Diganta Borah Profile Banner
Diganta Borah Profile
Diganta Borah

@Diganta82288504

Followers
11,532
Following
2,057
Media
2,395
Statuses
17,814

।। জয় আই অসম ।। জয়তু জননী।। স্বভিমানী অসমীয়া। Proud Assamese.RT/Likes are not endorsement.

মোৰ মাতৃভূমি অসমী আই
Joined December 2018
Don't wanna be here? Send us removal request.
Explore trending content on Musk Viewer
Pinned Tweet
@Diganta82288504
Diganta Borah
2 years
"একো এটা দিবলৈয়ো নহ'ল।" ❤️❤️❤️ কথাষাৰে অন্তৰ চুই গ'ল। খাৰখোৱা অসমীয়া সহজ সৰল ছোৱালী। দেশৰ ভিতৰতে মৰমীয়াল জাতি আমি অসমীয়া কিন্তু আজিকালি আধুনিকতাৰ প্ৰভাৱত একাংশৰ মনৰ পৰা এনে মৰমবোৰ নাইকীয়া হৈ পৰিল। ভিডিঅ সংগ্ৰহ : ফেচবুক।
25
30
479
@Diganta82288504
Diganta Borah
1 year
আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে চিনি পায়নে বাৰু ? ফটো সংগ্ৰহ : ফেচবুক।
Tweet media one
79
9
388
@Diganta82288504
Diganta Borah
2 years
দক্ষিণৰ চিনেমাত (Kanal) আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ কথা শুনি ভাল লাগিল। "বিস্তৃৰ্ণ পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিঃশব্দে নিৰৱে ।"
14
52
365
@Diganta82288504
Diganta Borah
30 days
পিতৃৰ অবিহনে অকলশৰীয়াকৈ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলি বহুতে তাচ্ছিল্য কৰিলে। সোঁৱে বাওৱে থকা প্ৰায় আটাইকে আতৰাই নিলে কিন্তু ৰাইজে অকলশৰীয়া হ'বলৈ নিদিলে। গৌৰৱ গগৈ কোন দলত আছে সেইয়া গুৰুত্বপূৰ্ণ নহয়। ব্যক্তি হিচাপে গৌৰৱ গগৈক ভাল পাও। ২৬ ত লুৰীণ, গৌৰৱ আৰু অখিলে খলকনি তুলিব।
Tweet media one
12
17
374
@Diganta82288504
Diganta Borah
2 years
এই আলোকচিত্ৰখনিৰ মই ব্যক্তিগতভাৱে বিৰোধিতা কৰোঁ কাৰণ ইয়াত ধৰ্মৰ প্ৰতিফলন ঘটিছে। বিহুৰ নিৰ্দিষ্ট সাজপাৰ আছে। বিহুত অসমীয়াত্বৰহে প্ৰতিফলন ঘটিব লাগে।যি ধৰ্মৰে মানুহ নহওক যদি বিহুৰ সাজপাৰ পিন্ধি বিহু মাৰে তাত কাৰোৰে আপত্তি নাথাকে নিশ্চয়।
Tweet media one
36
25
342
@Diganta82288504
Diganta Borah
30 days
হাজৰিকা ককাইদেউ, অনুগ্ৰহ কৰি ৰাজনীতি ত্যাগ নকৰিব। আপোনালোক নাথাকিলে আমাক মনোৰঞ্জন কোনে দিব ?
36
41
321
@Diganta82288504
Diganta Borah
1 year
ফটোত থকা ব্যক্তি তিনিগৰাকী কোন ?
Tweet media one
46
11
315
@Diganta82288504
Diganta Borah
11 months
এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ককাইদেউ। উত্তৰপূৰ্বাঞ্চলৰ এক শক্তিশালী কণ্ঠ আপুনি । দিল্লীত এনেকৈয়ে কপনি তুলিব লাগিব। বিঃদ্ৰঃ ইয়াত কংগ্ৰেছ বিজেপি বিতৰ্ক অনৰ্থক।
18
21
303
@Diganta82288504
Diganta Borah
1 year
আজিৰ প্ৰজন্মই চিনি পোৱা উচিত। নাম কওকচোন কি হয় ?
Tweet media one
24
11
299
@Diganta82288504
Diganta Borah
2 years
ভিডিঅটো ফেচবুকত পালোঁ। টুইটাৰত থকা সকলেও চাওক বুলি আপলোড কৰিছোঁ। সুদা গায়ে থকা ব্যক্তিজনক চিনি পাইছেনে ? তেখেতেই হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়া।
7
33
259
@Diganta82288504
Diganta Borah
29 days
একদম থিক কৈছে। দিল্লীত বেছি সময় নাথাকি অসমত মনোনিবেশ কৰক। ২৬ ৰ নিৰ্বাচনত তিনি পাণ্ডৱে মিলি তয়ময়া যুঁজ দি কৌৰৱক পৰাস্ত কৰিবই লাগিব। ২৬ ত কৌৰৱ পৰাস্ত হোৱাৰ পথ মসৃণ হৈ আছে। লগতে বিজেপিৰ গৃহকন্দলৰ সুযোগো আমি ল'ব লাগিব।
