Topon Kumar Gogoi Profile Banner
Topon Kumar Gogoi Profile
Topon Kumar Gogoi

@ToponKumarGogo1

Followers
7,856
Following
285
Media
4,511
Statuses
9,594

MEMBER OF PARLIAMENT- JORHAT (ASSAM) LOK SABHA | STATE VICE PRESIDENT, @BJP4Assam | FORMER MINISTER OF POWER, GOA | FORMER MLA SONARI LAC - ASSAM

Sonari, India
Joined March 2019
Don't wanna be here? Send us removal request.
Explore trending content on Musk Viewer
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য্যৰ বুকুত...
Tweet media one
6
5
206
@ToponKumarGogo1
Topon Kumar Gogoi
11 months
আজি আমাৰ বিবাহ বাৰ্ষিকী। বিনিতাক শুভেচ্ছা জনোৱাৰ লগতে জীৱনৰ সুখ-দুখ প্ৰতিটো পলতেই মোক সাহস দি ওচৰত থকাৰ বাবে অশেষ ধন্যবাদ ❤️ বেটা, বেটী আৰু তুমি সদায় সুখত থাকা, তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ🙏
Tweet media one
15
9
125
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Vishwaguru 🙏 @narendramodi
Tweet media one
6
6
103
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
We have come a long way, but there are still miles to go...
9
5
103
@ToponKumarGogo1
Topon Kumar Gogoi
4 years
মই আজি ক'ভিড ১৯ ত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছোঁ । এইকেইদিন মোৰ লগত যোগাযোগত অহা সকলোকে ক'ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনালোঁ । সকলোৱে স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি সজাগ আৰু সতৰ্ক থাকক ।
16
8
102
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Today at the Central Hall, Parliament with Hon'ble Union Ministers Shri @sarbanandsonwal & Shri @KirenRijiju and colleague MP's.
Tweet media one
7
3
93
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ @narendramodi ডাঙৰীয়াৰ আমাৰ প্ৰতি থকা মৰম আৰু আন্তৰিকতাবোৰে আমাক দেশ আৰু জনসাধাৰণৰ হকে কাম কৰি যাবলৈ উৎসাহ আৰু প্ৰেৰণা যোগাই আহিছে।
2
6
72
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি আমাৰ বিবাহ বাৰ্ষিকী। সমূহ অসমবাসী ৰাইজ তথা মা কামাখ্যাৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। মোৰ সহধৰ্মিনী বিনিতাকো শুভেচ্ছা জনোৱাৰ লগতে জীৱনৰ সুখ দুখ প্ৰতিটো পলতেই মোক সাহস দি ওচৰত থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। বেটা, বেটী আৰু তুমি সদায় সুখত থাকা, তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ🙏
13
4
76
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী অতি নিষ্ঠাবান কাৰ্যকৰ্তা তথা শিৱসাগৰ পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰা ডাঙৰীয়ানীৰ আকস্মিক বিয়োগত অত্যন্ত মর্মাহত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ ৷৷ ঔঁম শান্তি ৷৷
Tweet media one
9
2
62
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
After learning about the critical condition of Ritumoni Hazarika from Hahchara Sivasagar I visited her residence today and offered some financial assistance also shifted her to Brahmaputra Nursing Home, Dibrugarh for her further treatment Praying for her speedy recovery
Tweet media one
Tweet media two
Tweet media three
Tweet media four
9
12
62
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আজি তিতাবৰ পৌৰসভাৰ প'দেন সদস্য ৰূপে শপতগ্ৰহণ কৰোঁ। তিতাবৰ নগৰখনক আগুৱাই নিবলৈ মোৰ সাধ্য অনুসৰি সকলো প্ৰয়াস কৰিম বুলি আজি পুনৰবাৰ সংকল্পবদ্ধ হওঁ। এই অনুষ্ঠানত মাননীয় বিধায়ক শ্ৰী ভাস্কৰ বৰুৱা ডাঙৰীয়া, তিতাবৰ মহকুমাৰ মহকুমাধিপতি শ্ৰী
Tweet media one
Tweet media two
Tweet media three
Tweet media four
5
7
61
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Met HCM Dr. @himantabiswa in the Parliament today, where he had a discussion with all the MPs.
