Lurinjyoti Gogoi Profile Banner
Lurinjyoti Gogoi Profile
Lurinjyoti Gogoi

@lurinjtgogoi

Followers
39,484
Following
284
Media
1,113
Statuses
2,168

Official #Twitter handle of Lurinjyoti Gogoi / President, Assam Jatiya Parishad #AJP / Assam First Always and Forever / Ex. General Secretary, AASU #JoiAaiAxom

Guwahati, India
Joined July 2017
Don't wanna be here? Send us removal request.
Explore trending content on Musk Viewer
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
আপোচ কৰিবলৈ শিকা নাই কেতিয়াও। জাতিটোক বাৰে বাৰে প্ৰতাৰণা কৰি অহা সকলৰ বিৰুদ্ধে ব্ৰজকণ্ঠ হ'ব খোজো। আশীৰ্বাদ কৰিব। অসমী আইৰ বাবে চিৰদিন চিৰকাল। সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ। ।। জয় আই অসম।।
Tweet media one
96
59
1K
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Shri #TarunGogoi passed away today evening. Chief Minister for 3 terms and an MP for 6, he has left a permanent mark on the history of #Assam and on her politics. Widely acclaimed to have brought peace to Assam, he will also be sorely missed for his wit & his personality. RIP 🙏🏼
Tweet media one
22
64
926
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
We might be apart but you're still in my thoughts everyday, I love you Ma. Happy #MotherDay !
Tweet media one
15
9
755
@lurinjtgogoi
Lurinjyoti Gogoi
2 years
Tweet media one
18
5
721
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
মই অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনাইছো যে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাবৰ্ষৰ ক্ষতি নোহোৱাকৈ তথা তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও যাতে কোনোধৰণৰ ভাবুকি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে যেন ৷ @ranojpegu
57
211
646
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
#অসম প্ৰথম - সদায় আৰু চিৰদিন #ASSAM FIRST- Always and Ever জয় আই অসম ।
82
59
599
@lurinjtgogoi
Lurinjyoti Gogoi
1 year
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ হ’বলগীয়া শুনানিৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত উপস্থিত আছোঁ ৷ অসমবাসীৰ আশীৰ্বাদ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ ৷ জয় আই অসম ৷
Tweet media one
26
17
585
@lurinjtgogoi
Lurinjyoti Gogoi
5 years
সদৌ অসম ছাত্র সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিলৰ দাবীত আজি ধেমাজি জিলা ছাত্র সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত অনুস্থিত 'ৰণশিঙা' কাৰ্যসূচীত অংশ গ্ৰহণৰ মুহূৰ্তত....
Tweet media one
Tweet media two
Tweet media three
Tweet media four
81
76
575
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ নতুন মন্ত্রীসভাৰ প্ৰতিজন সদস্যলৈ শুভেচ্ছা জনাইছোঁ| আশাকৰো ড° শৰ্মাৰ মুখ্যমন্ত্রিত্বই ৰাজ্যৰ সমস্যাৱলী সমাধান কৰি অসমক উন্নয়নৰ নতুন দিশলৈ আগুৱাই নিব|
8
16
573
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰস্তাৱিত নতুন ৰাজনৈতিক শক্তিৰ আৰু এখোজ।অসমীয়া ৰাইজৰ আশাৰ দলটোৰ নাম ক্ষন্তেক সময়ৰ আগত ঘোষণা কৰা হৈছে "অসম জাতীয় পৰিষদ"। 1/2