Tweet media one
16
14
241
@Diganta82288504
Diganta Borah
1 year
ফটোত দেখা ব্যক্তি দুজনক চিনি পাইছে যদি নাম কৈ যাওক। বেয়াকৈ নক'ব দেই।
Tweet media one
21
7
230
@Diganta82288504
Diganta Borah
3 years
মই মোৰ ছোৱালীক একো উত্তৰ দিব পৰা নাই। বিদায় আইজনী ।
Tweet media one
40
12
231
@Diganta82288504
Diganta Borah
1 year
আগৰ দিন গ'ল। আজিকালি অসমীয়া যুৱক যুৱতী বহি নাথাকে। শিৱসাগৰৰ এইসকল যুৱতীয়ে মিলি খুলিছে 'ৰংপুৰ কেটাৰিং গ্ৰুপ’ যোগাযোগৰ নম্বৰ 8486159475
Tweet media one
13
11
224
@Diganta82288504
Diganta Borah
1 year
শিলসাঁকোৰ উচ্ছেদৰ সময়ত দহ মিনিটৰ সময় বিচৰা কণমানি নিকু কলিতা। তাৰ মাক,দেউতাক আৰু ভায়েক অসুস্থ। ভাবিলে মনত বেজাৰ লাগে। আজি অসমত খিলঞ্জীয়াৰ এই দশা। থাকিবলৈ নিজৰ বুলি ঘৰ এখন নাই। ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী আমাৰ খিলঞ্জীয়া নেতাসকল।এইসকলেই চৰকাৰত থাকি প্ৰতাৰণা কৰি আহিছে আমাক👇
Tweet media one
14
10
215
@Diganta82288504
Diganta Borah
10 months
জোনমনি বাইদেউৰ পোষ্টটোৱে বহু কথাই কৈ গৈছে। মেৰুদণ্ড বিহীন জাতিৰ এয়াই পৰিণতি।
Tweet media one
10
22
218
@Diganta82288504
Diganta Borah
3 years
প্ৰকৃত অসমীয়াগিৰি। স্থান : যোৰহাট। ফটো সংগ্ৰহ : ফেচবুক।
Tweet media one
11
10
213
@Diganta82288504
Diganta Borah
2 years
প্ৰাক্তন আছু কৰ্মী আৰু আছুৰ এজন শুভ চিন্তক হিচাপে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ এই কথাফাঁকিৰ সম্পূৰ্ণ সমৰ্থন কৰিছোঁ।
Tweet media one
10
5
207
@Diganta82288504
Diganta Borah
2 years
কি বুলি ক'ম ভাবিয়েই পোৱা নাই। মন্ত্ৰী কাৰণে একো ক'বও নোৱাৰো কাৰণ জেলৰ ভাত খুৱাব। অসমত কিমান ঘৰৰ মানুহে চৰকাৰী চাকৰি কৰে তেওঁ নাজানে নেকি? আৰু বিদ্যুৎ কেৱল চৰকাৰী চাকৰি কৰা মানুহৰ ঘৰতহে আছে নেকি ? আচৰিত লাগে কেতিয়াবা যে এনেকুৱা মানুহে আমাৰ বাবে আইন ৰূপায়ণ কৰে।
Tweet media one
48
23
205
@Diganta82288504
Diganta Borah
3 years
নৰপিশাচটোৰ নামটো কি ? ৰিণ্টু শৰ্মা। গতিকে এতিয়া বহুতে সেই নৰাধমটোৰ হৈ ওকালতি কৰিব। নিউজ লাইভকে ধৰি বহুতে ইতিমধ্যে আৰম্ভ কৰিছেই যে সি বোলে নন্দিতাক দামী ফোন উপহাৰ দিছিল। হৈৰৌ সেইডালৰ ফেচবুকত প্ৰফাইলত এইবোৰ এতিয়াও আছে গতিকে চৰিত্ৰটো চা।নাৰী পণ্য সামগ্ৰী নেকি?
Tweet media one
Tweet media two
49
45
199
@Diganta82288504
Diganta Borah
1 year
পৰিয়ালটোক চিনাক্ত কৰকচোন।
Tweet media one
18
2
201
@Diganta82288504
Diganta Borah
3 years
অসম আৰু অসমীয়াৰ বাবে এইবোৰ বীজতৰিয়া সংস্কৃতি।
Tweet media one
32
10
192
@Diganta82288504
Diganta Borah
1 year
কোন চিনি পাইছেনে ?
Tweet media one
93
10
200
@Diganta82288504
Diganta Borah
2 years
অসম চৰকাৰে আজি ২৬,৪৪১ টা পদৰ বাবে বিজ্ঞাপন প্ৰচাৰ কৰিছে।আবেদন মাচুল ১৫০ - ৩৫০ টকালৈ।অসমত বৰ্তমান প্ৰায় ৫০ লাখ নিবনুৱা আছে।এতিয়া ভাবকচোন যদি ২৫ লাখ নিবনুৱায়ো গড়ে ২০০ টকাকে দি আবেদন কৰে তেন্তে মুঠ ৫০ কোটি টকা সংগ্ৰহ হ'ব।চৰকাৰখনে নিবনুৱাৰ আবেদন কিয় বিনামূলীয়া কৰিব নোৱাৰে ?