Tweet media one
0
3
63
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
মাই শিকাই যোৱা শিক্ষা, চিন্তা আৰু আদৰ্শৰে দেশ আৰু ৰাইজৰ উন্নয়নৰ বাবে চিৰদিন কাম কৰি যাম। মা আপুনি য'তেই আছে সদায় কুশলে থাকক, তাকেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ 🙏 ২/২
Tweet media one
Tweet media two
8
4
59
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Tweet media one
Tweet media two
Tweet media three
0
8
58
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Yet again heartiest congratulations to HCM Dr. @himantabiswa sir on being rated as the most popular CM amongst all the CMs who won the Assembly elections in May 2021 as per the latest IANS-CVoter survey. I believe we are truly blessed to have a CM like you. @CMOfficeAssam
Tweet media one
1
7
59
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
শৈশৱৰ দিনবোৰেই জীৱনৰ আটাইতকৈ ভাল লগা সময় ❤️
Tweet media one
3
4
58
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোণাৰি মহাবিদ্যালয়লৈ উষ্ম আদৰণি জনাইছোঁ 🙏 @himantabiswa
Tweet media one
4
2
61
@ToponKumarGogo1
Topon Kumar Gogoi
5 years
A great victory of all Indians. Congratulations @narendramodi @AmitShahOffice on this stupendous win. Couldn’t be more thankful to the people of #Jorhatloksabhaconstituency and all the karyakartas. Thank you all. #VijayiBharat
13
5
53
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
খুমটাই সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী @MrinalS66742364 ডাঙৰীয়াক আজি তেখেতৰ ওপজা দিনৰ অফুৰন্ত শুভেচ্ছা জনাইছোঁ 💐 খুমটাই আৰু অসমবাসী ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ ভগৱানে আপোনাক সু-স্বাস্থ্য, শক্তি আৰু দীৰ্ঘায়ু প্ৰদান কৰক, তাৰেই কামনা কৰিছোঁ 🙏
Tweet media one
2
3
51
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
23y/o Ritumoni Hazarika from #sibsagar was admitted to the hospital on 20th June. I am happy to have visited her and learn about her improved health condition today. @himantabiswa @keshab_mahanta
Tweet media one
Tweet media two
Tweet media three
4
7
51
@ToponKumarGogo1
Topon Kumar Gogoi
7 months
যোৰহাটবাসী আজি উন্নয়নৰ পক্ষত... আজি তিতাবৰত অনুষ্ঠিত এক যোগদান কার্যসূচীত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নমূলক কাম-কাজ তথা ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোৰহাট লোকসভা
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
11
48
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
অহা ৩১ জুলাই, ২০২২ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত @narendramodi ডাঙৰীয়াৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান "মন কি বাত" ত মই মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা গ্ৰাম্য মণ্ডলৰ ৩৬ নং খাৰঘৰীয়া দেওধাই বুথত উপস্থিত থাকিম। সকলো দলীয় সতীৰ্থকে লগ পোৱাৰ আশা ৰাখিলোঁ 🙏 @BJP4Assam
Tweet media one
1
16
50
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
Groundwater recharging through rainwater harvesting initiative was taken by Jorhat PHED one and half year back through several dead abandoned wells of Jorhat Urban Water Supply Board. Now one of such ground water recharging wells in Old Civil Hospital Campus has been rejuvenated
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
4
46
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
আজি আমাৰ পুত্ৰ আৰু কন্যাৰ ওপজা দিনত দুয়োলৈ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব ইহঁত যাতে ভৱিষ্যতে সৎ আৰু সফল নাগৰিক হিচাপে সমাজত পৰিগণিত হ'ব পাৰে।
Tweet media one
Tweet media two
8
2
48
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
আজি সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ দেৱৰ সৈতে সোণাৰি সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ ২০২০-২১ বৰ্ষৰ অধীনত নিৰ্মাণ হ'ব লগা বৰাহি আলিৰ পৰা ভজো ৰে'লৱে ষ্টেচন পথটি আৰু মৰাণ হাবিৰ পৰা হলুঙামৰা পথ দুটাৰ আধাৰশিলা স্থাপন কৰোঁ @PMOIndia @himantabiswa @CMOfficeAssam
Tweet media one
Tweet media two
3
5
48
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Sharing a few moments from HCM Dr. @himantabiswa 's visit to our residence today.