102
54
558
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Tweet media one
59
40
549
@lurinjtgogoi
Lurinjyoti Gogoi
5 years
New Year Greetings to all Assam and Assamese lover. দুগুণ উদ্যমেৰে অৱতীৰ্ণ হ'ম জাতি ৰক্ষাৰ যুঁজত।নীলিম আকাশত জিলিকাম অসমীয়াৰ বিজয় নিচান| #জয়আইঅসম #WeRejectCAA
87
60
535
@lurinjtgogoi
Lurinjyoti Gogoi
4 months
ঐতিহ্যমণ্ডিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনতাৰ ৰায়ৰ প্ৰতি মই সন্মান জনাইছোঁ৷ মোৰ চিন্তা-আদৰ্শ, অসম তথা ডিব্ৰুগড় লোকসভা সমষ্টিবাসীৰ স্বাভিমান, জাতীয়তাবাদী চেতনা, জাতি আৰু অসমক কৰা অন্যায়ৰ বিৰুদ্ধে চলাই নিয়া সংগ্ৰামখনৰ প্ৰতি সমৰ্থন জনাই যিসকল সন্মানীয় ভোটাৰে মোৰ ওপৰত অত্যন্ত
Tweet media one
46
15
493
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
অসম প্ৰথম : সদায় আৰু চিৰদিন ।। জয় আই অসম ।।
50
42
482
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
আজি পুৱা হঠাৎ আই অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে জনোৱা অনুসৰি আইৰ অৱস্থা এতিয়াও সংকটমুক্ত নহয়। আপোনালোকৰ মৰম-প্ৰাৰ্থনা আৰু চিকিৎসকসকলৰ চেষ্টাই আইক সুস্থ কৰি তুলিব বুলি - বিশ্বাস ৰাখিছোঁ। 1/2
66
14
474
@lurinjtgogoi
Lurinjyoti Gogoi
6 months
ধন্যবাদ ডিব্ৰুগড় Thank you #Dibrugarh
31
12
482
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
Tweet media one
40
26
469
@lurinjtgogoi
Lurinjyoti Gogoi
2 years
Assam will forever be indebted to India's foremost philanthropist Shri Ratan Naval Tata for his unparalleled contribution to #CancerCare in the state. Cancer patients will be immensely benefited by ur gift of State of the Art Cancer Care Centers. A big thank you Sir. @RNTata2000
Tweet media one
8
25
450
@lurinjtgogoi
Lurinjyoti Gogoi
5 years
At a mass public rally in #Tinsukia huge public participation reflects the resolve of the people of #Assam to oppose #CAA . #AssamRejectsCAA
Tweet media one
Tweet media two
Tweet media three
Tweet media four
28
74
448
@lurinjtgogoi
Lurinjyoti Gogoi
7 months
Tweet media one
26
16
437
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
. ।। জয় আই অসম ।। ।। অসম প্ৰথম : সদায় আৰু চিৰদিন ।।
Tweet media one
67
31
416
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
নিৰ্বাচনৰ বিধি মানি মই ভোটগ্ৰহণৰ ৪৮ঘণ্টাৰ আগৰ পৰাই কোনো প্ৰচাৰ বা সামাজিক মাধ্যমৰ পৰাও আঁতৰি আছিলোঁ। কিন্তু আজি বিজেপি দলে অসমৰ প্ৰায়বোৰ বাতৰিকাকতত ফলাফলৰ পূৰ্বেই বিজয় দাবী কৰি এক বিভ্ৰান্তিমূলক, অনৈতিক বিজ্ঞাপন প্ৰকাশ কৰিছে। এয়া দলটোৰ অগণতান্ত্ৰিক চৰিত্ৰৰেই স্পষ্ট প্ৰতিফলন।
Tweet media one
27
52
410
@lurinjtgogoi
Lurinjyoti Gogoi
6 months
মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ পূৰ্বে আইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচি তেখেতৰ প্ৰতিকৃতিত পুষ্পঅৰ্ঘ্য নিবেদন কৰিলোঁ৷ য’তেই আছা তাৰপৰাই আশীৰ্বাদ কৰিবা, আই! অসমমাতৃৰ এগৰাকী সেৱক হৈ জাতিটোৰ বাবে ৰণলৈ ওলাইছোঁ৷ এই সংগ্ৰামত সততাৰে যুঁজি যাবলৈ সৰগৰ পৰাই শকতি দি যাবা...
