Fight Against Injustice of APSC Profile Banner
Fight Against Injustice of APSC Profile
Fight Against Injustice of APSC

@FightApsc

Followers
4,441
Following
425
Media
1,239
Statuses
3,979

Advocating for fairness & transparency in Assam Public Service Commission exams 🔍Exposing corruption and malpractice in the govt recruitment process 💬 Join us

Assam
Joined July 2020
Don't wanna be here? Send us removal request.
Explore trending content on Musk Viewer
Pinned Tweet
@FightApsc
Fight Against Injustice of APSC
2 years
Respected Sir @himantabiswa The meritorious students hv not got Justice yet in the said exam i.e. Assam Civil Services Exam 2013 which u questioned even when u were neither CM nor part of this Govt. @narendramodi @AmitShah @PMOIndia (1/3)
@himantabiswa
Himanta Biswa Sarma
9 years
Result of Assam public service examination has been announced.Did meritorious students get justice?Can APSC exam be transparent like TET?(1)
18
20
41
14
17
119
@FightApsc
Fight Against Injustice of APSC
1 year
সু-খৱৰ: 🟧অসমীয়া মাধ্যমত পঢ়া নগাঁৱৰ ভাস্বত শইকীয়াই ভাৰতীয় বন সেৱা(IFS)ৰ পৰীক্ষাত দেশৰ ভিতৰতেই ৬৮সংখ্যক স্থানৰে উজ্বলি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিলে।। 🟧উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাতো দশম স্থান লাভ কৰিছিল ভাস্বতে।। ভাস্বত শইকীয়ালৈ আমি আন্তৰিক শুভেচ্ছা জনালো।।💐
Tweet media one
13
10
200
@FightApsc
Fight Against Injustice of APSC
4 months
No one is more hated than he who speaks the Truth -Plato
Tweet media one
8
12
185
@FightApsc
Fight Against Injustice of APSC
2 years
✒ আমি জনামতে অসম পুলিচে ভিক্টৰ দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি (IPC) আইনৰ 120(B)/153/153(A)/384/505(B)/511 ধাৰাত গোচৰ ললে।। ▪ইয়াৰ 153A আৰু 384 IPC ৰ অৰ্থ কি নিজেই বিবেচনা কৰক।। ▪শুনক জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাৰ মুখেৰেই।। ▪আৰক্ষীৰ অভিযোগ মিছা হলে শাস্তি কোনে বিহিব⁉️
9
27
175
@FightApsc
Fight Against Injustice of APSC
11 months
পালসেনাৰ 2013বৰ্ষৰ বিষয়া সুকন্যা বৰাৰ সম্পত্তিৰ পাহাৰ।।😱😳 এচামৰ মুখত আখৈফুটাদী ফুটা তথাকথিত মেধাৰ বলত তথা সৎ পথেৰে বাচনিভূক্ত হোৱা এই বৰ্ষৰ আন একাংশৰ সম্পত্তিৰ পাহাৰ দেখিলে ৰাইজ হতচকিত হৈ পৰিব।। সেইবাবেই আমি কৈ আছো সমগ্ৰ 2013 আৰু2014 বৰ্ষৰ নিযুক্তি বাতিল কৰক।।
Tweet media one
12
19
166
@FightApsc
Fight Against Injustice of APSC
6 months
Ground reality of Assam explained by an insider...😎
5
49
162
@FightApsc
Fight Against Injustice of APSC
10 months
কৰুণ সত্য... ৰুঢ় বাস্তৱ... ললিত গগৈ ....✒️
Tweet media one
9
9
161
@FightApsc
Fight Against Injustice of APSC
2 years
ন্যায়ৰ আলয়= ন্যায়ালয় অৱশেষত, আয়োগৰ পৰা আইৰ মুখৰ ভাষা কৰ্তনৰ প্ৰচেষ্টা সফল।।🙏
10
16
154
@FightApsc
Fight Against Injustice of APSC
11 months
#BREAKING 11গৰাকীকৈ APSবিষয়াক নিলম্বন কৰিলে চৰকাৰে।।বিষয়া সকল ক্ৰমে:- 1. দিপাংকৰ দত্ত লহকৰ 2. নিতুমণি দাস 3. ৰুমী তিমুংপী 4. ফাৰুক আহমেদ 5. কল্যাণ কুমাৰ দাস 6. কুল প্ৰদীপ হাজৰিকা 7. নীলাঞ্জল গগৈ 8. নন্দিনী কাকতি 9. অনল জ্যোতি দাস 10. শ্বাহজাহান সৰকাৰ 11. ঐশ্বৰ্য জীৱন বৰুৱা
10
8
152
@FightApsc
Fight Against Injustice of APSC
1 year
এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা জালিয়াতিৰে বাচনিভূক্ত #Special_34 ৰ নামসমূহ আজিৰ #দৈনিক_জনমভূমি কাকতত বিতং ভাবে প্ৰকাশিত হৈছে।।
Tweet media one
Tweet media two
7
22
149
@FightApsc
Fight Against Injustice of APSC
9 months
📌কাৰ স্বাৰ্থত অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ যোগ্যতামূলক কাকতখনো প্ৰত্যাহাৰ কৰা হৈছিল, সেইয়া দুদিন দেৰিকৈ হলেও সকলোৱে বুজিব।। 📌জাতি মাটি ভেটিৰ চৰকাৰ ভাষাৰ কি দৰকাৰ⁉️ Do you remember... #Removal_of_Assamese_Qualifying_Paper