0
3
50
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Congratulations to @Bhabesh_KalitaR on being appointed the new State President for @BJP4Assam Wish him the best for this new journey and hope the party achieves newer heights in Assam under his sound leadership. @BJP4India @JPNadda
Tweet media one
4
9
48
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
আজি @BJP4Assam ৰ ৰাজ্যিক অবিচি মৰ্চাৰ কাৰ্য্যনিবাহক সভাত অংশগ্ৰহণ কৰোঁ। ৰাজ্যিক অবিচি মৰ্চাৰ মাননীয় সভাপতি বিতুপন ৰায়দঙীয়া দেৱৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি @Bhabesh_KalitaR ডাঙৰীয়া,
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
8
48
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Glad to attend the "Garib Kalyan Sanmilan" alongwith HCM Dr. @himantabiswa sir virtually and interact with the beneficiaries at Gargaon College, today. Adarniya Pradan Mantri Shri @narendramodi ji interacted with the beneficiaries of 15 different schemes of central government
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
8
48
@ToponKumarGogo1
Topon Kumar Gogoi
6 months
জ্যেষ্ঠ আইমাতৃ আৰু ককাদেউতাসকলৰ মৰম... এওঁলোকৰ এই মৰম-আশীৰ্বাদে মোক ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ দুগুন উৎসাহ প্ৰদান কৰে। 📍 ডিমৌ
Tweet media one
6
5
46
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াক ওপজা দিনৰ অফুৰন্ত শুভকামনা জনাইছোঁ 💐 তেখেতে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ সু-স্বাস্থ্য আৰু শক্তি লাভ কৰক, তাকেই মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। @ranojpeguassam
Tweet media one
3
3
47
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
Glad to attend the District Level Yuva Utsav-2023 based on the theme "Panch Pran of Amrit Kaal" organised by Nehru Yuva Kendra Sivasagar today at Sibsagar Commerce College. @narendramodi
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
19
46
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Today, I attended the Assam Regional Committee Meeting on the Assam-Arunachal Pradesh boundary issues, which was chaired by HCM Dr. @himantabiswa Sir at the Koinadhara Guest House in Khanapara, Guwahati. Resolutions on the areas in dispute between
Tweet media one
Tweet media two
Tweet media three
2
2
44
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Warm greetings to colleague Hon'ble MP Shri Kamakhya Prasad Tasa on your birthday 💐 May Maa Kamakhya bless you good health and happiness to keep up your good work. @KamakhyaTasa
Tweet media one
2
3
47
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহ উদ্বোধনৰ প্ৰাক্ মুহুৰ্তত আজি মাননীয় মুখ্যমন্ত্ৰী ড০ @himantabiswa ডাঙৰীয়াৰ সৈতে স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
4
43
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
আজি মাননীয় মুখ্যমন্ত্ৰী ড০ @himantabiswa ডাঙৰীয়াৰ সৈতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
3
44
@ToponKumarGogo1
Topon Kumar Gogoi
7 months
মনোনয়ন পত্ৰ দাখিলৰ শুভ ক্ষণত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি আৰু আশীৰ্বাদে মোক অধিক উৎসাহিত কৰিছে। আপোনালোকক ধন্যবাদ🙏 #PhirEkBaarModiSarkar
Tweet media one
Tweet media two
Tweet media three
Tweet media four
7
12
43
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
ঐতিহ্যময়, বাৰেৰহণীয়া সংস্কৃতিৰে সমৃদ্ধ মিচিং জনগোষ্ঠীৰ পৱিত্ৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং উপলক্ষে মিচিং জনগোষ্ঠীৰ ৰাইজৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঐনিতমৰ সুৰ আৰু গুমৰাগৰ ছন্দত এই পৱিত্ৰ ফাগুন মাহত সকলোৰে জীৱনলৈ আহক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।
Tweet media one
2
2
42
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ 💐💐 সোণোৱাল ডাঙৰীয়াই সততা, নিষ্ঠাৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা
Tweet media one
3
8
42
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত মহিলাৰ ল'ন বল প্ৰতিযোগিতাত সৰুপথাৰৰ নয়নমণি শইকীয়া আৰু তেওঁৰ তিনিগৰাকী সতীৰ্থ খেলুৱৈয়ে দুৰ্দান্ত খেলৰ প্ৰদৰ্শনেৰে দলীয়ভাৱে সোণৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিলে।
