৰে আৰু চৰকাৰ খন বিব্ৰত হয়, তেতিয়াই মুখ্যমন্ত্ৰীয়ে আজমল আজমল খেলখন আৰম্ভ কৰে, মুখ্যমন্ত্ৰী আৰু আজমল এই দুয়োজনে অদ্ভুত কথা কিছুমান ৰাজহুৱা ভাবে প্ৰকাশ কৰে,যাতে মানুহৰ দৃষ্টি মূল বিষয়ৰ পৰা আতৰি যায় আৰু এই দৰেই আজমল
7
11
100
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এবাৰ শুনক ! প্ৰশ্ন :- যি সময়ত দেশৰ ৰাষ্ট্ৰপতি মুছলমান আছিল, প্ৰধানমন্ত্ৰী শিখ আছিল সেই সময়ত আমাৰ দেশত হিন্দু ধৰ্ম সংকটত নাছিল কিন্তু যেতিয়া দেশৰ ৰাষ্ট্ৰপতি হিন্দু, প্ৰধানমন্ত্ৰী হিন্দু সেই সময়ত আমাৰ দেশত হিন্দু ধৰ্মৰ সংকট কিয় হ’ল ? উত্তৰ :- আমাৰ দেশত হিন্দু ধৰ্মৰ সংকট হোৱা
@KirtiAzaad
Kirti Azad
1 year
इस छोटे से बच्चे से कुछ सीख लो मेरे अंध भक्त भाइयों।
299
2K
8K
4
9
98
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
তিনিজন ঠিকাদাৰক ৮,৭৯৮ কোটি টকাৰ ঠিকা ! এই তিনিজনকেই সমগ্ৰ লোকনিৰ্মান বিভাগটো লীজত দিয়া হৈছে। লোকনিৰ্মান বিভাগৰ সকলো সৰু আৰু মধ্যমীয়া ঠিকাদাৰক হিমন্ত বিশ্ব শৰ্মাই ভাতে মাৰিলে। প্ৰকৃততে এই তিনিজনো উপ ঠিকাদাৰ হে, এই তিনিজনৰো আৰৰ প্ৰধান ঠিকাদাৰ এজন আছে ! “চবকা মালিক এক হ্যেই”
Tweet media one
4
13
100
@OfficeOfJB
Office of Jagadish Bhuyan
7 months
অৱশেষত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা সকলে নিজৰ গাদী ৰক্ষাৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দিল্লীৰ পদলেহন কৰি কৰি অসমীয়াৰ ভাষা, কৃষ্টি, ৰাজনৈতিক অধিকাৰ আৰু অস্তিত্বৰ ভেটিত শেষ গজালটো মাৰিলে। নিজৰ মাতৃভূমিক ইমান অন্যায় কি দৰে কৰিব পাৰে ! বিবেকে আমনি নকৰেনে ? নিজৰ
4
11
97
@OfficeOfJB
Office of Jagadish Bhuyan
7 months
“১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমে উদাৰতা দেখুৱাই যিমান মানুহ ৰাখিব পাৰে, ৰাখিলে। অসমৰ আৰু Capacity নাই৷ গতিকে ১৯৭১ চনৰ পিছৰ এজনো বিদেশী আমি ৰাখিব নোৱাৰিম” এই স্থিতি আছিল অসমৰ মুখ্যমন্ত্ৰীৰ তেখেতে নিজৰ স্থিতি এৰিলে,অসমৰ ৰাইজে নেৰিলে,পাৰ্থক্য ইমানেই ! অসমৰ “কা” বিৰোধী ৰাইজৰ ভুল ক’ত ?
4
27
97
@OfficeOfJB
Office of Jagadish Bhuyan
9 months
ৰাতিপুৱাই পুৰণি কাগজ এখন দেখিলো। ২০০৩ চনৰ কথা,মই বিৰোধী পক্ষৰ বিধায়ক আৰু সৰ্বানন্দ সোণোৱালো মোৰ একে দলৰে সতীৰ্থ বিধায়ক। এদিনৰ কথা, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি অসমীয়া মানুহক ভাষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ৰক্ষা কৱচ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই সংকল্প প্ৰস্তাৱ
Tweet media one
5
15
96
@OfficeOfJB
Office of Jagadish Bhuyan
2 years
Welcome to the #Twitter account of my office. As you all are aware that my personal handle @jbhutan65 was hacked and inspite of repeated requests to @TwitterSupport and @elonmusk it has still not been restored I will be communicating from here. ~ JB
3
11
94
@OfficeOfJB
Office of Jagadish Bhuyan
6 months
এনেকুৱা হিতাধিকাৰীৰ প্ৰ-পত্ৰ সমগ্ৰ অসমতে ⁦⁦ @BJP4Assam ⁩ ৰ কৰ্মীয়ে বিলাই ফুৰিছে ।এয়া নিৰ্বাচনী বিধি উলংঘন। ডাঙৰীয়া সকল, অলপ নিয়ম কানুন বোৰ মানি চলক, সংবিধানৰ সন্মান ৰাখক। আমি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক এই বিষয়ে অভিযোগ কৰিছো।