Tweet media one
7
20
147
@FightApsc
Fight Against Injustice of APSC
2 years
যিখন চৰকাৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতো পৰীক্ষাৰ পেপাৰ কৰ্তন কৰি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে,সেই চৰকাৰৰ বাবে অভাৰলেপিং ৰ সমস্যাটো সমাধান কৰা তেনেই সহজ। কিন্ত্ত ইমানৰ পিছতো যদি সমস্যা সমাধান নহয়,তেন্তে আমি এইয়াই বুজিব লাগিব যে এই চৰকাৰৰ 2বছৰতো 1লাখ নিযুক্তি দিয়াৰ সামৰ্থ্য নাই।।
Tweet media one
Tweet media two
25
48
145
@FightApsc
Fight Against Injustice of APSC
2 months
How shameless, disgusting,& inhuman! 📌If you are outraged by the Himanta B Sarma govt's decision to suspend the internet for Grade 3 exam,there's more. Assam police hv allegedly touched women's private parts during the pre-exam checks wh were conducted openly & with bare hands
14
42
143
@FightApsc
Fight Against Injustice of APSC
11 months
#Special_3 amongst the #Special_34 ⁉️ 1)Nabanita Sarma 2)Sukanya Das 3)Nandini Kakati If no action taken against d said #Special_3 fraudulently selected officers Or if they get anticipatory bail Or they turn out to be Govt approver, Then you wl understand d meaning of #Special_3
Tweet media one
Tweet media two
9
19
142
@FightApsc
Fight Against Injustice of APSC
10 months
📌 ফটোৱে হেনো কথা কয়! 📌কালি কোকৰাঝাৰত আৰক্ষী বিষয়াৰ সৈতে ডিজিপি ডাঙৰীয়াৰ মত বিনিময় অনুষ্ঠানত স্বয়ংডিজিপি ডাঙৰীয়াৰ কাষত দেখা গল- বক্ৰপথৰে বাচনিভূক্ত বিষয়া নৱনীতা শৰ্মাক উল্লেখ্যযে নৱনীতা শৰ্মাৰ ভাতৃ প্ৰিয়াংকু জ্যোতি শৰ্মাও পালৰ আমোলৰ 2013বৰ্ষৰ পৰীক্ষাত বাচনিভূক্ত হৈছিল।
Tweet media one
11
8
139
@FightApsc
Fight Against Injustice of APSC
2 months
অসমৰ ৰাইজ অত্যাধিক কৰ, স্মাৰ্ট মিটাৰৰ হাৰাশাস্তি , ভঙা ৰাষ্টাটো টোল টেক্স, যান বাহন আইনৰ ফাইনৰ আতিশয্যত ইত্যাদিত ভুগিলেও চিন্তা কৰিব নালাগে।। কাৰণ আমাৰ আৰ্থিক অৱস্থা পয়ালগা হ'লেও আমাৰ মুখ্য মন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি দোপতদোপে বাঢ়িছে।। এইয়া আমাৰ বাবে অতি গৌৰৱৰ কথা।।
Tweet media one
14
8
137
@FightApsc
Fight Against Injustice of APSC
1 year
প্ৰথমে এজন মুখ্যমন্ত্ৰীৰ ভাষ্য শুনক।। নিযুক্তি কেলেংকাৰীৰ অভিযোগৰ সত্যতা পৰোক্ষ্য ভাবে স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।। পিছে কিমান নিৰ্লজ্জ উত্তৰ এজন সাংবিধানিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ।। অসমীয়া হোৱা বাবেই এচাম নিযুক্তি কেলেংকাৰীত অভিযুক্তই সুৰক্ষা পাব লাগে নে⁉️
36
18
136
@FightApsc
Fight Against Injustice of APSC
2 years
🔶️10% Reservation to EWS is back...
Tweet media one
18
20
132
@FightApsc
Fight Against Injustice of APSC
3 years
➡️ধ্ৰুৱজ্যোতি বৰুৱা (ACS 51) ➡️দীপাংকৰ দত্ত লহকৰ(APS 9) ➡️নীলাঞ্জন গগৈ(APS 35) ➡️বিকাশ শৰ্মা (Asst Rigistr, Coopertive Societes)এই কেইজনকো বহীৰ খেলিমেলিৰ বাবে আয়োগৰ জাননী প্ৰেৰণৰ খবৰ আহিছে।। ইয়াৰ দীপাংকৰ দত্ত লহকৰৰ লগতে তেওঁৰ ভনী মিতালী লহকৰেও(ACS 3) সেই বছৰ বাচনিভুক্ত হৈছিল।
4
15
128
@FightApsc
Fight Against Injustice of APSC
10 months
List of fraudulently selected officers who are not even suspended till date in #APSCScam ACS 1)Tridib Roy 2)Bikramadity Bora 3)Jagadish Brahma 4)Nandita Hazarika APS 1)Nabanita Sharma 2)Amit Raj Choudhury 3)Asheema Kalita 4)Rituraj Doley ST 1)Jayanta Doley 2)Priyanka Deka👏👏
6
17
125
@FightApsc
Fight Against Injustice of APSC
3 months
ড° ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি ।। নিকা আৰু স্বচ্ছ নিযুক্তিৰ দিশত আন এক যুগান্তকাৰী পদক্ষেপ।।🙏😎
Tweet media one
17
4
123
@FightApsc
Fight Against Injustice of APSC
1 year
🔶️ অসমৰ প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ এজনৰ পিছত আন এজনৰ কৰ্ম কাণ্ডই অসমৰ সভ্য সমাজক লজ্জিত কৰিছে!