Tweet media one
3
6
44
@ToponKumarGogo1
Topon Kumar Gogoi
4 years
স্বগদেউ চাওলুং চ্যুকাফাই ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ পাতনি মেলিছিল ।এনে এজন বিচক্ষণ শাসক অসম থাকে মানে অসমীয়াৰ মনত সদায় সজীৱ হৈ থাকিব। আজিৰ এই পৱিত্ৰ ক্ষণত তেখেতক আমি শ্ৰদ্ধাৰে সোৱৰিছোঁ।
Tweet media one
2
0
43
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি ঠানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠা গৃহ আৰু পুথিভঁৰালৰ শুভ উদ্বোধন কৰি আপ্লুত হওঁ। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পুঁজিৰে নৱনিৰ্মিত এই পুথিভঁৰাল আৰু শ্ৰেণীকোঠাৰ গৃহটি নিৰ্মাণ কৰা হৈছে। @himantabiswa @ranojpeguassam
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
5
44
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
কালি মাননীয় মুখ্যমন্ত্ৰী ড০ @himantabiswa দেৱৰ উপস্থিতিত অনুষ্ঠিত হোৱা @BJP4Assam ৰ ৰাজ্যিক বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰোঁ। সভাখনত #ক'ভিড-১৯ মহামাৰীৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰে। @CMOfficeAssam
Tweet media one
Tweet media two
1
5
43
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
কিছু দিন পূৰ্বে @BJP4Assam , চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰি নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক শ্ৰী বিদ্যুৎ পালৰ মাতৃৰ পৰলোকপ্ৰাপ্তি ঘটে। আজি বিদ্যুৎৰ বাসগৃহত উপস্থিত হৈ আইমাতৃগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তেখেতৰ অতনু আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।
Tweet media one
Tweet media two
2
1
41
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Attended the DISA meeting at Conference Hall, Charaideo DC office today to discuss about the status of all the ongoing & upcoming developmental projects and its implementation. Hon'ble MLA Shri Dharmeswar Konwar and senior officials of all the departments were present with us.
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
4
43
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
"মাতৃ দিৱস" ৰ পৱিত্ৰ দিনটোত মো�� স্বৰ্গীয়া আইৰ চৰণত প্ৰণাম জনাই নিজৰ সন্তানৰ বাবে অহোপুৰুষাৰ্থ কৰা প্ৰতিগৰাকী আইক মাতৃ দিৱসৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।
Tweet media one
1
2
41
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Representing India in the Olympics 2021, @LovlinaBorgohai has become a matter of pride for not only Assam but India as a whole. My best wishes to the Olympian to emerge victorious, punching all odds.
Tweet media one
1
3
43
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Pleased to attend the inaugural program of the extension part of @BJP4India central office today by HPM Shri @narendramodi ji. Hon National President @JPNadda ji, former Presidents, Hon Ministers, colleague MP's and other top leaders of the party were present in the program.
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
1
41
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
পৱিত্ৰ মে-ডাম-মে-ফী উপলক্ষে পুলিন-পুথাওসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক, তাৰেই কামনাৰে পূৰ্বপুৰুষৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ।
Tweet media one
3
4
39
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Today, I feel privileged to attend the event at Jorhat for sanction and release of Rs 7739.5 cr funds for 5 lakh houses to the beneficiaries under the scheme of PMAY by HUM Shri @girirajsinghbjp and HCM Dr. @himantabiswa . We are working for the fulfillment of the goal of
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
9
40
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত @BJP4Assam , শিৱসাগৰ জিলাৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলক সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে দলৰ হকে কাম কৰিবলৈ আহ্বান জনাওঁ। ১/৩
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
8
43
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
আজি দলীয় সতীৰ্থ সকলৰ সৈতে পদপথৰ দোকানত চাহৰ জুতি লোৱাৰ মুহুৰ্তত...