Tweet media one
14
10
407
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
The draft #EIA2020 is riddled with issues and its unclear whether it is to save the environment or to destroy it. In the North East its impact will be disastrous. #AssamAgainstEIA #NEAgainstEIA #WithdrawDraftEIA
Tweet media one
25
196
398
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ঈদৰ শুভকামনা থাকিল ৷ সাম্প্ৰদায়িকতা, হিংসাৰ বিপৰীতে পৱিত্ৰ ঈদে কঢ়িয়াই আনক শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ অমীয়া সুৰ ৷ একতাৰ বান্ধোনেৰে বান্ধ খাই থাকক সমাজ ৷ হাতে হাত ধৰি আগবাঢ়ি যাওঁক অসমীয়া জাতি ৷ #EidMubarak
Tweet media one
29
16
395
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
নির্বাচনী প্ৰচাৰ সামৰি পুনৰ ঘৰলৈ উভতি আহিছোঁ। যোৱা দিনকেইটাত আপোনালোকে যি মৰম, সাহস আৰু প্ৰেৰণা দিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ। অহা ১০/০৪/২০২১ তাৰিখে মাৰ আদ্যশ্ৰাদ্ধৰ দিন ধার্য কৰা হৈছে। আশাকৰোঁ সেই দিনটোত আপোনালোক আটায়েই সপৰিয়ালে আমাৰ গৃহত উপস্থিত হৈ আমাক আশীৰ্বাদ, সাহস দিবহি।
Tweet media one
9
12
379
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
আমাৰ এই বিপদৰ সময়ত সাহস হোৱা প্ৰতিগৰাকী অসমবাসীৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। 2/2
Tweet media one
18
10
383
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Keeping the fates of 2.5 lakh (approx) candidates, who appeared for #APDCL examinations, in a limbo for 16 months can be termed nothing other than #CriminalNegligence . The #Assam Govt. will be held accountable for the pain the candidates are going through. #Publish_APDCL_RESULT
32
80
356
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
1974 চনৰে পৰা প্ৰতি বছৰে 5জুনত 'বিশ্ব পৰিৱেশ দিৱস' সমগ্ৰ বিশ্ব জুৰি পালন কৰি অহা হৈছে | পৰিৱেশ সুৰক্ষা, পৰিৱেশ উন্নয়ন তথা জৈৱতন্ত্র ৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি 5জুনৰ দিনটোক ৰাষ্ট্ৰসংঘই 'বিশ্ব পৰিৱেশ দিৱস' হিচাপে ঘোষণা কৰিছে | 1/2
Tweet media one
8
13
357
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
বিকল্প মূল্যায়নৰ মাৰ্কছ শ্বীটেৰে চাকৰিৰ আৱেদন কৰিব নোৱাৰিব- শিক্ষা বিভাগৰ ঘোষণা। এইটো কেনে ধৰণৰ সিদ্ধান্ত ? বিশেষ পৰিস্থিতিৰ বাবে পৰীক্ষা পাতিব নোৱাৰিলে- ইয়াত শিক্ষাৰ্থীৰ ভুল ক’ত? 1/4
15
70
362
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
#DehingPatkai Elephant Reserve is in danger of being wiped out because authorities have allowed #CoalMining in the reserve. Its a home to a lot of exotic flora & fauna that stands the risk of extinction. Let's all join together to #SaveDehingPatkai Illustration by Bhavana Barman
Tweet media one
36
114
351
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
We wholeheartedly support the #IndigenousPeoples of #Tripura in their struggle to preserve their culture and their way of life. We promise to stand shoulder to shoulder with them in their fight. @PradyotManikya #thansa #wewantgreatertipraland #tipraland
Tweet media one
32
84
352
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
শিক্ষাবর্ষ নষ্ট নোহোৱাকৈ আৰু ছাত্ৰ-ছাত্ৰীক অতিৰিক্ত মানসিক চাপ নিদিয়াকৈ সংশ্লিষ্ট কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰক।
Tweet media one
18
48
342
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
অসম জাতীয় পৰিষদৰ নেতৃত্ব গ্ৰহণৰ পাছতেই আজি চৰাইদেউৰ মৈদাম আৰু আজানপীৰ দৰগাহ পৰিভ্ৰমণ কৰো আৰু জাতিৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰাৰ এই যুঁজৰ বাবে আশীৰ্বাদ লৈ অসম জাতীয় পৰিষদৰ এখন স্বাভিমানী সাম্প্ৰদায়িকতাবিহীন সমন্বয় সম্প্ৰীতিৰ অসম প্ৰতিষ্ঠাৰ বাৰ্তা ৰাইজলৈ নিয়াৰ সংকল্প লওঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
19
17
342
@lurinjtgogoi
Lurinjyoti Gogoi
5 months
I welcome the release of Shri Arvind Kejriwal @ArvindKejriwal . Democracy cannot be strengthened when a prominent opposition leader is in jail, a level playing field is necessary. Humbly request India's establishment to hear the sounds of the blowing winds of change.
Tweet media one
19
64
341
@lurinjtgogoi
Lurinjyoti Gogoi
2 years
In #Tripura , to support Maharaja Pradyot Manikya ( @PradyotManikya ) in his & @tipra_official 's quest to ensure the rights of the indigenous people of the state. We stand shoulder to shoulder, united in their struggle. #AJPWithTIPRA #AssamWithTripura #NorthEastUnited #Thansa
Tweet media one
11
48
336
@lurinjtgogoi
Lurinjyoti Gogoi
8 months
1/2: Met Shri @RahulGandhi today on the sidelines of the #BharatJodoNyayYatra . Expressed my appreciation & support for the endeavor. Requested him to raise the issues of Assam in the national level and I am confident he will do so.