Tweet media one
18
4
124
@FightApsc
Fight Against Injustice of APSC
4 months
কেৱল ৰাজস্থানৰ প্ৰাৰ্থী দীপিকা দাদানীয়েই(ACS 35) নহয়,অসমীয়া ভাষা তথা অসমৰ সাহিত্য-সংস্কৃতিৰ নূন্যতম জ্ঞান নথকা মনিছ আগৰৱালাৰ(APS20) দৰে বহু প্ৰাৰ্থীয়ে বিগত বৰ্ষত অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। কাৰ স্বাৰ্থত আয়োগৰ পৰা অসমীয়া কৰ্তন কৰা হ'ল⁉️
5
23
124
@FightApsc
Fight Against Injustice of APSC
2 years
🔶️Why #Over_Lapping is Bad... 🔶️Why Apprehension of Overlapping in #ADRE is Genuine & a matter of serious concern... PIC 1:- Result of Squad Commander PIC 2:- Result of Station Officer Both exams conducted by APSC Now see how 5 names Overlapped in 2 different exams😳🤔
Tweet media one
Tweet media two
23
69
120
@FightApsc
Fight Against Injustice of APSC
2 years
🔶️অৱশেষত cut-off নম্বৰ প্ৰকাশ কৰিবলৈ বাধ্য হল-অসম লোকসেৱা আয়োগ।। 🔶️তদুপৰি GS-I ত 5টা আৰু GS-IIত 2টা মুঠ 7টা আয়োগৰ প্ৰশ্নোত্তৰ(Official Ans key )শুদ্ধ কৰাৰ কথা জনায়।। কিন্ত্ত প্ৰশ্নোত্তৰ কেইটা উল্লেখ কৰাৰ পৰা বিৰত থাকে।।
Tweet media one
@FightApsc
Fight Against Injustice of APSC
2 years
প্ৰসংগ:অসম অসামৰিক সেৱা পৰীক্ষা 2022 1)স্বচ্ছতাৰ কথা কোৱা APSCয়ে প্ৰাৰম্ভিক পৰীক্ষাৰ আয়োগৰ ভুল প্ৰশ্নোত্তৰ সমূহ শুদ্ধ কৰিলে নে? যদি কৰিলে তেনেহলে Final Corrected Ans-key এই বছৰো কিয় প্ৰকাশ নকৰিলে? 2)ৰাকেশ পালৰ সময়তো প্ৰাৰ্থীয়ে RTIৰ জৰিয়তে নিজৰ OMR উত্তৰবহী লাভ কৰিছিল।। Cont
Tweet media one
Tweet media two
Tweet media three
2
3
84
8
17
122
@FightApsc
Fight Against Injustice of APSC
2 years
📢অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা 2022ৰ নটিফিকেচন কিছু সময় পূৰ্বে প্ৰকাশিত হয়।।সৰ্বমুঠ 793টা পদৰ বাবে আয়োগে পৰীক্ষা অনুষ্ঠিত কৰিব।।
5
9
122
@FightApsc
Fight Against Injustice of APSC
3 years
ফাৰক আহমেদ (APS rank 7), নৱনীতা শৰ্মা(APS rank17) আৰু কুলপ্ৰদীপ ভট্টাচাৰ্য্য(APS rank 21) এই তিনিজন বিষয়ালৈ ন্যায়িক কমিটিয়ে জাননী প্ৰেৰণ কৰাৰ খবৰ আহিছে।।
4
6
118
@FightApsc
Fight Against Injustice of APSC
5 months
No Comment...😎
Tweet media one
2
5
117
@FightApsc
Fight Against Injustice of APSC
2 years
প্ৰসংগ: তৃতীয়বৰ্গৰ পৰীক্ষাৰ ফলাফল যি পৰীক্ষাত প্ৰাৰ্থীসকলে পৰীক্ষা দি নিজৰ প্ৰশ্নকাকতখনো নিজৰ লগত নিব নোৱাৰে; যি পৰীক্ষাত official Answer-keyপ্ৰকাশ আৰু সংশোধনৰ কোনো ব্যৱস্থা নাই; যি পৰীক্ষাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা 8.5 লাখ প্ৰাৰ্থীয়ে আজিও নিজে লাভ কৰা নম্বৰ গম নাপায়...