Tweet media one
Tweet media two
13
14
94
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংঘাল, আৰু এই সকলৰ অনুগত এচাম সাংবাদিক আৰু এচাম তথাকথিত ৰজাঘৰীয়া চিন্তাবিদে ক’বলৈ আৰম্ভ কৰিছে যে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বিৰোধ কৰা সকল বিশ্বাসঘাতক আৰু এই বিশ্বা��যোগ্য সকলৰ যুক্তি হ’ল যে, NRC নহ’ল, অসম চুক্তিৰ ৬ নং দফা নহ’ল গতিকে
7
8
93
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
After long 30 years of being in national politics and 23 years of being in Indian National Congress, @himantabiswa realised only today that INDIA is a colonial name??? Then, the honourable CM of Assam should really be grateful to the opposition for giving him this knowledge and
5
6
92
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
মঙলদৈৰ অস্ত্ৰ প্ৰশিক্ষণ অধ্যায় - ১) মঙলদৈৰ জনৈক অভিজিৎ ঘোষে ৰাষ্ট্ৰীয় বজৰং দলৰ নামত যোগ শিবিৰৰ বাবে বিদ্যালয়ৰ অনুমতি লৈছিল। ২) জিলা প্ৰশাসনৰ পৰা ২৪তম কাৰ্গিল দিৱস উপলক্ষে এটা শোভাযাত্ৰাৰ অনুমতি লৈছিল। ৩) কিন্তু উক্ত শিবিৰত অস্ত্ৰ প্ৰশিক্ষণ হ’ল।কথাতো জানিব পাৰি বিদ্যালয়ৰ
2
8
93
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
#Manipur is burning, yet it seems you are more interested in narrating #KeralaStories in the #Karanataka elections. Honorable PM @narendramodi 'ji, the indigenous population of #Tripura and #Assam are on the brink of losing their land and their identity. Right-wing trolls are
3
17
93
@OfficeOfJB
Office of Jagadish Bhuyan
6 months
ক্ষন্তেক পূৰ্বে নাহৰকটীয়া সমষ্টিত অসম জাতীয় পৰিষদৰ চাৰিগৰাকী সদস্যৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে৷ টিংখাং থানাৰ অন্তৰ্গত ন-চাউদাং গাঁৱৰ আদিত্য গগৈৰ ঘৰৰ বাৰাণ্ডাৰ চালি, পৱন বৰাৰ চাহ বাগিচাৰ পাত থোৱা ঘৰৰ লগতে‌ একেখন গাঁৱৰে প্ৰবীণ গগৈ আৰু‌ যাদৱ বড়াৰ বাসগৃহত দুৰ্বৃত্তই
11
13
91
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
It is heartbreaking to see our #wrestlers sitting on the streets seeking justice and the govt. staying silent thereby protecting sexual predators and known offenders. These wrestlers are our pride & glory. Every #Indian should be repulsed & stand with them. #IStandWithWrestlers
Tweet media one
Tweet media two
3
13
91
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এয়া আমাৰ মুখ্যমন্ত্ৰী ⁦ @himantabiswa ⁩ ডাঙৰীয়াৰ নিৰ্বাচনী ভাষণ 👇 আমাৰ মুখ্যমন্ত্ৰী কিন্তু বহুমুখী প্ৰতিভাৰ গৰাকী! ভিন্ন সময় ভিন্ন মত !
3
11
92
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
ৰবি শৰ্মাৰ অভিনীত “শ্ৰী ৰঘুপতি”ৰ Official Trailer । ক্ষন্তেক চাওক, বিশ্বাস কৰিবলৈ টান হ’ব যে এই খন অসমীয়া চিনেমা ! অসমীয়া চিনেমা যে এইটো পৰ্যায়ত নিৰ্মান কৰিব পাৰি ৰঘুপতিয়ে বুজাই দিলে। এক কথাত কবলৈ হ’লে - Mind blowing!