Tweet media one
31
23
189
@Diganta82288504
Diganta Borah
3 years
।। অসম প্ৰথম : সদায় আৰু চিৰদিন ।। ।। জয় আই অসম ।। #AssamFirst #JatiyaParishad #Lurinfor2021
18
17
184
@Diganta82288504
Diganta Borah
2 years
মৰাণৰ শিল বৰষুণৰ দৃশ্যবোৰ সকলোৱে কাশ্মীৰ আৰু চুইজাৰলেণ্ডৰ লগত তুলনা কৰি কৰি বৰ আনন্দ লভিছে কিন্তু কাৰোবাৰ শাক পাচলিৰ খেতি দৰা,চৰাই চিৰিকতিবোৰৰ কি অৱস্থা হ'ল এবাৰ ভাবকচোন।কোনোবাই পাচলি বেচি পৰিয়াল পোহপাল দি আছিল,কোনোবাই বজাৰৰ পৰা নিকিনাকৈ ঘৰৰে শাক পাচলিৰে চলি আছিল।সকলো মুদা মৰিল
Tweet media one
Tweet media two
Tweet media three
Tweet media four
13
13
188
@Diganta82288504
Diganta Borah
3 years
কাণ্ড চাওঁক।
Tweet media one
27
9
179
@Diganta82288504
Diganta Borah
2 years
ঘোৰ কলি কাল। সংগ্ৰহ : ফেচবুক।
Tweet media one
8
25
185
@Diganta82288504
Diganta Borah
4 years
আজি অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম দিন।১৯৫৯ চনৰ ২৩ জুন তাৰিখে তেখেতৰ জন্ম হৈছিল।অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজি ১৯৭৯ চনৰ ১০ ডিচেম্বৰত তেখেত অসমী আইৰ কোলাত চিৰ দিনৰ বাবে ঢলি পৰিছিল। বীৰ শ্বহীদ গৰাকীক সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ। শ্বহীদ প্ৰণামো তোমাক।। জয় আই অসম।।
Tweet media one
4
22
182
@Diganta82288504
Diganta Borah
1 year
মাল্টি টেলেণ্টেড বিধায়িকা বাইদেউ। চাৰি তৰফ ছে পানী আ গয়া। যৌ কোডাল হে আজিয়েই পঠাব লাগিব।
42
20
184
@Diganta82288504
Diganta Borah
9 months
এইয়াই বাস্তৱ ।
Tweet media one
20
20
184
@Diganta82288504
Diganta Borah
4 months
পীযুজ হাজৰিকা ককাইদেউ,আপুনি এবাৰ প্ৰয়াত ৰূপম বৰাৰ ঘৰলৈ গৈ মাত এষাৰ দিয়কগৈ। শিক্ষিত ল'ৰা আছিল ৰূপম। মুল স���ঁতিৰ সংবাদমাধ্যম, আপোনালোকে গোলামী কৰা পৰিহাৰ কৰি সত্যৰ পক্ষত থাকক । ৰাইজে সকলোবোৰ চাই আছে।
Tweet media one
14
8
180
@Diganta82288504
Diganta Borah
2 years
অসমীয়া হিচাপে সন্মানীয় ৰতন টাটা মহাশয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমাক ৭ খনকৈ কৰ্কট ৰোগৰ চিকি���সালয় উপহাৰ দিয়াৰ বাবে অসমবাসীয়ে সদায়ে আপোনাক মনত ৰাখিব। @RNTata2000 #ThankyouRatanTataJi
Tweet media one
12
9
174
@Diganta82288504
Diganta Borah
3 years
ভাৰতৰ দক্ষিণাত্যৰ কথা বাদেই দিলোঁ। ত্ৰিপুৰাক বাদ দি আমাৰ চুবুৰীয়া ৰাজ্যকেইখনতে ভাৰতগিৰী দেখুৱাব গ'লে পিঠি বহল হৈ যাব।অসমৰ নিজস্ব কৃষ্টি সংস্কৃতি,ৰীতি নীতি আছে যিবোৰ ভাৰতৰ মূল ভূখণ্ডৰ লগত নিমিলে। আমাৰ ভাৰতীয় প্ৰথম পৰিচয় নহয়। #অসমীয়াগিৰী
14
4
171
@Diganta82288504
Diganta Borah
1 year
শিলসাঁকোৰ উচ্ছেদৰ সময়ত এই কণমানিটোৱে সাংবাদিকক কাতৰ অনুৰোধ কৰিছে যে এতিয়া আহিব নিদিবাচোন আমাৰ দহ মিনিটমান দেৰিকে হ'ব। এক বুজাব নোৱাৰা শোকে খুন্দা মাৰি ধৰিছে বুকুখন। জিঞ্জাৰ হোটেলত কিন্তু উচ্ছেদ নচলিল কাৰণ সেইখন বোলে কোনোবা মিঞা নেতাৰ। ধিক্কাৰ দিছোঁ।
16
15
175
@Diganta82288504
Diganta Borah
1 year
ৰাইজ পথত বাহন ভালকৈ চলাব দেই।দেখিছে নহয় জৰিমনাৰ পৰিমান আগতে কিমান আছিল আৰু এতিয়া কিমান হ'ল।
Tweet media one
24
19
178
@Diganta82288504
Diganta Borah
11 months
চেণ্ডেল পিন্ধি পতাকা উত্তোলন বিজেপি দলৰ সভাপতিয়ে নকৰি বিৰোধী কোনোবা এটা দলৰ এগৰাকী সভাপতিয়ে কৰিলেহেঁতেন তেন্তে বাকীবোৰৰ কথা বাদেই স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই তুচ্ছ তাচ্ছিল্যত নামি গ'লহেঁতেন আৰু যৌতুকত অহা পাবত গজা কেইটামানে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বুলি এজাহাৰ দিলেহেঁতেন।
Tweet media one
34
12
177
@Diganta82288504
Diganta Borah
3 years
এতিয়া CAA তেতিয়াৰ CAB ৰ বিৰোধিতা কৰি উচুপি উঠিছিল জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন ডাঙৰীয়া। "মাৰ মুখৰ ভাষাটো নাইকীয়া হ'ব,মাটিডোখৰ নাইকীয়া হ'ব।"
4
24
175
@Diganta82288504
Diganta Borah
3 years
ভাগ্য ভাল বাইদেউ মন্ত্ৰীৰ পত্নী, নহ'লে এতিয়ালৈকে বজৰং দল, আৰ এছ এছ, হিন্দু সেনা এই সংগঠনসমূহে অসমৰ কেইখন থানাত এজাহাৰ দিলেহেতেন আৰু ৰাজপথত আহি কিমান চিঞৰিলেহেতেন ঠিকান নাই। বাইদেউ আপুনি দেৱীৰ মুণ্ড লৈ ফটো উঠাতো গৰিহণাৰ যোগ্য। ৰক্ষকেই ভক্ষক হ'লে কাৰোৰে ভাল নালাগে।
Tweet media one
Tweet media two
28
25
173
@Diganta82288504
Diganta Borah
9 months
ধন্যবাদ মোমাইদেউ। ১২৫ টা সমষ্টিৰ ৩৬ জন আৰু আপোনাৰ সমষ্টিৰ ৩১ জন।এইয়া কেৱল আপোনাৰ দক্ষতা আৰু দূৰদৰ্শীতাৰ বাবেহে সম্ভৱ হৈছে। আপোনাৰ সমষ্টিৰ হ'লে চাকৰিৰ বাবে বয়সৰ হিচাপো নালাগে কেৱল অসমৰ আন সমষ্টিৰ বাবেহে লাগে। এইয়াও কেৱল আপোনাৰ দৰে দক্ষ মুখ্যমন্ত্ৰীৰ বাবেহে সম্ভৱ হৈ উঠিছে।
Tweet media one
8
10
171
@Diganta82288504
Diganta Borah
2 years
আনন্দ মিশ্ৰক বদলিৰ নিৰ্দেশ দিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সস্তীয়া চেলিব্ৰেটি হ'বলৈ চেষ্টা কৰিলে এনেকুৱাই হয়। #ThankyouHCM
30
11
171
@Diganta82288504
Diganta Borah
1 year
চিনি পাইছেনে ?