8
15
115
@FightApsc
Fight Against Injustice of APSC
6 months
কৌই ৰজা-মহাৰাজা আ ৰহা হ্যে ক্যা⁉️
Tweet media one
3
18
111
@FightApsc
Fight Against Injustice of APSC
1 year
🔶️ চাকৰি পাবলগীয়া 39,567 গৰাকীৰ 20,000 মানেহে পাব প্ৰকৃত নিযুক্তি।। 🔶️ বছৰত 1লাখকৈ দুবছৰত 2লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত সমাপ্ত কৰিব নোৱাৰে 1 লাখ নিযুক্তিও।।
Tweet media one
2
30
109
@FightApsc
Fight Against Injustice of APSC
8 months
🟥 ৮ বছৰত অসম চৰকাৰে মুকলি কৰিলে ৬৮৫ খন বাৰ! 🟥 পিছে বিগত ৮বছৰত বিজেপি চৰকাৰে বন্ধ কৰিলে ৬৩৩৫খন বিদ্যালয় 🟥 স্কুলৰ পিছত এইবাৰ বন্ধ হ'ব হেনো বহু কলেজ
Tweet media one
2
12
111
@FightApsc
Fight Against Injustice of APSC
3 months
অসমত বোলে এগৰাকী মহিলা আছে... বিশিষ্ট কবি নীলিম কুমাৰৰ ফেচবুক প'ষ্ট...
Tweet media one
0
9
106
@FightApsc
Fight Against Injustice of APSC
9 months
ACS উত্তীৰ্ণ: তিনিজনক নিযুক্তি পত্ৰ নিদিলে।। পিছে নিকা আৰু স্বচ্ছ ব্যৱস্থাত এই সকল বাচনিভূক্ত হল কেনেকৈ! প্ৰিয়ংকা বৰুৱাই একমাত্ৰ বক্ৰপথেৰে বাচনিভূক্ত বিষয়া নেকি? তথ্য জনাৰ অধিকাৰ আইন ধোঁৱাচাঙত কিয়? তথ্য দিবলৈ সংস্কাৰিত APSCৰ ভয় কিয়? উত্তৰ দিয়া হব...
Tweet media one
Tweet media two
6
5
104
@FightApsc
Fight Against Injustice of APSC
5 months
◾This is not just the victory of @GauravGogoiAsm ◾This is the victory of people of Assam who were sick of the #corruption , #hypocrisy , #tyranny , #Nepotism and #Favouritism of this present Govt... ◾It's really a tight Slap...😎
@Mrinal_MLA
Mrinal Saikia
5 months
#8pm : #ElectionResult2024 Special congratulations to @GauravGogoiAsm for your amazing win. This result is very significant in Jorhatmany ways.The outcome proved that- Money,Big Publicity, Over Doses of Leaders and Arrogant Speeches does not always help to win elections.
Tweet media one
93
233
2K
8
4
107
@FightApsc
Fight Against Injustice of APSC
2 years
📢অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত অৱতীৰ্ণ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থী 🟥 এইয়া আমাৰ বাবে অন্ততঃ বিষ্ফোৰক খবৰ নহয়।।আমি যি আশংকা কৰিছিলো সেইয়াই সত্য হল।। 🟥 হিন্দীত প্ৰশ্নকাকত ছপা কৰাৰ কাৰণ এইয়াই নহয় জানো?
Tweet media one
12
16
104
@FightApsc
Fight Against Injustice of APSC
2 years
●ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটৰে আৰক্ষীৰ কনিষ্টবলৰ পৰীক্ষা দিবলৈ অহা প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰি বাহঃ বাহঃ লোৱা অসম চৰকাৰে এই ধৰণৰ ভুৱা EWSৰে বাচনিভূক্ত বিষয়াৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লবলৈ সৎ সাহস হবনে? ●এই ধৰণৰ ভুৱা EWSৰ চাৰ্টিফিকেট দিয়া বিষয়াসকলেও শাস্তি পাবনে? @himantabiswa
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
5
106
@FightApsc
Fight Against Injustice of APSC
2 years
◼কোনে কয় নৱ প্ৰজন্মই অসমীয়া ভাষাটোক শ্ৰদ্ধা নকৰে।।ভাল নাপায়।। ◼কিমান সুন্দৰকৈ লিখিছে #অশ্ৰাৱিকা_বৰাই... " বাকী যুঁজিবলৈ ভয় নকৰাসকলে অহাবেলি আকৌ এঘড়ী যুঁজ নতুনকৈ দিবা । যুঁজ নেৰিবা , যুঁজ নেৰিবা । জাক জাক #ৰাংকুকুৰৰ মাজতেই #বাঘ হৈ গোঁজৰণি তুলিব লাগিব।"
Tweet media one
5
14
106
@FightApsc
Fight Against Injustice of APSC
2 years