Tweet media one
Tweet media two
9
60
331
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Thank you @Arsenal for your solidarity with the people of Assam. We are deeply indebted to you for standing with us during such a difficult time and the well wishes of millions of #ArsenalFans will go a long way in helping us overcome the devastation of #AssamFloods . #football
Tweet media one
9
44
329
@lurinjtgogoi
Lurinjyoti Gogoi
6 months
পুৱা তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩১নং লাইপুলি এম ই স্কুল ভোটকেন্দ্ৰত ভোটদান কৰিলোঁ৷ জাতীয় স্বাভিমান প্ৰতিষ্ঠাৰ বাবে এই ভোট৷ দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে এই ভোট৷ প্ৰতিগৰাকী ভোটাৰলৈ অনুৰোধ— গণতান্ত্ৰিক বিধি-ব্যৱস্থাক শক্তিশালী কৰিবলৈ সকলোৱে ভোটদান কৰিবলৈ ওলাই
Tweet media one
Tweet media two
Tweet media three
25
14
335
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
I strongly urge the government to rollback the proposed dumping ground at #Chandrapur . The area is close to ecological hotspots of Amching and Pobitora, as such the dumping ground has the potential to be environmentally disastrous. #SayNoToDumpingGround #SaveChandrapur
31
127
328
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
জাতীয় জীৱনৰ হেজাৰ দুখ নাশপাশ ওফৰাই যুঁজাৰ ৰণপ্ৰেৰণা ব'হাগ। ন উদ্যমেৰে ন চিন্তাৰে জাতীয় জীৱনক প্ৰাণৱন্ত কৰি তোলাৰ বাবে সংকল্পবদ্ধ হোৱাৰ সময় ব'হাগ। সদৌটিলৈ ব'হাগ বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। এইবাৰৰ ৰঙালীয়ে বেজাৰৰ ডাৱৰ আঁতৰাই পোহৰাই তোলক জাতীয় জ���ৱনৰ নীলিম আকাশ।
Tweet media one
24
23
325
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
আজি কলাক্ষেত্ৰত উপস্থিত হৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন..... #TributeToLegendTarunGogoi #TarunGogoi
Tweet media one
Tweet media two
Tweet media three
5
5
328
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি কালি প্ৰথমবাৰৰ বাবে দলৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি আসন গ্ৰহণ কৰো।জাতীয়তাবাদ প্রতিষ্ঠাৰ এই যুঁজত অসমবাসী ৰাইজক লগত লৈ আমি আগবাঢ়ি যাম। ।। অসম প্ৰথম : সদায় আৰু চিৰদিন ।। ।জয় আই অসম।
Tweet media one
Tweet media two
Tweet media three
17
14
319
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
জনতাৰ মৰম, আশীৰ্বাদ আৰু শুভকামনাবোৰক সাৰথি কৰি আজি দুলীয়াজান আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
26
19
319
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
NIAৰ আদালতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক আজি দোষমুক্ত ঘোষণা কৰা বুলি জানিব পাৰি আনন্দিত হৈছো| অৱশেষত অখিল গগৈ ডাঙৰীয়াই ন্যায় লাভ কৰিবলৈ সক্ষম হ'ল| NIAৰ দৰে সংস্থাই মনেসজা অভিযোগেৰে গোচৰ জাপি দি চৰকাৰী সিদ্ধান্ত বিৰোধ কৰা লোকক নিৰ্যাতন চলোৱা কাৰ্য বন্ধ কৰক|
Tweet media one
7
17
322
@lurinjtgogoi
Lurinjyoti Gogoi
1 month
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে আজি দিছপুৰ আৰক্ষী থানাত বিৰোধী ঐক্য মঞ্চ, অসমৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হয়৷
Tweet media one
72
29
322
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
সমগ্ৰ অসমবাসী ৰাইজলৈ অসমৰ জাতীয় জীৱনৰ হিয়াৰ আমঠু বাপতিসাহোন ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু সেৱা জনাইছোঁ। বিহুৰ পবিত্ৰ ক্ষণত জাতীয় বীৰ শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
26
16
308
@lurinjtgogoi
Lurinjyoti Gogoi
7 months
নমস্কাৰ ডিব্ৰুগড়
25
13
311
@lurinjtgogoi
Lurinjyoti Gogoi
1 year
1/2: The Honorable CM is lying through his teeth. 1. Attached is a screenshot from the site that clearly lists Pride East Entertainments Pvt. Ltd. and Riniki Bhuyan Sarma as a benefactor of Rs. 10 crores under the APC Scheme.