Tweet media one
27
2
171
@Diganta82288504
Diganta Borah
2 years
বিধায়কক এশিকনি দিয়া আৰক্ষী বিষয়া জোনমণি ৰাভা বাইদেউৰ সাহসৰ শলাগ লৈছোঁ। লাজ পাইছোঁ কাৰণ এইজন আমাৰ সমষ্টিৰ বিধায়ক।
7
20
172
@Diganta82288504
Diganta Borah
1 month
শৰ্মা ডাঙৰীয়া কি হ'ল ? আপুনি বোলে ৰাজনৈতিকভাৱে বহুত দক্ষ কিন্তু সকলো প্ৰকাৰৰ ৰণকৌশল ৰচিও গৌৰৱক কিয় হৰুৱাব নোৱাৰিলে ? ২৬ লৈকেহে আপোনাৰ চকীখনৰ আয়ুস থাকিব। দিছপুৰত মুখ্যমন্ত্ৰী উজনিয়েহে পাতে (তথ্যভিত্তিক) গতিকে সাৱধান। গৌৰৱ ডাঙৰীয়া আহিছে আতৰি দিয়ক। আৰু শুনক, এতিয়া সংবিধান
44
19
168
@Diganta82288504
Diganta Borah
2 years
অনন্যা মেধিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে অসমীয়া মাধ্যমত পঢ়ি চিকিৎসক,অভিযন্ত্ৰা কেতিয়াও হ'ব নোৱাৰে বুলি অসমীয়া ভাষাক তুচ্ছ তাচ্ছিল্য কৰি থকাৰ সময়তে অনন্যাই NEETত উঃপূবৰ ছাত্ৰীৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিলে।
Tweet media one
9
10
170
@Diganta82288504
Diganta Borah
9 months
স্বাভিমানী শিক্ষক ❤️
Tweet media one
7
11
164
@Diganta82288504
Diganta Borah
1 year
ককাইদেউ নিজৰ কথা বাদ দিয়ক কিন্তু ল'ৰা ছোৱালীহালৰ ভবিষ্যতৰ কথা ভাবি মটৰ চাইকেলখন চলাওতেনে অনুগ্ৰহ কৰি হেলমেটটো মূৰত সুমুৱাই ল'ব। বেয়া নাপাব দেই কোৱা কাৰণে।
Tweet media one
20
9
165
@Diganta82288504
Diganta Borah
2 years
দুদিনকৈ ইণ্টাৰনেট কৰ্তন কৰি নিযুক্তি পৰীক্ষা পাতিলে। এমুঠিমান নিবনুৱা ল'ৰা ছোৱালী কমিব বুলি ইণ্টাৰনেট কাটি দিয়াতো বেয়া পোৱা নাছিলোঁ। পিছে এইবোৰ কি চলিছে এতিয়া। যদি সঁচাকৈয়ে টকাৰ খেল চলিছে তেন্তে NK TV এ সকলোবোৰ ফাদিল কৰক।
Tweet media one
24
24
164
@Diganta82288504
Diganta Borah
1 year
বলিউদৰ পাঠান চিনেমাখন আমি নিশ্চিতভাৱে চাব নালাগে। গানত অভিনেত্ৰীগৰাকীৰ যি নগ্নতা আৰু অশ্লীলতা প্ৰকাশ পাইছে সেইফালৰ পৰা পাঠানক বৰ্জন কৰা উচিত। আহক আমি প্ৰতিজন অসমীয়াই অহা ৩ ফ্ৰেব্ৰুৱাৰীত মুক্তি পাবলগীয়া 'ড° বেজবৰুৱা' চাই প্ৰয়াত নিপন গোস্বামীদেৱক শ্ৰদ্ধা জনাও।
Tweet media one
45
5
161
@Diganta82288504
Diganta Borah
3 years
হিন্দীত লিখি কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা দিয়া অসমীয়া কেইটাক কৈছো যে তোমালোকে আজি ৰাতি নামঘৰলে গৈ জন্মাষ্টমীৰ নাম হিন্দীতে গাবা বুলি আশা ৰাখিলোঁ। আৰ্শীবাদ দিয়াজনকো হিন্দীত আৰ্শীবাদ দিবলৈ শিকাই ল'বা কাৰণ অসমীয়া তোমালোকে বুজি নাপাবা চাগে। অলগদ্ধ ক'ৰবাৰ।
21
9
162
@Diganta82288504
Diganta Borah
3 months
এইয়া আমাৰ গুৱাহাটীৰ বিমানবন্দৰৰ অৱস্থা । আদানী কাইদৌ মালিক এই বিমান বন্দৰৰ ।
24
50
162
@Diganta82288504
Diganta Borah
2 years
ভাৰতীয় ষ্টেট বেংকৰ নগাঁওৰ মুখ্য শাখাৰ দুৱাৰদলিতে থকা চেক জমা কৰা মেচিনত অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা। কি যুক্তিত ষ্টেট বেংক কতৃপক্ষই নগাঁওত অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষা ব্যৱহাৰ কৰিছে। অতি সোনকালে @TheOfficialSBI ক বাংলা ভাষা আতৰাই দিবলৈ দাবী জনালোঁ।
Tweet media one
18
29
157
@Diganta82288504
Diganta Borah
2 years
ইংলেণ্ডৰ বাৰ্মিংহামত ৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্য অনুষ্ঠানত শ্বিলঙৰ চেম্বাৰ Choir ৰ শিল্পীসকলৰ "অ' মোৰ আপোনাৰ দেশ" পৰিবেশন।
11
29
159
@Diganta82288504
Diganta Borah
2 months
আজি বৃহস্পতিবাৰৰ গুৱাহাটীৰ বেলতলা বজাৰ বন্ধ কৰি দিয়া হ'ল। বকোৰ পৰা শাক-পাচলী লৈ অহা বাইদেউৱে কি কৰিব এতিয়া? আৰু কিমান ভূগিব লাগিব খাটি খোৱা জনতাই। #কৌই_ৰজা_মহাৰজা_আ_ৰহা_হে_কিয়া
11
31
161
@Diganta82288504
Diganta Borah
1 year
নিউজ লাইভক বাদ দি আটাইকেইটা চেনেলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অনুষ্ঠান চলি আছে।নিউজে লাইভত @NANDANPRATIM দাদাই চলাই আছে যে অসমত ইটোৱে সিটোক মাৰি পেলোৱা,কাটি পেলোৱা ঘটনাবোৰ কিয় বৃদ্ধি হৈছে?এইটো বিষয় বেলেগ এদিন চৰ্চা কৰিলেও হয়।ছাত্ৰ ছাত্ৰীক লৈ নিউজ লাইভ চিন্তিত নহয় নেকি?