●স্বচ্ছ পৰীক্ষাৰ নামত প্ৰহসনত পৰিণত হল নেকি- অসামৰিক সেৱা পৰীক্ষা 2020! ●আজিলৈ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ আৰু কাট অফ নম্বৰটোও আনকি ৰাজহুৱা নহল ●ভুৱা EWSপ্ৰমাণপত্ৰ লৈও বাচনিভূক্ত হল বহুজন আশাকৰো কাইলৈ অসমৰ ছপা মাধ্যমত প্ৰকাশ পাব এই বিষয়ৰ কিছু বিস্ফোৰক তথ্য।
5
4
106
@FightApsc
Fight Against Injustice of APSC
3 months
অসমৰ ভুৱা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ (EWS) ACS-APS বিষয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস হিমন্ত চৰকাৰৰ হ'ব নে⁉️ #CCE2020 @himantabiswa @RaviKota12
Tweet media one
4
6
106
@FightApsc
Fight Against Injustice of APSC
1 year
🔶️লীনা দলে: তাৰা প্ৰসাদৰ ফচল।। 🔶️ৰূপজ্যোতি কলিতা:ৰাকেশ পালৰ ফচল।। গতিকে বাকীখিনি ৰাইজে নিজেই বুজি লওক।। আজিলৈ ৰাকেশ পালৰ এই কলংকিত 2013বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ দাগী বিষয়াৰ বিৰুদ্ধে শৰ্মা চৰকাৰে কিয় একো ব্যৱস্থা লোৱা নাই,ৰাইজে নিজেই বুজিছে চাগে।।
5
12
104
@FightApsc
Fight Against Injustice of APSC
5 months
◾অহংকাৰেই পতনৰ মূল-যোৰহাট যেন তাৰেই প্ৰমাণ।।
6
10
104
@FightApsc
Fight Against Injustice of APSC
2 months
#APSC_SCAM #Part_2 📢 ৰোল নম্বৰ সলাই যোগ্য প্ৰাৰ্থীক কৰিলে বঞ্চিত ◾ এপিএছচিত এতিয়াও জীয়াই আছে -ৰাকেশ পাল! ◾২০২২ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাত ভয়াবহ দুৰ্নীতি হোৱা বুলি আমি যি অভিযোগ আনিছিলো- সেইয়া পুণৰবাৰ সত্য বুলি প্ৰমাণিত হৈছে।। @AkhilGogoiAG @BhupenKBorah @ManoTalukdar
Tweet media one
Tweet media two
7
17
104
@FightApsc
Fight Against Injustice of APSC
1 year
🔶️লক্ষীমপুৰৰ ASP ৰুণা নেওগৰ পিছত এইবাৰ জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ সৈতে নাম সাঙোৰ খাইছে নগাঁওৰ ASP ৰূপজ্যোতি কলিতাৰ।। উল্লেখযোগ্য যে এই দুয়োজন বিষয়াই ৰাকেশ পালৰ আমোলত কলংকিত অসামৰিক সেৱা পৰীক্ষা2013ত বাচনিভূক্ত হৈছিল #SI_Junmoni_Rabha_Death_mystery #APSC_Cash_For_Job_Scam
Tweet media one
Tweet media two
Tweet media three
Tweet media four
6
10
103
@FightApsc
Fight Against Injustice of APSC
2 years
🔶️মাষ্টৰকেই মাষ্টাৰমাইণ্ড সজোৱা হিমন্ত বিশ্ব চৰকাৰে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক কিমান দিনলৈ সুৰক্ষা দিব? 🔶️#আমাৰঅসম কাকতত প্ৰকাশিত হোৱা গোগামুখ কলেজৰ অধ্যাপক শচীন্দ্ৰ দলেৰ লেখাত অধ্যক্ষ জৈনৰ কৰ্ত্তব্যৰ প্ৰতি চূড়ান্ত গাফিলতি স্পষ্টকৈ প্ৰমাণিত হৈছে।। @himantabiswa
Tweet media one
Tweet media two
Tweet media three
12
13
102
@FightApsc
Fight Against Injustice of APSC
1 year
🔶️Around 5 lakh people worst hit in State Flood 🔶️IMD predicts heavy rainfall in the next three days in some districts of Lower Assam 🔶️Amidst such scenario,APSC is going to conduct CC(Mains)Exam22 from 8th to 10th July... (1/n)
Tweet media one
5
37
100
@FightApsc
Fight Against Injustice of APSC
11 months
📢 Finally Nanda Babu Singh, the then Principal Controller of Examination,APSC is arrested by SIT... #APSC_SCAM #SIT_Investigation
6
6
100
@FightApsc
Fight Against Injustice of APSC
1 year
🟥কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ প্ৰাৰ্থী সকললৈ ফাইট এগেইনষ্ট ইনজাষ্টিছ অব এপিএছচিৰ তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা জনালো।। আশাকৰো মূল পৰীক্ষাতো এই সাফল্যৰ ধাৰাবাহিকতা অটুত থাকে।।💐💐💐
Tweet media one
Tweet media two
Tweet media three
5
4
99