Tweet media one
Tweet media two
Tweet media three
10
49
305
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
গভীৰ শ্ৰদ্ধাঞ্জলি অসমীয়া সংবাদ আৰু সাহিত্য জগতৰ মহীৰূহ, অসমৰ সমাজ জীৱনৰ অতন্দ্ৰ প্ৰহৰী,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিদেৱৰ দেহাৱসানত আমি মৰ্মাহত হৈ পৰিছোঁ৷ অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।
Tweet media one
8
16
305
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
#Release_FT_Appointment The reluctance of the #AssamGovt to issue #AppointmentLetters to the selected Foreigner's Tribunal members once again proves their insincerity towards solving the illegal foreginers issue and their blatant disregard for Supreme Court directives. 1/2
71
75
304
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
The continuous incarceration of #AkhilGogoi in spite of an unanimous public opinion, demanding his release, reflects the #fascist mentality of this govt. Its time the #AssamGovt wakes up and realises that subjugation of anti-CAA voices won't work. #ReleaseAkhilGogoi @RaijorDal
Tweet media one
48
51
300
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
Congratulations @PradyotManikya on the spectacular win. Your victory will strengthen regional and indigenous forces all over the North East.
4
22
294
@lurinjtgogoi
Lurinjyoti Gogoi
5 years
I strongly condemn the brutal attack on #JNU students. The students' community of Assam stands in solidarity with @JNUSU and #JNUTA in their fight for justice. #JNUViolence #JNUattack
14
42
298
@lurinjtgogoi
Lurinjyoti Gogoi
7 months
শ্ৰদ্ধাৰ অসমবাসী, ‘কা’ বলবৎকৰণৰ দৰে বিজেপি চৰকাৰে গ্ৰহণ কৰা জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ গঢ়ি তুলিবলৈ আপোনালোক সাজু হওক ৷
32
25
298
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
India today needs to urgently question itself why #racism against its #NorthEast citizens in such vicious form exists in its society. One reason is evident, the lack of proper knowledge about the unique and rich culture of the #NorthEast states. #NortheastMatters #AchapterforNE
Tweet media one
3
137
291
@lurinjtgogoi
Lurinjyoti Gogoi
5 years
সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,তেজপুৰ মহকুমা ছাত্ৰ সন্থা,পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা,৩০ জনগোষ্ঠীয় সংগঠন আৰু বৃহত্তৰ বিহগুৰিবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব (সংশোধনী) আইন,২০১৯ (কা) বাতিলৰ দাবীত চন্দ্ৰনাথ শৰ্মাৰ জন্মভূমিৰ পৰা "জনতাৰ হুংকাৰ"। #AssamRejectsCAA
Tweet media one
Tweet media two
Tweet media three
17
18
288
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
অসমৰ প্ৰতিস্থাপক স্বৰ্গদেউ চ্যাওলুং চ্যুকাফা দেৱৰ বিচক্ষণতা,আদৰ্শ তথা অসম আৰু অসমীয়াৰ প্ৰতি আগবঢ়োৱা অৱদানক অসম দিৱসৰ এ��� ক্ষণত শ্ৰদ্ধাৰে সুৱৰিছোঁ। || জয় আই অসম || #AssamDivas
Tweet media one
4
12
285
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
"কৰতল কমল কমল দল নয়ন। ভবদব দহন গহন বন শয়ন॥ নপৰ নপৰ পৰ সতৰত গময়। সভয় মভয় ভয় মমহৰ সততয়॥ খৰতৰ বৰশৰ হত দশ বদন। খগচৰ নগধৰ ফনধৰ শয়ন॥ জগদঘ মপহৰ ভৱভয় তৰণ। পৰপদ লয় কৰ কমলজ নয়ন॥" গুৰুজনাৰ জীৱনৰ প্ৰথম কবিতাৰে আজি তেখেতৰ তিৰোভাৱ তিথিত স্মৰণ কৰিছো। 1/2
7
16
286
@lurinjtgogoi
Lurinjyoti Gogoi
6 months
মনতে সানি লৈ বসন্তৰ ৰং... ফল্গুৎসৱৰ শুভকামনা 💙মনতে সানি লৈ বসন্তৰ ৰং... ফল্গুৎসৱৰ শুভকামনা 💙
Tweet media one
13
6
283
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
মহান ৰাজনীতিবিদ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, কবি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। || অসম প্ৰথম : সদায় আৰু চিৰদিন || | জয় আই অসম |