27
4
160
@Diganta82288504
Diganta Borah
2 years
নিৰাপত্তাৰ খাতিৰত অমিত শ্বাহ ডাঙৰীয়াক সংগ দিবলৈ যোৱা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক উভতাই পঠিয়ালে নিৰাপত্তাৰক্ষীয়ে।
23
10
158
@Diganta82288504
Diganta Borah
1 year
কি হয় ক'ব পাৰিবনে ? ফটো সংগ্ৰহ : ফেচবুক ।
Tweet media one
87
1
156
@Diganta82288504
Diganta Borah
2 years
বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত পইচা বিলাই থাকোতে গাঁওৰ ৰাইজে ধৰি খেদি দিয়াৰ দৃশ্য।তেখেতক কুকুৰ এম এল এ বুলি কোৱাত লাজ,অপমান আৰু ক্ষোভত ভাগি পৰিছোঁ কাৰণ মই বিহপুৰীয়া সমষ্টিৰে ভোটাৰ।
8
27
155
@Diganta82288504
Diganta Borah
2 years
মন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া কাম বন নাথাকে তেতিয়া এনেকৈয়ে অৱসৰ বিনোদন কৰে চাগে।
19
7
154
@Diganta82288504
Diganta Borah
2 years
প্ৰধানমন্ত্ৰী অমিত শ্বাহ, গৃহমন্ত্ৰী নৰেন্দ্ৰ মোদী । মই থিকেই শুনিছোনে বাৰু । জিভা পিছল খোৱাটো স্বাভাৱিক কথা কিন্তু ইমান ডাঙৰ ভুল। কেনেকৈ হ'ব পাৰে ...????
46
14
151
@Diganta82288504
Diganta Borah
3 years
অতনু ভূঞা দাদাই হোৱাটছএপ্পত ছাত্ৰীসকলক উত্তৰ দিছে যে দুখীয়াই খাবলৈ নাপায় মৰিছে তোমালোকক স্কুটি লাগে এতিয়া কথা হ'ল তেখেতে থিকেই বুজিছে যে ক'ভিদৰ সমান্তৰালকৈ মূল্যবেদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰিছে কিন্তু তেখেতে আজিপয্যন্ত মূল্যবৃদ্ধিৰ বাবে এটামান অনুষ্ঠান বা টুইট কৰা দেখিছেনে?
Tweet media one
35
17
152
@Diganta82288504
Diganta Borah
4 months
কংগ্ৰেছ দলে @GauravGogoiAsm নগাঁওত নিদি যোৰহাটত প্ৰাৰ্থীত্ব দি নন্দন দাদা, অতনু দাদা আৰু অতনু দাদাৰ ফুলকুমলীয়া ল'ৰাটোৰ খোৰাকী বন্ধ কৰি দিলে। ইচ ৰাম কংগ্ৰেছে বহুত ভুল কৰিলে। @NANDANPRATIM @atanubhuyan @aboyobbhuyan
Tweet media one
Tweet media two
20
5
154
@Diganta82288504
Diganta Borah
2 years
এইবাৰ ওলাল স্বামী মুক্তানন্দ সৰস্বতী।কামাখ্যাৰ পৰা পাণ্ডুঘাটলৈ বিকল্প পথচোৱা স্বামী মুক্তানন্দ সৰস্বতীৰ নামেৰে নামকৰণ কৰিবলৈ প্ৰস্তাৱ।অসমৰ কোনোবাই চিনি পায় নেকি এইবোৰ স্বামীক?এইজনৰ নামটো আমদানি কৰা হৈছে দক্ষিণ ভাৰতৰ পৰা।এনে প্ৰস্তাৱৰ বিৰোধিতা কৰিছোঁ।সকলোৱে বিৰোধিতা কৰক।
Tweet media one
23
29
152
@Diganta82288504
Diganta Borah
4 years
বিজেপিক সমালোচনা কৰিলে কংগ্ৰেছি আৰু কংগ্ৰেছক সমালোচনা কৰিলে বিজেপি বুলি ভবা আৰু কোৱাসকলে জনা উচিত যে ভালক ভাল আৰু বেয়াক সদায় বেয়া বুলি কোৱাটো আমাৰ অধিকাৰ আৰু দায়িত্ব কাৰণ আমি কাৰোৰে অন্ধ সমৰ্থক নহয়।আমি "জয় আই অসম" ক'বলৈ লাজ নকৰো।আমাৰ স্বভিমান আমি বিক্ৰী নকৰো।
13
9
150
@Diganta82288504
Diganta Borah
2 years
মই ভাবিছিলোঁ এই জহনীযোৱাটোৱে অসমীয়া সঁচাকৈ নাজানে বুলি কিন্তু এতিয়া চাওকচোন অসমীয়াতে কানত ধৰি কৈছে। অসমীয়া জানি পেলাই ক'ব নিবিচাৰে।এইবোৰেই আমাৰ ভাষাৰ চিৰ শত্ৰু।
19
12
149
@Diganta82288504
Diganta Borah
3 years
মটৰ চাইকেলত তিনিজন উঠিলে ২০০০ টকা জৰিমনা। কলিতা ককাই আপুনি জ্ঞাত নে অজ্ঞাত ?