2
7
92
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এজনে সুধিলে, অসমৰ সকলোতকৈ ডাঙৰ শ্বপিংমল ক’ত আছে ? আন এজনে উত্তৰ দিলে, বাজপেয়ী ভৱনত ॥ যিটো শ্বপিং মলত টকা দিলেই চাকৰি পোৱা যায়, টকা দিলেই ঠিকা ঠুকুলি পোৱা যায় তেনেকুৱা শ্বপিং মল বোধহয় পৃথিবীতেই নাই। আৰু এতিয়া এই গেৰুৱা শ্বপিং মলক সুৰক্ষা দিবলৈ শিল্পীও নামি পৰিছে।
2
12
92
@OfficeOfJB
Office of Jagadish Bhuyan
2 years
মোগলৰ বুৰঞ্জী আতৰাব লোৱা বিষয়ত মই দুদিন পূৰ্বে দিয়া মতামত এটাৰ ওপৰত দুই এজনে বেজাৰ পাইছে,মোৰ পৰা জানিব বিচাৰিছে,মোৰ মোগলৰ প্ৰতি ইমান দৰদ কিয় ? মোৰ উত্তৰ - আৰ্চিত নিজৰ প্ৰতিচ্ছবি চাবলৈ সাহস নকৰা মানুহে বুৰঞ্জী মচিবলৈ প্ৰয়াস কৰে। মোগলক আমি কোনেও দেখা নাই, বুৰজ্ঞীৰ পৰাহে জানিছো।
18
8
91
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আমাৰ ঘৰলৈ অহা পথ এইটো। নিশা দিয়া এজাক বৰষুণৰ ফলশ্রুতি এয়া ! দীৰ্ঘদিন মেৰামতিৰ নামত বেষ্টনি নোহোৱাকৈ খান্দি থোৱা নলা,নৰ্দমা আৰু পথ সমূহৰ পৰিণতি । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত য’তে ত’তে পদুম ফুলোৱাৰ আশাত বিজেপিক ভোট দিয়া ৰাইজে নিশ্চয় গৌৰৱ অনুভৱ কৰিব পাৰিব।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
10
11
86
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
জীয়াই থাকিবৰ বাবে খাব লগা সকলো বস্তুৰ দাম বাঢ়িল, জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা দৰৱৰ দামো বাঢ়িল, ৰন্ধন গেছৰ দাম বাঢ়িল, পেট্ৰল, ডিজেলৰো বাঢ়িল মাটিৰ খাজানা বাঢ়িল, ট্ৰেড লাইচেঞ্চৰ ফীজ বাঢ়িল, বিদ্যুতৰ বিল বাঢ়িল, সকলো কৰ কাটল বাঢ়িল, গুৱাহাটীত মাটিৰ চৰকাৰী দামো বাঢ়িল॥
1
6
89
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
ধন্যবাদ জিতুমনি বৰা, আপোনালোকৰ দৰে কেইজন মান সংবাদ কৰ্মী আছে বাবেই সংবাদ মাধ্যমৰ ওপৰত আমাৰ অকনমান আস্থা এতিয়াও জীয়াই আছে। কিছুসংখ্যক সংবাদ কৰ্মীক দেখিলে , সাংবাদিকেই নে চৰকাৰৰ মুখপাত্ৰ ধৰাই টান ।
4
3
90
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
মোৰ মবাইলত এটা পষ্ট আহিল, মই হাত লগোৱা নাই আৰু মোৰ মতামতো দিয়া নাই, কেৱল হুবহু Share কৰিলো। উত্তৰ আপোনালোকৰ হাতত ! সৌজন্য :- হোৱাটচএপ “জৰুৰীকালীন অৱস্থাৰ বিষয়ে জ্ঞাত হৈও, অসম আন্দোলনৰ সময়ত কংগ্ৰেছ (ই) চৰকাৰৰ হত্যালীলাৰ বিষয়ে জ্ঞাত হৈও, 'ইন্দিৰা গান্ধী,সোনিয়া গান্ধী, ৰাহুল
4
5
88
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অসমীয়া আৰু অসমৰ খিলঞ্জীয়াক ৰাজনৈতিক ভাবে নি:শেষ কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংঘাল সকলে গ্ৰহণ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে আমাৰ দলৰ তৰফৰ পৰা আজি মহামান্য উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিলো। এতিয়া মহামান্য
5
7
88
@OfficeOfJB
Office of Jagadish Bhuyan
2 years
নামৰূপ #APL ৰ ৫০০ টন মিথানল উৎপাদনৰ নতুন প্ৰকল্প সম্পূৰ্ণ হ’ল আৰু ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। মই APLৰ অধ্যক্ষ হৈ থাকোতেই আধাৰশিলা স্থাপন আৰু প্ৰায় ৮০% কাম সম্পূৰ্ণ হোৱা এই প্ৰকল্প মোৰ অন্যতম সপোন আছিল।সপোন সফল হোৱাৰ এক অনাবিল আনন্দ আছে। APL ৰ সকলোকে অভিনন্দন জনালো।
4
7
87
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এইবাৰ বিহাৰ, উত্তৰপ্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা অহা শিক্ষকে অসমৰ ছাত্ৰ ছাত্ৰীক অ,আ, ক,খ শিকাব। প্ৰথমিক শিক্ষকৰ চাকৰি কেইটাও অসমৰ নিবনুৱাৰ মুখৰ পৰা কাঢ়ি নিয়াৰ বাবে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই কি ভয়াবহ ষড়যন্ত্ৰ কৰিছে !
Tweet media one
14
17
86
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অমৃত কলহ কি বস্তু ? দেশ বিক্ৰী কৰা আৰু লুণ্ঠন কৰা সম্পূৰ্ণ হ’ল সেয়েহে এতিয়া অমৃত বৃক্ষ , অমৃত কলহ আদি চলি আছে। সমস্যাৰে জৰ্জৰিত আমাৰ দেশত সকলো কাম বাদ দি বিষয়া, কৰ্মচাৰী, মন্ত্ৰী, বিধায়ক আদি সকলো ব্যস্ত অমৃত মন্থনত । আজিৰ পৃথিবীত এইবোৰ অপ্ৰয়োজনীয় কামত শক্তি, অৰ্থ আৰু মানব
7
6
85
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অসমৰ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবৰ বাবে অহৰহ হেঁচা প্ৰয়োগ কৰি থাকোতেই সংবাদ গৈ ৰাষ্ট্ৰীয় পৰ্যায় পালেগৈ৷ আমাৰ ককা-আইতাসকলে কৈছিল, “দূৰ্জনৰ একাল, সজ্জনৰ সৰ্বতিকাল৷” আমি পাহৰি যাব নালাগে যে কোনো ক্ষমতা স্থায়ী নহয়, কিন্তু কৰ্ম স্থায়ী; সু-কৰ্মই হওক বা কুকৰ্মই হওক৷ একালৰ
1
4
86
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
বিজেপি সাংসদ পল্লব লোচন দাসে যোৱা ২২ মাৰ্চ ২০২৩ তাৰিখে সদনত কৰা এটা প্ৰশ্নৰ উত্তৰ চাওক। উদ্যোগমন্ত্ৰীয়ে নিজৰ উত্তৰৰ লগত দিয়া ৰাজসাহাৰ্যৰ হিতাধিকাৰীৰ তালিকা চালেই সকলো বুজি পাব । এই তালিকাৰ Infrastructure for Agri-processing clusters scheme শিতানৰ ৭ নং হিতাধিকাৰী জন চাওক, কোন !