@FightApsc
Fight Against Injustice of APSC
11 months
List of 21 suspended officers:- One #Bichitra_Gopal_Nath (Sl. No 20) presently Employment Officer of North Lakhimpur also suspended by Assam Govt. The anomalies of Bichitra Gopal Nath found by SIT as he was not included in the Justice B.K.Sharma Commission report-Acc to sources
Tweet media one
11
9
100
@FightApsc
Fight Against Injustice of APSC
11 months
Tweet media one
10
6
99
@FightApsc
Fight Against Injustice of APSC
2 years
Pic 1-NPS আঁচনিত অৱসৰপ্ৰাপ্ত কেইজনমান পেন্সনাৰে পোৱা মাহিলী পেন্সনৰ পৰিমাণ। Pic 2- অৰুনোদই আঁচনিৰ জৰিয়তে হিতাধিকাৰীয়ে লাভ কৰিব মাহে 1250 টকাকৈ।।😲😎 এতিয়া কওক।। কেনে অনুভৱ হৈছে⁉️😊
Tweet media one
Tweet media two
6
16
99
@FightApsc
Fight Against Injustice of APSC
2 years
ধন্যবাদ।। অসম চৰকাৰ।। ধন্যবাদ।। এপিএছচি।। 🙏🙏🙏
Tweet media one
4
3
99
@FightApsc
Fight Against Injustice of APSC
1 year
🟧আজিৰ মৃণাল তালুকদাৰ ডাঙৰীয়াৰ অনুষ্ঠানৰ কিছু অংশ... বিজেপি নেত্ৰীৰ আত্মহত্যা, ধনৰ লেনদেন চাকৰিৰ ক'লা বজাৰ... তাৰ মাজতেই #ৰাকেশ_পালৰ #মেৰা_দেশ_মহান গীতৰ প্ৰসংগ। ।👇
3
12
97
@FightApsc
Fight Against Injustice of APSC
1 year
🟥এবাৰ ভাবক-কেনে ধৰণৰ নেতাই আমাক নেতৃত্ব দি আছে ⁉️🤔🤔😎 প্ৰসংগ: মেডিকেল কলেজসমুহৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় NEET 2023 পৰীক্ষাৰ শেহতীয়া ফলাফল
Tweet media one
Tweet media two
7
11
99
@FightApsc
Fight Against Injustice of APSC
3 years
Breaking News- APSC কেলেংকাৰীৰ অন্য এজন মহানায়ক তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ উপ সভাপতিৰ দ্বায়িত্ব অৰ্পণ।।👏👏👏
11
9
97
@FightApsc
Fight Against Injustice of APSC
2 years
📢 স্বয়ং মুখ্যমন্ত্ৰীয়েই দেখোন সাংবাদিকক নিকা নিযুক্তি নাই হোৱা যদি প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান দিছিল।। ▪পিছে এইয়া কি? ▪লিখিত পৰীক্ষাৰ বিসংগতিৰ পিছতো গা নলৰিল-লক্ষীমপুৰ মেডিকেল কলেজৰ চাকৰিৰ নিযুক্তিত। @DrTaraPrasadDa1 ৰ দিনৰ কাঠ পেঞ্চিলেৰে সাক্ষাৎকাৰৰ নম্বৰ দিয়া যুগৰ আৰম্ভণি!
Tweet media one
4
20
98
@FightApsc
Fight Against Injustice of APSC
4 months
#Breaking ◾কাৰ স্বাৰ্থত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষালৈ উভতিল সাক্ষাৎকাৰ ⁉️ ◾ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে মৌখিক পৰীক্ষা কিয়? ◾ সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্ত খাৰিজ কিয় হিমন্ত বিশ্ব শৰ্মাৰ।।
Tweet media one
Tweet media two
9
9
96
@FightApsc
Fight Against Injustice of APSC
1 year
🟥42,000প্ৰাৰ্থীয়ে 2013বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 25,000প্ৰাৰ্থীয়ে 2014চনৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।সেইসকলৰো পৰিয়াল আৰু সন্তান নিশ্চয় আছে পৰীক্ষাৰ নামত #প্ৰহসন অনুষ্ঠিত কৰি পালসেনাই সেইসকলৰো জীৱন তথা সপোন চুৰমাৰ কৰি থৈছে।সেইসকলকো মানবীয় দিশেৰে নাচায় কিয়⁉️
Tweet media one
18
12
96
@FightApsc
Fight Against Injustice of APSC
2 years
🟥যি পৰীক্ষাত প্ৰাৰ্থীসকলে নিজৰ প্ৰশ্নকাকতখনো লগত লৈ যাব নোৱাৰে; 🟥যি পৰীক্ষাত কেৱল আধাৰ কাৰ্ডৰ খেলিমেলিৰ বাবেই হাজাৰ হাজাৰ স্থানীয় নিবনুৱাই আবেদন কৰিব নোৱাৰিলে; অথচ বহিঃৰাজ্যৰ প্ৰাৰ্থী অৱতীৰ্ণ হল। ✒তেনে নিযুক্তি প্ৰক্ৰিয়া প্ৰকৃততে“বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী”সদৃশ নহয় নে!