Tweet media one
29
12
144
@Diganta82288504
Diganta Borah
2 years
জাতীয় পতাকাৰ বিলৈ। 😢😢😢 আলোকচিত্ৰ : ফেচবুক।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
31
28
150
@Diganta82288504
Diganta Borah
10 months
স্বচ্ছ আৰু নিকা নিযুক্তি বুলি বলিয়াৰ দৰে চিঞৰাসকল এতিয়া নিমাত কিয় ? মে' মাহত নিযুক্তি পোৱা ১৮ জনৰ আগষ্ট মাহত নিযুক্তি বাতিল কিয়? তেখেতলোকৰ নথি পত্ৰত যদি আসোঁৱাহ আছিলেই তেন্তে কেনেকৈ মৌখিক আৰু লিখিত পৰীক্ষাত বহিবলৈ দিয়া হৈছিল? নিবনুৱা ল'ৰা ছোৱালীৰ লগত আৰু কিমান হেতালি খেলিব
Tweet media one
Tweet media two
11
15
148
@Diganta82288504
Diganta Borah
3 years
অতি দুখেৰে জনাওঁ যে যোৱাকালি সংঘটিত হোৱা দুৰ্ঘটনাত আমাৰ মাহীৰ ল'ৰা এজনৰ এতিয়ালৈকে সন্ধান পোৱা নাই। জহনীযোৱাসোপাই হেলিকপ্তাৰত উঠি নদী পাৰ হয়।
20
8
146
@Diganta82288504
Diganta Borah
2 years
আৰু কি কি দেখিবলৈ বাকী আছে।
27
19
134
@Diganta82288504
Diganta Borah
3 years
তোষামোদৰো এটা সীমা থকা উচিত। ফলকখনত 'জনপ্ৰিয়' শব্দটো ব্যৱহাৰ নকৰা হেতেনো হয়। মুখ্যমন্ত্ৰী শব্দটোৱেই গাম্ভীৰ্যপূৰ্ণ।
Tweet media one
25
17
144
@Diganta82288504
Diganta Borah
3 years
মোদী ডাঙৰীয়াৰ কৃপাতহে এইয়া সম্ভৱ হৈছে দেই ৰাইজ। তেখেতক ধন্যবাদ দিবলৈ নাপাহৰিব কিন্তু। #Thankyoumodiji #CenturyInPetrolPrice You are great.
Tweet media one
44
34
145
@Diganta82288504
Diganta Borah
2 years
কালি গুৱাহাটী মহানগৰীৰ বিশাল মেগামাৰ্টৰ সন্মুখত মটৰ চাইকেল আৰোহী আৰু যান বাহন আৰক্ষীৰ খণ্ডযুদ্ধ।আৰক্ষীজনে মটৰ চাইকেলত থকা মানুহজনক প্ৰহাৰ কৰাৰ সময়ত তেখেতৰ পত্নী আৰু কণমানি সন্তান মটৰ চাইকেলতে বহি আছিল। ভুল কৰিছে আইন অনুসৰি শাস্তি দিয়ক তাকে নকৰে মানুহক মাৰপিট কৰা যুক্তিসংগত নে?
40
26
143
@Diganta82288504
Diganta Borah
3 years
যোৰহাট চহৰৰ মাজমজিয়াত আছু নেতা অনিমেষ ভূঞাক নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। ঘটনাৰ লগত জড়িত প্ৰতিটো দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিবই লাগিব। #JusticeforAnimeshBhuyan @assampolice @DGPAssamPolice @Jorhat_Police @mygovassam
Tweet media one
16
15
140
@Diganta82288504
Diganta Borah
3 years
মাজুলীৰ নাওঁ দুৰ্ঘটনাৰ সময়ত বহুজনৰ জীৱন বচোৱা দাদা ভাইটি সকলক আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।
Tweet media one
2
11
141
@Diganta82288504
Diganta Borah
10 months
সাৱধান হ'বৰ হ'ল নহ'লে বাইদেউৱে গোটেই অসমখনকে পাইকাৰী দৰত কিনি ল'ব। অতসোপা মাটি বাৰী,বাগান কিয় ঘটিছে? ইমান খক নে ? মৰাৰ সময়ত দেখোন এক ইঞ্চিও মাটি লগত নিব নোৱাৰে মানুহে। বিধিৰ কি বিধান!এফালে খিলঞ্জীয়াৰ ঘৰত কুঠাৰ আনফালে বিঘাই বিঘাই মাটি কোহোনাই চপোৱাদি চপাইছে। প্ৰভু কৃপা কৰা তুমি
Tweet media one
16
12
144
@Diganta82288504
Diganta Borah
2 years
২০১৩ বৰ্ষত APSC ত বক্ৰ পথেৰে চাকৰি লোৱা বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুস্কল গগৈ আৰু ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বৰকিৰি তেৰণক মুখ্যমন্ত��ৰীৰ বিশেষ সেৱা বঁটা প্ৰদান। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত দুয়োগৰাকীকে দোষী সাব্যস্ত কৰা হৈছিল। ১/২
Tweet media one
Tweet media two
13
27
141
@Diganta82288504
Diganta Borah
3 years
গোলাঘাট টাউনৰ পৰা অসম গৌৰৱ লাভলীনাৰ ঘৰলৈ যোৱা পথচোৱা যোৱাকালিৰ পৰা পকীকৰণৰ কাম আৰম্ভ কৰিছে।যোৱা পাঁচবছৰে গড়কাপ্তানি(লোক নিৰ্মান) বিভাগে কিয় সাৰ পোৱা নাছিল?