Tweet media one
Tweet media two
Tweet media three
2
6
86
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
বিজেপিয়ে নিৰ্মান কৰা দূৰ্ণীতিৰ শ্বপিংমলত চলি থকা নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আমাৰ দলৰ মতামত ;
Tweet media one
3
9
87
@OfficeOfJB
Office of Jagadish Bhuyan
6 months
ৰাইজৰ অফুৰন্ত চেনেহ আৰু শুভাশীষ লৈ আজি ডিব্ৰুগড় লোকসভাৰ বাবে বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী আমাৰ দলৰ সভাপতি ⁦ @lurinjtgogoi ⁩ ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিলে। ৰাইজৰ অভূতপূৰ্ব সহাৰিয়ে আমাৰ এই ৰাজনৈতিক সং��্ৰামক এক নতুন মাত্ৰা প্ৰদান কৰিলে। ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ 🙏
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
8
84
@OfficeOfJB
Office of Jagadish Bhuyan
6 months
ডিব্ৰুগড় লোকসভা সমষ্টিৰ ১০ বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত সভা সমূহ কৰোতে মহিলা সকলক মই কৰা প্ৰশ্ন আৰু মহিলা সকলৰ উত্তৰ - প্ৰশ্ন : অমৃত বৃক্ষৰ নামত শিপা নথকা ডাল ৰুই ১০ হাজাৰ টকা কোনে কোনে পালে ? উত্তৰ : সমস্বৰে- কোনেও পোৱা নাই । প্ৰশ্ন : অমৃত কলহৰ নামত ৰ’দ বৰষুণে মাটিৰ কলহ
11
7
84
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
ৰবি শৰ্মা অভিনীত “শ্রী ৰঘুপতি”ৰ প্ৰিমিয়াৰ চালো । অসমীয়া চিনেমাৰ এটা নতুন ধাৰা আৰম্ভ হ’ল। কাহিনী,অভিনয়,চাউণ্ড,কেমেৰা,পৰিচালনা সকলো ভাল হৈছে। অতি উন্নত মানদণ্ডৰ এখন চিনেমা। অসমীয়া চিনেমাৰ এই মানদণ্ডই নিশ্চিত ভাবে অসমীয়া চিনেমাক এক নতুন মাত্ৰা দিব। ৰঘুপতিৰ সফলতা কামনা কৰিলো।
Tweet media one
5
4
82
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
মোগলৰ বুৰঞ্জী আতৰোৱা বিষয়ক মোৰ মতামতৰ বাবে মোৰ টাইম লাইনত ভাইৰাচৰ আক্ৰমন বাঢ়িল, ভাইৰাচ চফা কৰাৰ প্ৰয়োজন হৈছে। আমাৰ দেশ আক্ৰমন কৰা সকলৰ প্ৰতি আমাৰ দৰদ নাই বৰঞ্চ বিদ্বেষ আছে, সেয়া মুছলমান মোগলেই হওক, মোগলৰ গোলাম হিন্দু ৰজা ৰাম সিংহই হওক বা খৃষ্টিয়ান ইংৰাজেই হওক।
13
8
83
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অসম জাতীয় পৰিষদ এটা দায়িত্বশীল আঞ্চলিক ৰাজনৈতিক দল।আমাৰ দলে ভাৰতৰ সংবিধান আৰু সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰক সন্মান কৰে আৰু সদায় মত প্ৰকাশৰ স্বাধীনতাক সন্মান জনাই আহিছে। জনসাধাৰণৰ স্বাৰ্থত কৰা প্ৰতিটো চিন্তাক দলে যথাযথ গুৰুত্ব প্ৰদান কৰে আৰু ইয়াৰ বিষয়বস্তু পৰীক্ষা কৰি
4
8
82
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
মতামত নিদিওঁ,সম্পূৰ্ণ ফলাফলৰ বাবে অপেক্ষা কৰিলো। কিন্তু,বিজেপিয়ে কৰ্ণাটকৰ নিৰ্বাচন খেলিলে মোদীৰ নামত নিউজ চেনেল সমূহে নিৰন্তৰ কেৱল মোদীক দেখুৱালে কিন্তু আজি ফলাফলৰ দিনা সেই বোৰ চেনেলে টিভি স্ক্ৰীণত মোদীৰ সলনি নাড্ডাক দেখুৱাই আছে, সেইটোহে নুবুজিলো? মানে হাৰিলে নাড্ডা,জিকিলে মোদী?