Tweet media one
3
0
40
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত "জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্যালোচনা সমিতিৰ (দিশা)" বৈঠকত উপস্থিত থাকি জিলাখনৰ চলিত আৰু আগন্তুক দিনত ৰূপায়িত হ'ব লগা সকলোবোৰ উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
4
6
38
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
A very happy birthday to my loving children. I hope they grow up to become good humans with principles and values. Seeking all of your blessings for them.
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
4
39
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Answering to Hon'ble CM Dr Himanta Biswa Sarma's Call towards fighting against the COVID-19 Pandemic in the State, I have made a Contribution of Rs. 1,25,000 to the CM Relief Fund as my part in the Janandolan #Massmovement #PMOIndia #NarendraModi #CMOASSAM
Tweet media one
4
7
42
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹ @himantabiswa ডাঙৰীয়াৰ নেতৃত্বত টিম অসমে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী আড়ম্বৰপূৰ্ণ ভাৱে উদযাপন কৰি ৰাষ্ট্ৰীয় স্তৰত ৬০০ বছৰীয়া আহোম বুৰঞ্জী তথা ২০০০ বছৰীয়া অসমৰ ইতিহাসক সৱল ৰূপত উপস্থাপন কৰিলে।
Tweet media one
3
7
36
@ToponKumarGogo1
Topon Kumar Gogoi
7 months
কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আজি মোৰ নিজা বাসভৱনত গাঁৱৰ ভকতসকলক সেৱা জনাই তেওঁলোকৰ আশিস গ্ৰহণ কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
4
4
39
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Birthday wishes to ex MLA, Mariani LAC Shri @RKurmiOfficial 💐 May you achieve greater heights with your firm commitment towards serving the people, stay healthy and live long.
Tweet media one
1
5
39
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
On #NationalStudentsDay & the 75th foundation day of @ABVPVoice , I congratulate and extend my best wishes to everyone associated with it & the student fraternity in general. Following its core motto of Gyan, Sheel & Ekta, ABVP has continued to produce excellent leaders for the
Tweet media one
3
10
39
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
যোৱা বছৰ আজিৰ দিনটোতেই মাননীয় ড০ @himantabiswa ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি ৰাজ্যখনত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰিছে। প্ৰথম বৰ্ষপূৰ্তিৰ এই শুভক্ষণত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Tweet media one
1
4
40
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Heartiest congratulations to Shri @NBirenSingh Ji on being elected as the CM of Manipur again. May you continue to lead towards growth and development like before. Best wishes for another tenure of Chief Ministership.
Tweet media one
2
2
41
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Pleased to welcome Adarniya Home Minister of India, Shri @AmitShah ji and greet him with our very own Gamusa.
Tweet media one
Tweet media two
Tweet media three
1
7
39
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Many congratulations to Prof. Dr Ajanta Borgohain Rajkonwar on being appointed as the new VC of Assam Women's University. We believe, under your able leadership, the University shall achieve greater heights.