Tweet media one
Tweet media two
2
16
96
@FightApsc
Fight Against Injustice of APSC
1 year
🔶️সোৱণশিৰি নৈখনক সৰ্বকালৰ বাবে হত্যা কৰা হ'ল।।😢 প্ৰায় 18ঘন্টা নৈখন শুকাই থাকিল।মাছ কাছ শিহুকে ধৰি নৈখনৰ জলজ প্ৰাণী আৰু উদ্ভিদৰ অপমৃত্যু ঘটিল।। 🔶️নদীখনে আৰু স্বাভাৱিক গতি কেতিয়াও ঘূৰাই নাপায়।। 🔶️বৃহৎ নদীবান্ধৰ সমৰ্থন কৰা আৰু সমৰ্থনত প্ৰবন্ধ লিখা মহাপুৰুষসকল এতিয়া ক'ত⁉️
3
12
95
@FightApsc
Fight Against Injustice of APSC
7 months
#UPSC #CSE2023 #Final_Result Congratulations 1 Rank 172 Abhijnan Hazarika 2. Rank 230 Ricky Lohkar Pradhan. 3. Rank 462. Rituraj Sharma. 4. Rank 320. Ishwari Deka. 5. Rank 552. Bhaskata saikia. 6. Rank 992 Kallul Hazarika
Tweet media one
4
9
95
@FightApsc
Fight Against Injustice of APSC
5 months
যিখন অসমত নৱনীতা শৰ্মাৰ দৰে পাল সেনাৰ বিষয়াই উত্তৰ বহীত অবৈধ ভাবে ৫০ নম্বৰ বৃদ্ধি কৰিও আজিলৈ নিলম্বন পৰ্যন্ত নহল,সেইখন অসমত এইবোৰ অতি সাধাৰণ কথা... সৰু সৰু কৰ্মচাৰীৰ ক্ষেত্ৰতহে আইনখন কঠোৰ।।।
@gpsinghips
GP Singh
5 months
অসম আৰক্ষীত কৰ্তব্যৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰ অনলাইন সামাজিক মাধ্যমক ব্যৱসায়িকভাৱে ধন আহৰণৰ এক অচিলা হিচাপে ব্যৱহাৰ কৰাৰ তথ্য আমাৰ নিয়মীয়া নিৰীক্ষণত ধৰা পৰিছে৷ চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা এনে ব্যৱসায়িক কাম-কাজ নিয়ম বিৰুদ্ধ আৰু এই কৰ্মচাৰীগৰাকীৰ এনে কাৰ্য প্ৰমাণিত হোৱাত
50
21
273
7
11
95
@FightApsc
Fight Against Injustice of APSC
3 months
এপিএছচিৰ পৰা তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰসংগত জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়াৰ বাস্তৱসন্মত মন্তব্য লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিদৰে আনকি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাটো অসমীয়া ভাষাৰ বাধ্যতামূলক অংশ সংলগ্ন কৰিছে দেখুওৱা হ'ল
Tweet media one
Tweet media two
9
14
95
@FightApsc
Fight Against Injustice of APSC
5 months
◾নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈৰ এখন নামাজ পঢ়াৰ ফটোৰ প্ৰসংগত এচাম তথাকথিত হিন্দুত্ববাদীয়ে হৈ চৈ কৰিছিল। ◾আনকি সুৰাৰ গিলাছ হাতত লৈ সামাজিক মাধ্যমত ফটো দিয়া #চাংবাদিকৰো কি নীতি শিক্ষা 🫣 ◾ পিছে আজি এই👇 দুজনৰ ওপৰতেই নিৰ্ভৰ কৰি নৰেন্দ্ৰ মোদী হ'ব তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী 😎🤭
Tweet media one
Tweet media two
5
11
91
@FightApsc
Fight Against Injustice of APSC
1 year
#অভাৰলেপিং ▪51 হাজাৰ নিযুক্তিৰ অৰ্ধেকো পূৰ্ণ নহ'ব।। ▪অকল অভাৰলেপিং নহয়,গোটেই পৰীক্ষাটোৰ স্বচ্ছতা আৰু নিৰপেক্ষতাকলৈও প্ৰশ্ন উদয় হৈছে।।
Tweet media one
Tweet media two
Tweet media three
8
16
91
@FightApsc
Fight Against Injustice of APSC
2 years
1️⃣ স্বচ্ছ আৰু নিকা পৰীক্ষাৰ দাবী কৰা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা প্ৰায় 8.5 লাখ প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ,অ এম আৰ শ্বীট ৰাজহুৱা কৰাৰ সাহস হবনে⁉️ প্ৰাৰ্থীসকলে এতিয়া অন্ততঃ নিজৰ প্ৰশ্নকাকতখন ঘূৰাই পাব নে⁉️ @himantabiswa @mygovassam (1/n)
Tweet media one
Tweet media two
4
16
91
@FightApsc
Fight Against Injustice of APSC
3 months