Tweet media one
11
7
141
@Diganta82288504
Diganta Borah
1 year
উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে মেইন লেণ্ডৰ মানুহৰ চিন্তাধাৰা কেতিয়া সলনি হ'ব ? হাৰিয়ানাৰ ফৰিদাবাদত চলি থকা সূৰযকুণ্ড মেলাত বিপনী খোলা নাগালেণ্ডৰ এগৰাকী যুৱতীৰ কথা শুনক।
10
7
138
@Diganta82288504
Diganta Borah
2 months
গুৱাহাটীবাসীয়ে কাইলৈ ভোট দিবলৈ যাওতে এই কণমানিটোলৈ এবাৰ মনত পেলাব। বিজেপি চৰকাৰে শিলসাঁকোৰ খিলঞ্জীয়াৰ ঘৰ ভাঙি দিওতেনে কণমানিটোৱে সুৰক্ষা কৰ্মীক জনোৱা কাতৰ আহ্বান শুনি আপোনাৰ মোৰ সকলোৰে মন সেমেকি উঠিছিল।
16
19
143
@Diganta82288504
Diganta Borah
2 years
‘অমৃত মহোৎসৱ’ মানে অমৃত খুৱাব নেকি? মই সেইবিলাক খবৰ নাৰাখো৷ ব্ৰেইনৰ চেলটো অদৰকাৰী কথাত খৰচ নকৰোঁ -- জুবিন গাৰ্গৰ মন্তব্য। আচলতে আমি স্বাধীনতাৰ হীৰক জয়ন্তীহে পালন কৰি আছোঁ। মূল্যবৃদ্ধি উচ্চ শিখৰত উপনীত হোৱাৰ সময়ত অমৃত খাবলৈ আমি পোৱা নাই।
11
12
138
@Diganta82288504
Diganta Borah
2 months
আঁচনি লুভীয়া হিমন্তপ্ৰেমী ৰাইজৰ চকু মেল খাবনে ?
Tweet media one
9
19
140
@Diganta82288504
Diganta Borah
2 years
ইয়াক গ্ৰেপ্তাৰ কৰি জেলৰ ভাত খুৱাই থকাতকৈ কোনোবা মানুহ নথকা নিৰ্জন দ্বীপত এৰি থৈ আহিব লাগে। যিখন দেশত বাস সেই দেশক অপমান কৰাৰ শাস্তি কেতিয়াও লঘু হ'বই নালাগে।
Tweet media one
37
13
136
@Diganta82288504
Diganta Borah
10 months
মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ পত্নীৰ কোম্পানীয়ে ১০ কোটি টকা Subsidy পোৱাৰ কথাটো অস্বীকাৰ কৰিছে তেন্তে Ministry of food processing industries ৰ ৱেবছাইটত এই তালিকাখন কিয় আপলোড কৰা আছে?
Tweet media one
Tweet media two
5
13
139
@Diganta82288504
Diganta Borah
11 months
আমাৰ আৰাধ্যা দেৱী দূৰ্গাৰ কটা মুণ্ড লৈ ফটো উঠা এখেতৰ বিৰুদ্ধে থানাত কেইখন এজাহাৰ দিছিল ? তেতিয়া ক'ত আছিল যুৱ মৰ্চা? ক'ত আছিল সত্যৰঞ্জন বৰা ? ক'ত আছিল একাংশ সত্ৰাধিকাৰ ? ক'ত আছিল বিজেপিৰ নেতাসকল ? ক'ত আছিল একাংশ শৰ্মা,মহন্ত আৰু গোস্বামী (সকলো নহয়) ? বিতৰ্ক নহয় উত্তৰ লাগে।
Tweet media one
Tweet media two
11
6
138
@Diganta82288504
Diganta Borah
30 days
"One should never underestimate their opponent." ডেভিদ আৰু গলিয়েথৰ কাহিনী নিশ্চয় আমি সকলোৱে জানোঁ। হয়, আমি পৰাজয় বৰণ কৰিছোঁ কিন্তু ধনবল,বাহুবল আৰু জনবলৰ সন্মুখত প্ৰায় 4.5 লাখ ভোট লাভ কৰাটো আমাৰ বাবে নৈতিক বিজয় বুলি ক'ব পাৰি। INDI Alliance ৰ কোনো Star campaigner ৰ অবিহনে আমি
Tweet media one
17
8
139
@Diganta82288504
Diganta Borah
2 years
আমি কোন দিশে ? প্ৰয়াত নিপন গোস্বামীদেৱৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালীহঁতৰ হিন্দী গীতৰ তালে তালে নৃত্য প্ৰদৰ্শন।
45
12
136
@Diganta82288504
Diganta Borah
1 year
ফটোখনত থকা কণমানিটো কোন ?