Tweet media one
2
4
40
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
সমূহ দলীয় সতীৰ্থক লগ পোৱাৰ আশা ৰাখিলোঁ 🙏 @BJP4Assam
Tweet media one
3
1
38
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
কিছুদিন পূৰ্বে যোৰহাটৰ মাৰোৱাৰী পট্টিত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছিল। দিল্লীত সংসদ চলি থকা বাবে এইকেইদিন মই টেলিফোন যোগে সকলো খা-খবৰ গ্ৰহণ কৰি আছিলো। যোৱা নিশা দিল্লীৰ পৰা আহি আজি পুৱা যোৰহাটত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশ পৰিদৰ্শন কৰাৰ লগতে ভুক্তভোগী ৰাইজৰ সৈতে
Tweet media one
Tweet media two
Tweet media three
2
3
38
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি হেঙুল থিয়েটাৰৰ শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বৰ্ষটোৰ বাবে নাট্য গোষ্ঠীটোৰ যাত্ৰাৰ উদ্ধোধন কৰোঁ। থিয়েটাৰখনৰ সৈতে জড়িত সকলো অভিনেতা, কলা-কুশলীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
1
37
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
সকলো দলীয় সতীৰ্থকে লগ পোৱাৰ আশা ৰাখিলোঁ 🙏 @narendramodi @himantabiswa @Bhabesh_KalitaR @BJP4Assam
Tweet media one
2
4
38
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
"মহা শিৱৰাত্ৰি" ৰ পৱিত্ৰ ক্ষণত প্ৰভু দেৱাদিদেৱ জঁটাধাৰী মহাদেৱৰ শ্ৰীচৰণত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। ভোলানাথৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ। #Mahashivratri2023
Tweet media one
3
4
35
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
শিৱসাগৰ জিলাৰ আমগুৰিৰ বাসিন্দা শ্ৰীপাৰ্থ শইকীয়াৰ কন্যা এঞ্জেল প্ৰিয়া শইকীয়াই টাইকোৱাণ্ডোত সৰ্বাধিক স্বৰ্ণ পদক বিজেতা শিশু হিচাপে "ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ"ত নাম অন্তৰ্ভুক্ত কৰাত অতিকৈ আনন্দিত হৈছোঁ।
Tweet media one
4
3
38
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
কাৰ্গিল যুদ্ধত ২২ বছৰ পূৰ্বে অদম্য সাহসেৰে য���ঁজ দি দেশ মাতৃৰ বাবে সৰ্ব্বোচ্চ বলিদান দিয়া বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ পূণ্য তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো। গোলাঘাটৰ খুমটাইৰ এইগৰাকী বীৰ শ্বহীদৰ বলিদানক লৈ সদায় অসমবাসীৰ লগতে দেশবাসীয়ে গৌৰৱান্বিত অনুভৱ কৰিব।
Tweet media one
3
2
39
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
মাননীয় ৰাজ্যসভাৰ সাংসদ তথা @BJP4Assam ৰ জ্যেষ্ঠ মুখপাত্ৰ শ্ৰী @PmargheritaBJP ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° @himantabiswa দেৱৰ ৰাজনৈতিক সচিব পদত নিযুক্তি প্ৰদান কৰাত তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
Tweet media one
3
5
37
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Remembering one of the key leaders of Bharatiya Jana Sangh & co-founder of @BJP4India , Pt. Deendayal Upadhyaya Ji on his Punyatithi. His ideals & teachings for upliftment of the poor have always been an inspiration.Heartfelt tributes to the generous soul.
Tweet media one
5
3
34
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
চতিয়া সমষ্টিৰ বিধায়ক সন্মানীয় @padma_hazarika দেৱক আজি তেখেতৰ ওপজা দিনৰ অলেখ শুভেচ্ছা যাছিলোঁ 💐 চতিয়া আৰু অসমবাসী ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ ভগৱানে আপোনাক সু-স্বাস্থ্য, শক্তি আৰু দীৰ্ঘায়ু প্ৰদান কৰক, তাৰেই কামনা কৰিছোঁ 🙏
Tweet media one
2
5
36
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Visited the venue to review the preparations for the 'Garib Kalyan Sanmilan' meeting to be held tomorrow at the playground of Gargaon College as an initiative of HPM Shri @narendramodi Ji, which will be virtually graced by HCM Dr. @himantabiswa sir.