Tweet media one
7
8
278
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
1/3: মা কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ পূৰ্ণ হ’ল৷ এই এবছৰে মই প্ৰতিদিনে তোমাৰ অনুপস্থিতি অনুভৱ কৰি আহিছোঁ, মা৷ তোমাৰ বিয়োগে দি যোৱা শূন্যতাক লালন কৰিছোঁ সংগোপনে৷ তুমিয়েই শিকাই গৈছিলা জীৱনৰ প্ৰতিটো খোজত, প্ৰতিটো কামত, প্ৰতিটো সংকটৰ সৈতে সময়ত সাহস আৰু সততাৰে মুখামুখি হ’বলৈ৷
Tweet media one
25
5
282
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত কালি মন্ত্রী পীয়ুস হাজৰিকা ডাঙৰীয়াই পেট্ৰ'ল, ডিজেলৰ মূল্য নিৰ্ধাৰণত ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাই বুলি মন্তব্য দিছে ৷ সকলো কেন্দ্ৰই নিৰ্ধাৰণ কৰে ৷ যদিহে সেইটোৱেই হয়, পেট্ৰ'ল-ডিজেলত ৰাজ্যিক টেক্স কোনে আৰোপ কৰে? 1/2
12
26
279
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
অসম জাতীয় পৰিষদৰ কোভিড সঁহাৰি অভিযানৰ অংশ স্বৰূপে আজি ডিব্ৰুগড় জিলাৰ বিয়িয়াটিং চাহ বাগিছা; বৰবৰুৱা আৰু বৰপথাৰ পঞ্চায়ত এলেকাৰ অন্তৰ্গত 'কন্টেইনমেন্ট জোন' সমূহত খাদ্যৰ টোপোলা বিতৰণ কৰো৷ ৰাজ্যৰ অন্যান্য অংশতো এইকেইদিন আমাৰ জাতীয় সেৱকসকলে এনেদৰে প্ৰয়োজনীয় সেৱা আগবঢ়াই আছে৷
Tweet media one
Tweet media two
13
25
275
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
*#ভণ্ড_শাসক_নিপাত_যাওক* *#প্ৰতাৰক_চৰকাৰ_নিপাত_যাওক* প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে অসম আৰক্ষীৰ ৫৯৭ টা উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা আধাতে বাতিল কৰিব লগা পৰিস্থিতিৰ বাবে দায়ী কোন?কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ দৰে পৰিস্হিতি উদ্ভৱ হয়? 1/n
7
33
274
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক,মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অক্লান্ত কৰ্মী পৰাগ কুমাৰ দাসদেৱৰ আজি মৃত্যু তিথি। ১৭ মে ১৯৯৬ চনত গুৱাহাটীত মাত্ৰ ৩৫ বছৰতে আততায়ীৰ গুলিত মৃত্যু হোৱা এই সংগ্ৰামী সত্বাৰ কন্ঠক কোনোদিনে ৰুধিব নোৱাৰে৷ 1/2
8
17
268
@lurinjtgogoi
Lurinjyoti Gogoi
2 years
Tweet media one
5
2
275
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
The treatment meted out to #AkhilGogoi in a democratic republic is worse than what we can expect to happen in a dictatorship. This kind of suppression of #dissenting voices is unacceptable and I have repeatedly stood against such atrocities and fascist tendencies and ... 1/2
20
40
266
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
8
20
271
@lurinjtgogoi
Lurinjyoti Gogoi
6 months
দেউতা, সাহসৰ বাট, প্ৰেৰণাৰ মাত! আইৰ অনুপস্থিতিত যিয়ে প্ৰতিপল চেনেহছায়াৰে আৱৰি ৰাখিছে আমাক৷ সেইগৰাকী পৰম পূজনীয় দেউতা শ্ৰীযুত প্ৰবীণ গগৈ দেৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলোঁ৷
Tweet media one
Tweet media two
4
1
269
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Tweet media one
Tweet media two
19
19
272
@lurinjtgogoi
Lurinjyoti Gogoi
1 month
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰীৰ সকলো তথ্য আমি ৰাইজৰ মাজলৈ লৈ যাম৷
30
32
273
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
I pay my heartfelt respect to the first #female #martyr of the #AssamAgitation Baijayanti Devi (Upadhyaya) on her birthday. She was born on 19th of July 1959 in Burachapiri village of Assam. Her revolutionary zeal and fighting temperament continues to inspire #Assam .
Tweet media one
9
34
266
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
বাক স্বাধীনতাৰ প্ৰতি সন্মান এক সমৃদ্ধ গণতন্ত্ৰৰ এক অপৰিহাৰ্য বৈশিষ্ট্য। মই দেবাংগনা কলিতাৰ কাৰাগাৰৰ পৰা মুক্তিক স্বাগতম জনাইছো।
8
13
266
@lurinjtgogoi
Lurinjyoti Gogoi
7 months
‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদক প্ৰণিপাত জনাই মহাসংগ্ৰামৰ বাবে সাজু হ’লো...