Tweet media one
4
5
80
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
নিৰ্মান সম্পূৰ্ণ হৈ মুক্তিৰ বাবে সাজু হৈ থকা ৰবি শৰ্মাৰ কাহিনী আৰু অভিনীত চিনেমা “শ্রী ৰঘুপতিৰ” Trailer আজি মুকলি কৰে। চিনেমা খন মুক্তিৰ প্ৰাক ক্ষণৰ এই শুভ আৰম্ভনি মোৰ দ্বাৰাই কৰাৰ বাবে ৰবি আৰু ৰঘুপতি পৰিয়ালৰ সকলোকে ধন্যবাদ জনাই চিনেমা খনৰ পূৰ্ণ সফলতা কামনা কৰিলো।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
2
80
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
পবিত্ৰ বিদ্যা মন্দিৰত যদি বজৰং দলে মুকলি ভাবে অস্ত্ৰৰ প্ৰশিক্ষণ ল’ব পাৰে, জাতীয় সুৰক্ষাৰ স্বাৰ্থত অসম জাতীয় পৰিষদেও একে ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে নেকি ? ⁦ @DGPAssamPolice
Tweet media one
6
8
76
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
নিযুক্তিৰ মহামেলাৰ পাৰ্শ্বক্ৰিয়া : ৰাষ্ট্ৰীয় ঘাইপথৰ বিড়ম্বনা : আনন্দ আৰু বিষাদৰ Fusion. বন্ধু এজনে ৰেকৰ্ড কৰি মোলৈ পঠাইছিল, নেদেখা সকলৰ বাবে দিলো।
4
6
78
@OfficeOfJB
Office of Jagadish Bhuyan
5 months
হোৱাটচএপৰ যোগে বন্ধু এজনে মোলৈ পঠোৱা পষ্ট এটা, মোৰ ভাল লাগিল ।Courtesy: WhatsApp A boy failed in History even after studying for 12 hours everyday. The father doubted how the child failed. So the father went to the school and checked the answer sheets : Q.- When did India get
4
12
78
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
২০১৪ চন - আচ্ছে দিন/ বিদেশৰ ক’লা ধন/ মেহেংগায়ী ২০১৯ - পুলৱামা কাণ্ড/ ভাৰত - পাকিস্তান ২০২৪ - যিহেতু কেৱল বিফলতা, সেয়েহে - কৰিব লগা এটাই সহজ কাম আছে - হিন্দু / মুছলমান যোৱা কিছুদিনত দেশত আৰু অসমত সংঘটিত হোৱা ঘটনাৱলীৰ পৰা বুজা যায় যে, এই দিশত এটা শক্তিয়ে অতি পৰিকল্পিত
1
4
78
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
INDIA জন্মৰ লগে লগেই আৰম্ভ হোৱা বিজেপি দলৰ প্ৰতিক্ৰিয়াৰ প্ৰাবল্য, প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপি দল আৰু চৰকাৰৰ সকলো পৰ্যায়ত INDIA ক অসন্মান কৰাৰ ধৃষ্টতা, তাতোধিক, সকলো সীমা ৰেখা লংঘন কৰি INDIA ৰ লগত এটা সন্ত্ৰাসবাদী সংগঠন আৰু বৃটিছৰ East India Company ৰ তুলনা কৰাৰ
2
7
77
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বিহুৰ নমুনা চাওক👇 বিহুৰ এই অপভ্ৰংশ পদৰ্শন কৰা হৈছে বিশ্বৰ সমুখত নতুন দিল্লীৰ G 20 শীৰ্ষ সন্মিলনত ! জাতি মাটি ভেটিৰ পিছত বিজেপি নামৰ দলটেৱে এইবাৰ অসমীয়াৰ সংস্কৃতি খাবলৈ লৈছে। জাতিক কৰা এই অপমানৰ দায়িত্ব ⁦⁦ @sarbanandsonwal ⁩ ডাঙৰীয়াই ল’ব নে ?
