![Ranoj Pegu Profile](https://pbs.twimg.com/profile_images/1763741833681850368/2ZLuPOvh_x96.jpg)
Ranoj Pegu
@ranojpeguassam
Followers
251K
Following
1K
Statuses
10K
Cabinet Minister for Higher Education, School Education, Tribal Affairs, Government of Assam.
Guwahati, India
Joined September 2010
Feeling proud to have laid the foundation stone for the BJP District Office in Tamulpur, a crucial initiative made possible through the dedicated contributions of BJP Karyakartas. @himantabiswa
@DilipSaikia4Bjp
@BJP4Assam
0
0
2
আজি তামুলপুৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত @narendramodi ডাঙৰীয়াৰ জনপ্ৰিয় বাৰ্ষিক কাৰ্যসূচী "পৰীক্ষা পে চৰ্চা"ৰ লাইভ সম্প্ৰচাৰ দৰ্শন কৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিক্ষাৰ্থীসকলৰ কৌতূহল উদ্ৰেককাৰী নানা প্ৰশ্নৰ উত্তৰ প্ৰদানৰ লগতে পৰীক্ষাজনিত মানসিক চাপৰ পৰা মুক্ত কৰি এক সৰল, আত্মবিশ্বাসপূৰ্ণ তথা ইতিবাচক জীৱন বীক্ষণ নিজৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰে। @himantabiswa @CMOfficeAssam
0
1
9
Yesterday, at the Poba Rainforest Festival in Jonai, I announced that this festival will now be a 7-day signature event under our Dhemaji Darsah program. I urged all educational institutions and public establishments to dedicate a day each year as Poba Day to promote nature conservation. Moving forward, we aim to make the next Poba Festival a grand celebration featuring jungle safaris, birdwatching, nature trekking, camping, glamping, rafting, and showcases of ethnic food and culture. @PradanBaruah @bhubon_pegu1970 @dhemaji_dc
0
0
8
RT @narendramodi: Had a wonderful interaction with young students on different aspects of stress-free exams. Do watch Pariksha Pe Charcha.…
0
3K
0
Today, i attended the closing ceremony of #PobaRainforestFestival at Jonai in Dhemaji district to celebrate 100 years of Poba RF, now upgraded to a wildlife sanctuary. It covers an area of 10,221 hectares and it's bounded by Daying Ering wildlife sanctuary of Arunachal and Dibru-Chaikhowa NP. We have resolved to make it a signature festival of Dhemaji district for conservation of nature and promotion of tourism. @himantabiswa
@PradanBaruah
@bhubon_pegu1970
@mac_assam
@TilakDoley72639
1
3
15
Dear Students, Teachers, and Parents, Immerse yourselves in the 8th Edition of Pariksha Pe Charcha, 2025—an extraordinary platform where Hon'ble Prime Minister @narendramodi ji will redefine exam preparation, stress management, and personal growth. Witness a unique and invaluable approach that transforms the way we look at education! Don't miss this remarkable experience! @EduMinOfIndia
@CMOfficeAssam
@Samagra_Assam
3
1
20
ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত ৰাইজৰ বিপুল সমাগমত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ। সোণোৱাল কছাৰীসকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণ তথা বিকাশৰ উদ্দেশ্যে এই অনুষ্ঠানটোৱে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ শলাগ লৈছোঁ। অনুষ্ঠানত সোণোৱাল কছাৰীসকলৰ ইতিহাস আৰু লোকসাহিত্যৰ ৫৯খন গ্ৰন্থ দুটা বছৰত প্ৰকাশ কৰি অসমৰ ভাষা-সাহিত্য আৰু বৌদ্ধিক জগতখনলৈ সোণোৱাল কছাৰী সাহিত্য সভাই অনবদ্য অৱদান আগবঢ়াইছে। @himantabiswa
@PradanBaruah
@CMOfficeAssam
0
1
15
“পৰীক্ষা পে চৰ্চা ২০২৫” অহা ১০ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১১:০০ বজাৰ পৰা অনুষ্ঠিত হ’ব! মাননীয় প্ৰধানমন্ত্ৰী @narendramodi দেৱে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলৰ সৈতে পৰীক্ষাৰ মানসিক চাপৰ পৰা মুক্তিৰ লগতে পৰীক্ষাক উৎসৱৰ দৰে উদযাপন কৰাৰ বিষয়ে আলোচনা কৰিব। দূৰদৰ্শন, ৰেডিঅ’ আৰু অনলাইন প্লেটফৰ্মত প্ৰত্যক্ষ সম্প্ৰচাৰ চাবৰ বাবে মই সংশ্লিষ্ট সকলোকে বিনম্ৰ আহ্বান জনালোঁ। @himantabiswa @Samagra_Assam @CMOfficeAssam
3
2
30
Chaired a meeting today at the DRDA conference hall to strategize the enhancement of milk production in Dhemaji district. Representatives from the Animal Husbandry, Dairy Development, and Rural Development Departments, along with Dhemaji Krishi Vigyan Kendra, Lakhimpur College of Veterinary Science, NABARD, banks, and local dairy farmers, participated in the discussions. A structured five-year district roadmap was drafted to accelerate dairy production. @himantabiswa @PradanBaruah @ATULBORA2
0
1
12
The Assam Engineering Service Recruitment Board (AESRB) has declared the final merit list for 105 𝐀𝐬𝐬𝐢𝐬𝐭𝐚𝐧𝐭 𝐏𝐫𝐨𝐟𝐞𝐬𝐬𝐨𝐫 posts (Technical & Non-Technical) in 𝐆𝐨𝐯𝐞𝐫𝐧𝐦𝐞𝐧𝐭 𝐄𝐧𝐠𝐢𝐧𝐞𝐞𝐫𝐢𝐧𝐠 𝐂𝐨𝐥𝐥𝐞𝐠𝐞𝐬 𝐨𝐟 𝐀𝐬𝐬𝐚𝐦. Visit to view the results. @himantabiswa @CMOfficeAssam
11
7
135
ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি অহা ১২ ফেব্ৰুৱাৰী তাৰিখে বিশ্ব মহাবীৰ চিলাৰায়ৰ স্মৃতি দিৱস অনুষ্ঠিতকৰণক লৈ যাৱতীয় প্ৰস্তুতিৰ দিশত আলোচনা কৰোঁ। বৈঠকত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ ৰাজ্যিক সমিতিৰ সদস্য শ্ৰীশান্তনু বৰগোহাঁই ডাঙৰীয়াৰ লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। @himantabiswa @DilipSaikia4Bjp @BJP4Assam
0
3
23
আজি পূৰ্বৰ ধেমাজি বিধানসভা আৰু বৰ্তমান নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত হাইথাপথাৰৰ পৰা গোপালপুৰলৈ যোৱা পথৰ পকী দলঙ আৰু বুঢ়া ভকতৰ পৰা লগুৱাবৰা সংযোগী পকী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ বাবে সাংসদ @PradanBaruah ক অশেষ ধন্যবাদ। ধেমাজিৰ পশ্চিম অঞ্চলৰ এই গুৰুত্বপূৰ্ণ দলং দুখন অনমোদন জনোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড০ @himantabiswa লৈ কৃতজ্ঞতা জনালো।
3
2
22
শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ মুকলি সভাত বিধায়ক শ্ৰীপদ্ম হাজৰিকা ডাঙৰীয়াৰ সৈতে অংশগ্ৰহণ কৰোঁ। অসমৰ উত্তৰ পাৰৰ অন্যতম শিক্ষানুষ্ঠানখনে ১৯৬৩ চনৰে পৰা জিলাখনৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কৃষি আধাৰিত দক্ষতা আৰু উদ্যোগৰ বিকাশতো প্ৰশিক্ষিত কৰি মহাবিদ্যালয়খনে দেখুওৱা আদৰ্শ আদৰণীয়। বৰ্তমান NAACৰ মূল্যায়নত ২.২৭ চিজিপিএসহ 'বি' গ্ৰেড প্ৰাপ্ত শিক্ষানুষ্ঠানখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। @himantabiswa @CMOfficeAssam
4
1
31