24
4
264
@lurinjtgogoi
Lurinjyoti Gogoi
5 years
Under the aegis of #Sonitpur District Students' Union, Tezpur Mohkuma Students' Union, West #Tezpur Anchalik Students' Union & 30 indigenous organizations & with the collaboration of the people of #Bihaguri #JanatarHonkaar was held at Chandranath Sharma Janmavomi #AssamRejectsCAA
Tweet media one
Tweet media two
Tweet media three
15
23
256
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
I condemn this notification by the #SEBA in the strongest of terms. I fail to understand what enmity towards the #Assamese language has prompted SEBA to issue this. Study of Assamese has been discouraged via this absurd notification. I demand its complete and immediate scrapping.
Tweet media one
22
42
254
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
এগৰাকী কণমানি ছোৱালীক নৃশংসভাৱে নিৰ্মমভাৱে হত্যা কৰাৰ এই ঘটনা সভ্য সমাজৰ বাবে লজ্জাৰ বিষয়। অসম জাতীয় পৰিষদৰ স্পষ্ট কথা - ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক কঠোৰতম শাস্তি বিহা হওঁক। লগতে দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত অসম জাতীয় পৰিষদ সদায় থাকিব।
Tweet media one
10
39
254
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
2016 চনৰপৰা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন পৰ্যায়ত খালী হৈ ৰোৱা পদৰ তালিকা| যোৱা পাঁচটা বছৰে এইসমূহ পদ পূৰণ নকৰাকৈয়ে ৰাজ্য চৰকাৰে সময় অতিবাহিত কৰিলে| এই ব্যৰ্থতাৰ বাবে দায়ী কোন আছিল? 1 লাখতকৈ বেছি পদ খালী ৰাখি ৰাজ্যৰ প্ৰশাসন আৰু উন্নয়ন সম্ভৱনে?
Tweet media one
24
27
251
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
অসমৰ ৰাইজৰ মৰমৰ শিল্পী অৰ্চনা মহন্তই কিছু সময়ৰ পূর্বে ইহসংসাৰ ত্যাগ কৰে। অসমৰ চহা জীৱনক গীত আৰু সুৰেৰে ধৰি ৰখা অৰ্চনা মহন্তৰ অসমীয়া সংগীত জগতলৈ থকা অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰো। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক,লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। জয় আই অসম
Tweet media one
15
22
252
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Please do watch...
Tweet media one
13
27
256
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
সাম্প্ৰদায়িক,ৰাষ্টীয়তাবাদী আৰু অসম বিৰোধী শক্তিসমূহক বাধা দিবৰ কাৰণে অনাগত দিনত অসমবাসী ৰাইজৰ পৰামৰ্শ মতে সকলো জাতীয়তাবাদী শক্তি ৰাজনৈতিকভাৱে একগোট হৈ আগবাঢ়ি যাব বুলি আশা কৰিলো। জয় আই অসম 2/2
48
17
252
@lurinjtgogoi
Lurinjyoti Gogoi
6 months
জাতীয় স্বাভিমান প্ৰতিষ্ঠাৰ সংগ্ৰামখনত আমাৰ সাৰথি হৈ থিয় দিছে ‘ৰাইজৰ দল’ৰ সভাপতি তথা শিৱসাগৰ'ৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া৷ আজি অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত তেখেতে এমাহৰ দৰমহা প্ৰদান কৰি আমাক বাধিত কৰিলে৷ অখিল গগৈ ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ @AkhilGogoiAG
Tweet media one
8
17
258
@lurinjtgogoi
Lurinjyoti Gogoi
5 months
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিঙৰ ডুমডুমীয়া বজাৰ খেলপথাৰত আজি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকো৷ আজিৰ বিশাল জনসমাৱেশে এটা কথা প্ৰমাণ কৰিলে যে বিজেপি আৰু এআইইউডিএফৰ সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই নগাঁও লোকসভা
Tweet media one
Tweet media two
Tweet media three
Tweet media four
13
20
253
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO)ত মহাকাশ বিজ্ঞানী হিচাপে নিযুক্ত হোৱা অসম সন্তান নাজনিন ইয়াচমিনক তেখেতৰ সফলতাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ৷ তেখেতৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ লগতে বিজ্ঞান চৰ্চাৰ এটি নতুন বাট মুকলি কৰিব বুলি আমি আশাবাদী৷