10
6
77
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
ক্ষন্তেক সময়ৰ পূৰ্বে গুৱাহাটীতেই সতীৰ্থ এজনৰ পিতৃৰ বিয়োগৰ খবৰ ল’বলৈ গৈছিলো। তেওঁলোকৰ ঘৰৰ বাৰান্দাৰ পৰা দেখা গুৱাহাটীৰ একাংশ বৰ ভাল লাগিল, মবাইলতে ধৰি ৰাখিলো।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
5
1
75
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অৱশেষত জোনমনি ৰাভাৰ মাতৃয়ে জখলাবন্ধাত এজাহাৰ দিলে । এতিয়া দেখা যাওক,স্মাৰ্ট পুলিচে কি কৰে ? ভৱিষ্যতৰ সমাজ খনৰ স্বাৰ্থত,আইনৰ শাসন জীয়াই ৰখাৰ স্বাৰ্থত,এই অন্যায় সমূহত সকলোৱে চকু ৰখা ভাল।আমিও চকু ৰাখিম। ৰাজনৈতিক অন্যায়, কু-শাসন আদিৰ কুফল এদিন সকলোৱে ভোগ কৰিব, সকলো সাবধান হওক।
Tweet media one
Tweet media two
5
5
78
@OfficeOfJB
Office of Jagadish Bhuyan
5 months
অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো ছাৰ আৰু নাই। এজন আজন্ম শিক্ষক,আজন্ম জাতীয়তাবাদী আৰু অতি সহজ সৰল বড়ো ছাৰৰ লগত একেখন মন্ত্ৰীসভাত আছিলো বাবেই ছাৰক অতি ঘনিষ্ঠ ভাবে লগ পাইছিলো। যোগাত্মক চিন্তাৰে পৰিপূৰ্ণ বড়ো ছাৰৰ বিদেহ আত্মাৰ শান্তি কৰি ঈশ্বৰক প্ৰাৰ্থনা জনালো। 🙏
Tweet media one
5
2
77
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
চিৰাং জিলাত #এক_অসম_যাত্ৰা-ৰ আজি ৩য় দিনা আমি চহৰৰ পৰা গাঁৱলৈ গ’লো। মহাজাতিৰ মহামিলনৰ বাবে আমি কৰা মহাযাত্ৰাত কেইবাখনো গাৱঁৰ জনসাৰণে আমাক অফুৰন্ত চেনেহেৰে আদৰিলে। আমি সেই ঠাই সমূহৰ জনতাক হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো জনসাধাৰণৰ স্বতঃস্ফুৰ্ত সঁহাৰিয়ে আমাক নতুন গতি প্ৰদান কৰিছে।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
6
76
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
এফালৰ পৰা আমাৰ অসমখনক গোগ্ৰাসে গিলি আছে ! সচেতন সমাজ মানে চিভিল চ’চাইটিয়ে চাই আছে। ৫ হাজাৰ ঘোচ খাই গ্ৰেপ্তাৰ হ’লে আনন্দ পোৱা সচেতন মহল কিন্তু সকলোকে বৃদ্ধাংগুষ্ঠ দেখুৱাই অসম খন লুটি-পুতি খোৱা সকলৰ ক্ষেত্ৰত মৌন ! ৰাজনৈতিক মানুহ মানেই বেয়া বুলি ধৰি ললো, গতিকে এই বেয়া মানুহ বোৰক
3
7
75
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
বোকাখাত, গোলাঘাট হৈ একাদশ দিনত আমাৰ #এক_অসম_যাত্ৰাই যোৰহাট পালেহি। আজ�� বোকাখাত আৰু গোলাঘাটত ৰাইজৰ পৰা পোৱা অভূতপূৰ্ব সহাৰিত আমি অভিভূত। আমাক বিভাজন নহয়, ঐক্য লাগে। বিনাশ নহয়, বিকাশ লাগে ॥
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
4
74
@OfficeOfJB
Office of Jagadish Bhuyan
9 months
ৰাজ্যখনৰ প্ৰধান বিৰোধী দলৰ সভাপতি ⁦ @BhupenKBorah ⁩ ডাঙৰীয়াক আক্ৰমন কৰা কাৰ্য সকলো গনতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী। লক্ষ্মণৰেখা সকলোৰে বাবে থাকে। কেৱল ক্ষমতাই অন্ধ কৰিলেহে লক্ষ্মণৰেখা ডাল সোনকালে ধৰিব নোৱাৰি । বিনাশ কালে বিপৰীত বুদ্ধি ॥
Tweet media one
6
5
75
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
যেতিয়াই আমাৰ দেশত বা ৰাজ্যখনত বিভিন্ন মৌলিক সমস্যা সমাধানত শাসক দল বিফল হয় আৰু বিব্ৰত হয় তেতিয়াই মূল বিষয় সমূহৰ পৰা জনসাধাৰণৰ দৃষ্টি আতৰাবৰ বাবে শাসক দলে কিছুমান সংবেদনশীল বিষয়ত বিতৰ্কৰ সৃষ্টি কৰে। এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী অতি পাকৈত, সেই জাল সমূহত বহুতে নজনাকৈয়েই ভৰি
10
6
74
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
মোৰ জীৱনৰ এতিয়ালৈকে সকলোতকৈ ডাঙৰ সপোনটোৱেই আছিল এই দলং খন #DrBhupenHazarikaSetu . এই দলং খনৰ বাবে বহুত যুঁজিব লগা হৈছিল,অবশেষত দলং হ’ল। কালি এই দলংখনৰ ওপৰেৰে যেতিয়া মোৰ হাজাৰ হাজাৰ সতীৰ্থ একেলগে নতুন সূৰ্যোদয়ৰ সন্ধানত শদিয়ালৈ আগবাঢ়িছিল,এক অনাবিল আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছিলো।
1
2
72
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
প্ৰাগ ডিজিটেলৰ সাংবাদিক জিতুমনি বৰাক কোনো এটা বাতৰিৰ বাবে আৰক্ষীয়ে জেৰা কৰি আছে।অতি দূৰ্ভাগ্যজনক! কিবা যদি ভুল বাতৰি দিছিল,সংশ্লিষ্ট পক্ষই অস্বীকাৰ কৰিব পাৰে,এয়া নতুন কথা নহয়। ইমান সংবেদনশীল চৰকাৰ খনে আজমলৰ ক্ষেত্ৰত কিন্তু সকলো সংবেদনশীলতা তলা মাৰি থৈ দিয়ে।সাত খুন মাফ, ধিক!