Tweet media one
18
2
133
@Diganta82288504
Diganta Borah
2 years
ধেমাজিৰ ৰাজপথত দিন দুপৰতে নন্দিতা শইকীয়াক দাৰে ঘপিয়াই হত্যা কৰা ৰিণ্টু শৰ্মা নামৰ এই নৰপিশাচটোকো গুলীয়াই মাৰি পেলোৱাহেতেন পৰম সুখ পালোহেতেন। বামুণৰ নামত কলংক এইডাল।
Tweet media one
16
16
136
@Diganta82288504
Diganta Borah
23 days
বিজেপিৰ জেপত সোমাই চুচুক চামাক কৰি থকা অগপক লৈ এনেকুৱা আশা নকৰাই ভাল।
Tweet media one
5
7
137
@Diganta82288504
Diganta Borah
4 months
কা সমৰ্থনকাৰী অসমীয়ালৈ এটাই প্ৰশ্ন সাহস আছে যদি উত্তৰ দিয়ক।কা খন যদি উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড,মণিপুৰ,অৰুণালচল,মিজোৰাম আৰু মেঘালয়ৰ বাবে বেয়া আনকি অসমৰো বড়ো ভূমি, কাৰ্বি ভূমি আৰু ডিমা হাছাওৰ বাবেও কা খন বেয়া তেন্তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে কা খন কেনেকৈ ভাল। উত্তৰ বিচাৰিছো
10
6
137
@Diganta82288504
Diganta Borah
1 year
ঐ পুলিচ গুছ। কিবা শুনিবলৈ আসোজা আসোজা লাগিছে। দেশ সেৱাৰ লগত নিয়োজিত লোকসকলক সামথ্য অনুসৰি সন্মানকণ দিব পাৰিলে ভাল বুলি ভাবোঁ। আৰু এটা কথা অসমীয়াত ৰছীডাল ভাঙি দিয়ক নহয় ছিঙি দিয়কহে হ'ব।
17
13
135
@Diganta82288504
Diganta Borah
3 years
হোমেন বৰগোহাঞি ছাৰৰ ঢকুৱাখনাৰ শৈশৱৰ ঘৰখন।
Tweet media one
0
7
132
@Diganta82288504
Diganta Borah
4 months
সৰ্বানন্দ সোণোৱাল ককাইদেউৰ ৰাজ্যসভাৰ সাংসদ হিচাপে আৰু চাৰি বছৰ কাৰ্যকাল বাকী আছে।তেখেত নিৰ্বাচনত পৰাজয় হ'লেও উচ্চ সদনত থাকিবই গতিকে ডিব্ৰুগড়বাসী ৰাইজে বিবেক ভোট প্ৰদান কৰি লুৰীণজ্যোতি গগৈক আগন্তক নিৰ্বাচনত জয়ী কৰাই দিল্লীলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব বুলি আমি নিশ্চিত।
9
11
132
@Diganta82288504
Diganta Borah
2 years
ডিব্ৰুগড়ৰ আগশাৰীৰ ব্যক্তিগত বিদ্যালয় লিটল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ তৃতীয় শ্ৰেণীৰ প্ৰশ্নকাকতখন চাওকচোন। ভাষাটোৰ কি যে অৱস্থা কৰিছে। কাৰ বাৰু খং নুঠিব।দুখ লাগিছে সঁচাকৈ। শিক্ষা বিভাগেই হওক নাইবা দল সংগঠনেই হওক, স্কুল কতৃপক্ষক জবাবদিহি কৰি এনে ভুলৰ বাবে ক্ষমা খোজাব লাগে
Tweet media one
31
21
135
@Diganta82288504
Diganta Borah
2 years
তাই কবিতা লিখিছিল কিন্তু চৰকাৰৰ দৃষ্টিত সেই কবিতা হেনো বিদ্ৰোহী আছিল। সেই অপৰাধতেই বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক চৰকাৰখনে জামিন বিহীন ধাৰাত গোচৰ ৰুজু কৰি আজি তিনিমাহে জেলত ভৰাই থৈছে।দুদিন পিছত তাইৰ ডিগ্ৰী পৰীক্ষা আৰম্ভ হ'ব। আহক আমি সকলোৱে বৰ্ষাশ্ৰীৰ মুক্তিৰ বাবে চৰকাৰক দাবী জনাও।
Tweet media one
8
23
134
@Diganta82288504
Diganta Borah
2 years
কেৱল মাত্ৰ চমক সৃষ্টিৰ লক্ষ্যৰে চিকিৎসালয়ৰ গৃহ নিৰ্মাণ কৰি লাখে লাখে টকা খৰছ কৰি সভা পাতি ৰঙা ফিটা কাটি উদ্বোধন কৰিলেই দায়িত্ব শেষ বুলি ভবাসকলে আন্তঃগাঠনি উন্নয়নত গুৰুত্ব নিদিয়াৰ ফলতেই এনেধৰণৰ হৃদয়বিদাৰক ঘটনা সংঘটিত হয়।
Tweet media one
8
11
133
@Diganta82288504
Diganta Borah
2 years
অসমত বানপানী নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ --- পীযুষ হাজৰিকা। যদি কথা এইটোৱেই তেন্তে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত বানমুক্ত অসম,খাল খান্দি ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণ কৰিম,বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিম এনেধৰণৰ ৰাইজক আভুৱা ভাৰি ভোট কিয় বিচাৰিছিল?
24
6
133
@Diganta82288504
Diganta Borah
3 years
নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সোণ দা তোৰ আত্মাই চিৰশান্তি লাভ কৰক। মোক এতিয়াৰ পৰা বগামূলা বুলি কোনে মাতিব ? চৰকাৰী যন্ত্ৰৰ ভুলৰ বলি সদায় সাধাৰণ মানুহেই হ'ব লগা হয়। 😭😭😭😭 #ইন্দেশ্বৰ_বৰা
24
7
131
@Diganta82288504
Diganta Borah
3 years
নতুন প্ৰজন্মৰ ভাইটি ভণ্টিসকলে অসমীয়াত টুইটাৰত লিখা মেলা কৰে।ব্যক্তিগতভাৱে মই বহুত আনন্দ অনুভৱ কৰোঁ।আজিকালি বহুতৰে ভাষাটোৰ প্ৰতি অনীহা দেখিবলৈ পোৱা যায় তেনেস্থলত ভাইটি ভণ্টি সকলে ভাষাটোৰ প্ৰতি দেখুওৱা শ্ৰদ্ধাৰ শলাগ লৈছোঁ।বানানৰ ক্ষেত্ৰত ভুল জ্ঞাতে বা অজ্ঞাতে বহুতৰে হয়।
18
4
128