Tweet media one
6
9
248
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
অসম জাতীয় পৰিষদে অসমৰ সামাজিক,অৰ্থনৈতিক,শৈক্ষিক, সাংস্কৃতিক,জনগোষ্ঠীয় আৰু ভূমি সমস্যা সম্পৰ্কে এক বিজ্ঞানসন্মত আৰু বাস্তৱসন্মত সমাধানৰ উদ্দেশ্যে ভৱিষ্যত দৰ্শন (Vision Document) প্ৰস্তুতিৰ কাম চলাই আছে। এই ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ আমি কামনা কৰিছোঁ
23
21
250
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
বিশিষ্ট কণ্ঠশিল্পী ভিতালী দাসৰ অকাল বিয়োগত ব্যথিত হৈছোঁ। অসমৰ প্ৰতিটো প্ৰজন্মৰ শ্ৰোতাৰ আপোন শিল্পীগৰাকীৰ সেই চিৰপৰিচিত কণ্ঠ অসমৰ সংগীত জগতৰ অমূল্য সম্পদ হৈ ৰ'ব। স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
Tweet media one
14
9
246
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Assam and Assamese needs a strong and powerful #Jatiyotabadi party to force #Delhi to hear our voices. #AJPIsBlue #BlueIsExistence
26
15
251
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Wishing everyone a very happy #MeDamMePhi (মে্-ডাম্-মে্-ফী). We thank our ancestors for everything they have given us and may they give us strength in our struggle to preserve our culture and heritage.
Tweet media one
4
12
249
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
মই কোনো মূৰ্তি ���াজনীতিক বিশ্বাস নকৰোঁ। @niyomiya
Tweet media one
12
21
248
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
অবৈধ বাংলাদেশীৰ প্ৰবক্তা হৈ ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদক অপমান কৰিবলৈ দুঃসাহস কৰা, অসমীয়াদ্ৰোহী বিধায়ক শ্বেৰমান আলীক অৱশেষত গ্ৰেপ্তাৰ কৰা পুলিচক ধন্যবাদ জনাইছো| আইনী সুৰুঙাৰে যাতে শ্বেৰমানৰ দৰে বাংলাদেশীৰ প্ৰবক্তা সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছো
34
16
248
@lurinjtgogoi
Lurinjyoti Gogoi
3 years
সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক , প্ৰাক্তন ছাত্ৰ নেতা, অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মী শ্ৰদ্ধাৰ মৃণাল কুমাৰ দাসদেৱৰ মৃত্যুত মই মৰ্মাহত হৈ পৰিছো ৷ তেখেতৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি ৷ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো৷
6
6
245
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
সম্প্ৰতি ৰাজ্যত ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ'ব ধৰিছে। কালি মহানগৰৰীৰ মাজমজিয়াত দিনদুপৰতে ঋতুপৰ্ণ পেগুক টালিবানী কায়দাত হত্যা কৰা হ'ল। গুৱাহাটীৰ মাজমজিয়াত এজন খিলঞ্জীয়াক হত্যা কৰা হ'ল। 1/2
20
26
247
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ পৱিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ । গুৰুজনাৰ জীৱনাদৰ্শ আৰু বাণীসমূহ আমাৰ জাতীয় জীৱনত সকলোৰে বাবে পথ-প্ৰদৰ্শকস্বৰূপ।
2
6
245
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
কালি নিশা তেজপুৰত উপস্থিত হৈ আধুনিক অসম নিৰ্মাণৰ তিনিজন মহান খনিকৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। 1/2
2
14
248
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
Every November 23rd, #FibonacciDay honors Leonardo Bonacci, one of the most influential #mathematicians of the Middle Ages. The date corresponds to the first numbers of the Fibonacci sequence – 1 1 2 3. Wishing everyone a very happy Fibonacci Day.
Tweet media one
4
36
240
@lurinjtgogoi
Lurinjyoti Gogoi
4 years
অসমৰ চাহপাত ভাৰতৰ,অসমৰ তেল আৰু বাকী খনিজ পদাৰ্থ ভাৰতৰ কিন্তু অসমৰ বানপানী কেৱল অসম আৰু অসমীয়াৰ।বৰ্তমান ৰাজ্যত বানৰ সংহাৰী ৰূপ,৩৩খন জিলাৰ প্ৰায় ৪৫ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে।ইয়াৰ পাছতো কিন্তু কেন্দ্ৰ উদ্বিগ্ন নহয় অসমৰ বানপানীক লৈ। 1/5
13
25
245