Tweet media one
Tweet media two
5
5
73
@OfficeOfJB
Office of Jagadish Bhuyan
10 months
পুনৰ “কা” প্ৰসংগ ; আমাৰ স্পষ্ট মত - “কা আমি নামানো” ১) অসমে ইতিমধ্যেই ১৯৭১ চনৰ ২৫ মাৰ্চলৈ বিদেশীৰ বোজা গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত অসমীয়া মানুহৰ অস্তিত্বৰ সংকট হ’ব বুলিয়েই সাংবিধানিক সুৰক্ষা দিম বুলিও প্ৰতাৰণা কৰা হ’ল । ২) ধৰ্মৰ নামত বিদেশীৰ চিনাক্তকৰণ মানি লোৱা নহ’ব। ১৯৭১ চনৰ
5
11
74
@OfficeOfJB
Office of Jagadish Bhuyan
2 years
আচ্ছে দিন মানে কি, উদাহৰণ সহ আজিহে বুজি পালো ! আচ্ছে দিনৰ অৰ্থ ইমান সৰল ভাবে বুজাই দিয়াৰ বাবে মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনালো।
Tweet media one
2
10
74
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আজি কোকৰাঝাৰৰ “এক অসম যাত্ৰা” কাৰ্যসূচীত জনসাধাৰণৰ পৰা পোৱা সঁহাৰিৰ বাবে আমি কৃতজ্ঞ 🙏 আমি আপোনালোকৰ বিশ্বাস কেতিয়াও হেৰাই যাবলৈ নিদিওঁ।
Tweet media one
3
6
74
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
মোৰ ছোৱালীয়ে ক্ষন্তেক পূৰ্বে হৰিদ্বাৰত মবাইলেৰে উঠাই মোলৈ পঠোৱা সূৰ্যাস্তৰ ফটো। ভাল লাগিল। মহাদেৱ শিৱৰ প্ৰতি মোৰ এক বিশেষ দূৰ্বলতা আছে।
Tweet media one
2
0
71
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
“সেউজী ধৰণী ধুনীয়া” মোৰ ভাল লাগিল বাবেই মবাইল ফোনতেই আবদ্ধ কৰি Share কৰিলো।
Tweet media one
0
1
70
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
কবি নীলিম কুমাৰৰ এটা কবিতা পঢ়িলো, বৰ ভাল লাগিল ॥ আপোনালোকৰ বাবেও দিলো ॥ “সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে” যিয়ে নাজানে তাৰ পেটৰ জোখ নাজানে কিমান লাগে তাক খাদ্য ! সৰ্বভুক সেই জন্তুটো তাৰ নাম কি ? …….. এবাৰ পঢ়ক চোন -
Tweet media one
1
7
69
@OfficeOfJB
Office of Jagadish Bhuyan
8 months
আজি পুৱা ৫.৩০ বজাতেই মই আৰু @lurinjtgogoi গুৱাহাটী ৰেল ষ্টেচন পালো। অসম জাতীয় পৰিষদে ৰঙিয়া,হাজো আৰু শুৱালকুচিৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছিল। উক্ত প্ৰতিযোগীতাত পুৰস্কাৰ প্ৰাপ্ত ৮০ গৰাকী ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সহ মুঠ ১৭০ জনক দলৰ
Tweet media one
1
2
71
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
গুৱাহাটীৰ মাজ মজিয়াত পৰিত্যক্ত অৱস্থাত থকা ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ সৌন্দৰ্য বৰ্দ্ধন কৰি আজিৰ অৱস্থালৈ আনিবৰ বাবে ১৯৯৮ চনত গ্ৰহণ কৰা চৰকাৰী আচনিয়েই আছিল মন্ত্ৰী হিচাপে মোৰ প্ৰথম আচনি সেয়েহে ইয়াত মোৰো এক আবেগ জড়িত হৈ আছে। দীঘলী পুখুৰী লীজত দিছে নেকি,চৰকাৰে স্পষ্ট কৰিব লাগে।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
3
71
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অলপতে আজমলৰ ভোটেৰে ৰাজ্যসভাৰ সাংসদ হোৱা এজন তথাকথিত নতুন বিজেপিয়ে কৈছে যে, লুৰীণ জ্যোতি গগৈয়ে লোকসভাৰ নিৰ্বাচন খেলিব নালাগে তাৰ পৰিবৰ্তে পঞ্চায়ত বা ৱাৰ্ডত হে নিৰ্বাচন খেলিব লাগে। কেনে ধৃষ্টতা ! তৈলমৰ্দন কৰি আজমলৰ ভোট লৈ ৰাজ্যসভাৰ সদস্য হোৱা নিজৰ ঠাইৰ ৱাৰ্ডত এশ ভোট পোৱাৰ