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
5
38
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
সদ্যসমাপ্ত পৌৰসভা নিৰ্বাচনত শিৱসাগৰবাসী ৰাইজে @BJP4Assam আৰু মাননীয় মুখ্যমন্ত্ৰী ড° @himantabiswa ডাঙৰীয়াৰ প্ৰতি অগাধ বিশ্বাস ৰাখি শিৱসাগৰ পৌৰসভাখন বিজেপি মিত্ৰজোঁটক গঠন কৰাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰতিশ্ৰুতি পালন কৰি শিৱসাগৰ নগৰখনক আৰু
Tweet media one
1
4
37
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
কিছু দিন পূৰ্বে ধলা-শদিয়া দলংত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত চৰাইদেউ জিলাৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ ৰিপুঞ্জন ফুকন (ৰূদ্ৰ) ৰ অকাল বিয়োগ ঘটে। আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। সম্ভাৱনাপূৰ্ণ খেলুৱৈগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা
Tweet media one
Tweet media two
Tweet media three
3
4
36
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
. @BJP4Assam ৰ উদ্যোগত আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ৰাজ্যিক বৰ্দ্ধিত বিষয়-ববীয়া সভাত অংশগ্ৰহণ কৰোঁ। সভাত হায়দৰাবাদত অনুষ্ঠিত হোৱা @BJP4India ৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহ বৈঠকৰ বিষয়ে সবিশেষ অৱগত কৰাৰ লগতে দলৰ সাংগঠনিক দিশৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়। ১/৩
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
2
34
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
অসমীয়া সংগীত জগতৰ এগৰাকী অন্যতম কোকিলকণ্ঠী গায়িকা আৰু সুকীয়া গায়কীৰে ৰাইজৰ হৃদয় জিনা দীপালি বৰঠাকুৰ বাইদেউৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। বাইদেউৰ চিৰসেউজ গীতসমূহে যুগে যুগে প্ৰতিগৰাকী অসমীয়াক উদ্বুদ্ধ কৰি যাব।
Tweet media one
2
2
35
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
অহা ইং ১১ জুলাই তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ড০ @himantabiswa ডাঙৰীয়াই চুকাফা সমন্বয় ক্ষেত্ৰৰ নৱনিৰ্মিত চুকাফা প্ৰেক্ষাগৃহটিৰ শুভ উদ্বোধন কৰিব। তদুপলক্ষে আজি চুকাফা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো দিশ পৰিদৰ্শন কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
4
36
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি @BJP4Assam ৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী @Bhabesh_KalitaR ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বুথ সবলীকৰণ অভিযানৰ অংশস্বৰূপে ৰাজ্যিক কৰ্মশালাত অংশগ্ৰহণ কৰোঁ। @PhanindranathS3
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
1
36
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
সকলোকে লগ পোৱাৰ আশা ৰাখিলোঁ 🙏 @BJP4Assam @Bhabesh_KalitaR @PhanindranathS3
Tweet media one
1
4
38
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
In a delegation led by HCM @himantabiswa , I, alongwith other MPs of @BJP4Assam , met Union Minister of Health & Family Welfare; Chemicals & Fertilizers, @mansukhmandviya , Ji today. (1/2)
0
6
36
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
Many congratulations to Elvis Ali Hazarika, the first ever Assamese swimmer to win the North Channel. This achievement of yours has made us immensely proud and will surely inspire generations.
Tweet media one
Tweet media two
3
5
37
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
ভাইটি শ্ৰী যোগেশ গগৈলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐 যোগেশৰ আগন্তুক দিনবোৰ সুখ, শান্তি আৰু সফলতাৰ হওঁক, তাকেই মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
Tweet media one
3
2
36
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি মৰিগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা @BJP4Assam ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
5
35
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এন ডি এ)ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মাননীয়া শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ সৈতে আজি গুৱাহাটীত এক মত-বিনিময় অনুষ্ঠানত মিলিত হোৱাৰ সুযোগ লাভ কৰি নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। ১/৩
Tweet media one
Tweet media two
Tweet media three
3
4
36
@ToponKumarGogo1
Topon Kumar Gogoi
7 months
যোৰহাটত আকৌ এবাৰ 🪷 ফুলিব... আমি সাজু, আমাৰ মিত্ৰদল সাজু✌ আজি আমাৰ মিত্ৰদল অসম গণ পৰিষদৰ যুৱ শক্তি অসম যুৱ পৰিষদৰ উদ্যোগত আয়োজিত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ "বিষয়-ববীয়াৰ সভা"ত অংশগ্ৰহণ কৰি যুৱ পৰিষদৰ কাৰ্যকর্তাসকলৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচন
Tweet media one
Tweet media two
Tweet media three
Tweet media four
5
4
36
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপাত্ৰ অঞ্চলৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱনিৰ্মিত ভৱনটি শুভ উদ্ধোধন কৰোঁ। উল্লেখ্য যে, উক্ত ভৱনটি ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৰাজ্য চৰকাৰৰ অনিৰ্দ্ধাৰিত পুঁজিৰ পৰা দহ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
5
36
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
Glad to listen to Adarniya PM Shri @narendramodi ji's "Mann Ki Baat" at Jorhat party office today. Modi ji's words always inspire us to work better for the society. Present with us were @BJP4Assam President Shri @Bhabesh_KalitaR ,
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
5
33
@ToponKumarGogo1
Topon Kumar Gogoi
3 years
Attended Office Bearers meeting at @BJP4Assam HQ and interacted with office bearers & karyakartas in the presence of HCM @himantabiswa , state President of BJP @Bhabesh_KalitaR , HFM @AjantaNeog & Hon'ble @PhanindranathS3 . In the meeting, HCM directed us to ensure hardwork for the
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
2
35
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি মাঘ বিহুৰ দিনা পুৱা পিতৃক সেৱা কৰি আশীষ গ্ৰহণ কৰোঁ। বিহুৰ এই আনন্দৰ বতৰত সমূহ অসমবাসী ৰাইজলৈ বাপতি সাহোন মাঘ বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।
Tweet media one
Tweet media two
Tweet media three
3
1
32
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
সমষ্টিবাসী ৰাইজৰ উত্তৰণ বাবে সম্ভৱপৰ সকলোখিনি কৰিবলৈ আমি সদায় প্ৰয়াস কৰোঁ। শেহতীয়াকৈ মই অংশগ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত আগবঢ়ালোঁ....
3
4
33
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
আজি চৰাইদেউ জিলা চিকিৎসালয় পৰিচালনা সমিতিৰ বৈঠকত উপস্থিত থাকি চিকিৎসালয়খনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশসমূহৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰোঁ। এই সভাত মাননীয় বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু জিলা উপায়ুক্ত শ্ৰী পল বৰুৱা ডাঙৰীয়া উপস্থিত আছিল।
Tweet media one
Tweet media two
Tweet media three
1
1
32
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Delighted to attend a day-long interactive session with Hon'ble CM Dr. @himantabiswa sir, President of @BJP4Assam Shri @Bhabesh_KalitaR , @BJP4India NE State Gen Secy(Org) Shri Ajay Jamwal, Hon'ble Ministers, Hon'ble MPs, Hon'ble MLAs, office bearers
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
2
37
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Remembering one of the most prominent women leaders of India, youngest Cabinet Minister of Haryana & one of India's finest External Affairs Ministers, Lt. Sushma Swaraj Ji on her jayanti. Her excellence as a leader will always remain engraved in gold in the history of India.
Tweet media one
4
4
34
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
Delighted to attend an election campaign meeting with President of @BJP4Assam Shri @Bhabesh_KalitaR in support of @BJP4India candidate Shri Madhurjya Dhekial Phukan. @himantabiswa @TuliramRonghang
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
6
35
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলনৰ গুলীবিদ্ধ তথা ১ নং মৰাণ হাবি গাঁৱৰ নিবাসী শৰৎ গগৈ ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তি ঘটে। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ ভাতৃ শৰৎ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। পৰিয়ালৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰি
Tweet media one
Tweet media two
Tweet media three
1
2
32
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
अभिजात देशभक्त और अद्वितीय स्वतंत्रता सेनानी विनायक दामोदर सावरकर जी की जयंती पर शत-शत नमन 🙏
Tweet media one
1
8
36
@ToponKumarGogo1
Topon Kumar Gogoi
1 year
আজি মাহমৰাত অংশগ্ৰহণ কৰা হিতাধিকাৰী সন্মিলনৰ কিছু দৃশ্যাংশ... @BJP4Assam @JogenMohanAssam
3
5
33
@ToponKumarGogo1
Topon Kumar Gogoi
2 years
ভাৰতীয় জনতা পাৰ্টি, শিৱসাগৰ জিলা সমিতিৰ মাননীয় সভাপতি তথা যুব নেতা শ্ৰীময়ুৰ বৰগোঁহাই ডাঙৰীয়াক ওপজা দিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ 💐 ৰাইজ আৰু দলৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ মা কামাখ্যাই আপোনাক সু-স্বাস্থ্য আৰু শক্তি দিয়ক, তাকেই কামনা কৰিছোঁ 🙏
Tweet media one
3
0
34