2
4
68
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
আমি আজি ধুবুৰীৰ পৰা আমাৰ ‘এক অসম যাত্ৰা’ কাৰ্যসূচী আৰম্ভ কৰিলো। যিসকলে এই যাত্ৰা ধুবুৰীৰ পৰা কিয় বুলি আমাক প্ৰশ্ন কৰিছে তেওঁলোকে হয়তো পাহৰি পেলাইছে যে ধুবুৰী অসমৰে অবিচ্ছেদ্য অংগ৷ অসমৰ প্ৰতি টুকুৰা মাটিৰ প্ৰতি আমি দায়বদ্ধ । প্ৰশ্ন কৰাসকলক ধুবুৰীৰ গুৰুত্ব আৰু ঐতিহ্য বুজাই
2
6
68
@OfficeOfJB
Office of Jagadish Bhuyan
7 months
আমাৰ সমাজত যিদৰে মেৰুদণ্ড নোহোৱা, আদৰ্শ বিবৰ্জিত মানুহৰ অভাব নাই, একেদৰে কোনো প্ৰাপ্তিৰ বাবে আদৰ্শ বিসৰ্জন নিদিয়া মানুহৰো অভাব নাই। সময়ে কাপুৰুষ আৰু বিশ্বাসঘাতকক মনত নাৰাখে, সময়ে আপোচবিহীন যোদ্ধাকহে মনত ৰাখে। পানীৰ সোঁতত মৰা মাছহে উটে। মেৰুদণ্ড নোহোৱা, আদৰ্শ বিবৰ্জিত মানুহৰ
2
7
68
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
গুৱাহাটীৰ খাৰঘুলিৰ জল বিস্ফোৰণ প্ৰাকৃতিক দূৰ্যোগ নহয় এয়া মানৱ সৃষ্ট। এই প্ৰকল্পৰ কাম আৰম্ভ হৈছিল ২০১১ চনত আৰু সম্পূৰ্ণ হোৱাৰ সীমা ৰেখা আছিল ২০১৫ চন,কিন্তু মুঠ ৮ টেংকৰ ভিতৰত আজিৰ দিনটোলৈ বোধ হয় ৪ টা টেংক সম্পূৰ্ণ হোৱাই নাই। এইবোৰ তদাৰক কোনে কৰিব ? এই সূদীৰ্ঘ ১২ বছৰৰ ভিতৰত
2
4
67
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
কৰ্ণাটকত বিজেপিক ভোট দিব লাগে কাৰণ কংগ্ৰেছে মোদীক ৯১বাৰ গালি দিছে,সেইবাবেই সহানুভূতিৰে বিজেপিক ভোট দিব লাগে।প্ৰধানমন্ত্ৰীয়ে গালিৰ হিচাপ দিয়াৰ সলনি ২০১৪ চনৰ পৰা দেশৰ জনতাক দিয়া প্ৰতিশ্রুতি সমূহৰ হিচাপ দিব লাগিছিল। বৰ্তমান কৰ্ণাটকৰ বিজেপি চৰকাৰে কৰা ভাল কামৰ হিচাপ দিব লাগিছিল !
2
6
68
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অসমৰ ঐতিহ্য ক্ৰমাগত ভাবে নি:শেষ কৰাৰ ষড়যন্ত্ৰই এইবাৰ ৰংঘৰ স্পৰ্শ কৰিলে। ৰংঘৰক গেৰুৱা নকৰিব ! ৰংঘৰক নিজৰ ঐতিহ্যৰে জীয়াই থাকিবলৈ দিয়ক ।
Tweet media one
4
1
66
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
অসমৰ হিন্দী আৰু বাংলা মাধ্যমৰ বিদ্যালয়ৰ বাবে অসমৰ বাহিৰৰ প্ৰাৰ্থী কিয় আনিব লগা হ’ল, অসমত হিন্দী ভাষী, বাংলা ভাষী স্থানীয় নিবনুৱা নাই জানো ? আপোনালোকে অসমৰ সকলো স্থানীয় নিবনুৱাৰ প্ৰতি অন্যায় কৰিছে ⁦ @ranojpeguassam ⁩ ডাঙৰীয়া।
Tweet media one
12
10
67
@OfficeOfJB
Office of Jagadish Bhuyan
1 year
ছাৰ,আপোনাক গভীৰ শ্রদ্ধা আৰু বেদনাৰে স্মৰণ কৰিছো। শিৱসাগৰত আমাৰ দলৰ জন্মৰ দিনটোত আপুনি আমাক দিয়া পৰামৰ্শ সমূহ,আপুনি আমাক কোৱা প্ৰতিটো কথা আমাৰ দলৰ প্ৰতিজন কৰ্মীৰ হৃদয়ত সজীৱ হৈ আছে। আপুনি সদায় আমাৰ বৰ্তমান,আমাৰ ভৱিষ্যত, আমাৰ প্ৰেৰণা । হোমেন বৰগোহাঞি ছাৰলৈ পূন্য তিথিত শ্রদ্ধাৰে -
Tweet media one
1
1
65
@OfficeOfJB
Office of Jagadish Bhuyan
2 years
মোগলৰ বুৰঞ্জী মচি পেলোৱাৰ সিদ্ধান্ত লোৱা হ’ল। কাৰণ একমাত্ৰ মোগল আৰু মুছলমান বিদ্বেষ বিয়পাই ক্ষমতাত বৰ্তি থাকিব লাগিব৷ যিহেতু অন্য দক্ষতা নাই, সকলো ফালে জনতাৰ মুৰত কেৱল ৰাম টাঙোন! কাৰোবাৰ ভাল নাই লগা বাবেই বুৰঞ্জী মচি দিব পাৰি নেকি ? বুৰঞ্জী মানে ইতিহাস। ১/৩
9
9
66