◾ছমাহ পূৰ্বে সুখ্যাতিৰে এপিএছচি উত্তীৰ্ণৰ ঘৰত আৰক্ষীৰ তালাচী- উদ্ধাৰ 14 লাখ ◾যি দেশত বিগত দুটা দশকৰ অধিক সময়ৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্থ মানুহজনেই ৰজা, সেই দেশত এইবোৰ যেন তেনেই সাধাৰণ কথা।। ◾সামগ্ৰিক বিবেক আৰু মূল্যবোধৰ অধঃপতন যোৱা সমাজত চোৰবোৰেই এতিয়া পুলিচ।।
Tweet media one
Tweet media two
7
13
92
@FightApsc
Fight Against Injustice of APSC
2 years
🟥লিখিত পৰীক্ষাৰ ফলাফল দিওঁতেই যি ধৰণৰ প্ৰচাৰ এচাম বৈদ্যুতিন মাধ্যমে কৰিছে,এনে লাগিছে যেন পিয়নৰ চাকৰি নহয় কিবা সৰ্বভাৰতীয় কঠিন পৰীক্ষাহে পাছ কৰিছে।। 🟥এচাম সংবাদ মাধ্যমৰ প্ৰচাৰৰ চমক চাওক।।চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফাইনেল ৰিজাল্ট নিদিওঁতেই দুখীয়া ঘৰৰ প্ৰাৰ্থী বিচৰা আৰম্ভ।।😎🤣
Tweet media one
8
3
93
@FightApsc
Fight Against Injustice of APSC
7 months
◾দুবছৰ সম্পূৰ্ণ হল দেশ কপাঁই যোৱা অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ প্ৰতিবেদন দাখিল কৰা।। ◾আজিলৈ আনকি ৰাজহুৱা নহল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন।।
Tweet media one
10
11
90
@FightApsc
Fight Against Injustice of APSC
6 months
◾হিমন্ত বিশ্ব শৰ্মাই ১৬ বছৰ বয়সত ভোট দিছিল নেকি⁉️
Tweet media one
8
10
91
@FightApsc
Fight Against Injustice of APSC
2 years
বৈশ্য:তৃতীয়বৰ্গৰ পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত সৰ্বোচ্চ ৰেংকিঙ কোনে পালে⁉️ গগৈ: ভাল কথা কৈছে।ৰেংকিঙ দূৰৰেই কথা।উত্তীৰ্ণ প্ৰাৰ্থীসকলেও এতিয়ালৈ নিজৰ পৰীক্ষাৰ নম্বৰ লাভ কৰা নাই বৈশ্য: আচ্ছা,তেতিয়াহলে লটাৰী মাধ্যমৰে বিভাগ নিৰ্ণয় কৰা বিষয়টো কিমান স্বচ্ছ? গগৈ:লটাৰীত স্বচ্ছতা নাথাকে🥴
3
9
92
@FightApsc
Fight Against Injustice of APSC
8 months
🟥প্ৰখ্যাত ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ 30 মিনিটৰ এই ভিডিঅ'ই যেন কালি শাসকীয় দলৰ ৰাজহাড়ডালেই কঁপাই থৈ গল। 🟥 দেশৰ সাম্প্ৰতিক নিৰ্বাচন ব্যৱস্থা, দুৰ্নীতি তথা গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিভাষাৰ সন্দৰ্ভত স্পষ্ট মন্তব্য প্ৰকাশ হৈছে এই ভিডিঅ'ত।। 🟥 আমাৰ জনৰ কথাও উল্লেখ হৈছে এই ভিডিঅ'ত।।🔥☻️🔥
8
15
90
@FightApsc
Fight Against Injustice of APSC
11 months
Tweet media one
3
2
92
@FightApsc
Fight Against Injustice of APSC
8 months
আমিটো সকলো বুজি পালো।। সকলো প্ৰমাণ কৰোতে দুদিন দেৰি হব... কিন্ত্ত নেৰো।। সেইদিনা কি হব... এই বছৰৰ অনিয়মৰ লগত জড়িত সকলোৱে ভাবি থব!
Tweet media one
8
5
90
@FightApsc
Fight Against Injustice of APSC
10 months
📌বিত্তীয় কেলেংকাৰিত গোচৰৰ অভিযুক্ত তথা চাকৰিৰ পৰা বৰ্খাস্ত যুৱতীও বাচনিভূক্ত হল-ACSৰ শীৰ্ষৰ 30সংখ্যক স্হানত 📌 মুকলি প্ৰশ্ন:এগৰাকী বিত্তীয় কেলেংকাৰিত বৰ্খাস্ত তথা গোচৰ চলি থকা প্ৰাৰ্থী অতি মেধাৱী হলেও সুস্থ মানসিকতাৰে পঢ়ি APSCত উত্তীৰ্ণ হব পাৰে নে⁉️ নে উৰহী গছৰ ওৰ আন কৰবাত!
Tweet media one
Tweet media two
11
10
91
@FightApsc
Fight Against Injustice of APSC
1 year
🟧ৰাকেশ পালৰ সময়ত বহুতে ব্যংগ কৰি কৈছিল "এইদৰে কেলেংকাৰীৰে নিযুক্তি প্ৰদান কৰাতকৈ, চৰকাৰে আসনসমূহ মুকলি বজাৰত বেচি দিব লাগে" মেডিকেল শিক্ষাত এতিয়া যেন সেই কথায়ে সত্য প্ৰমাণিত হৈছে।। 🟧মেডিকেল শিক্ষাত বঞ্চিত মেধা-NRI কোটাত 8.25 লাখ ডলাৰত বিক্ৰী ৰাজ্যৰ 33খন MBBS ছিট।।
Tweet media one
12
14
91
@FightApsc
Fight Against Injustice of APSC
3 months
◾নিকা আৰু স্বচ্ছ নিযুক্তিৰ নমুনা।। ◾মৌখিক সাক্ষাৎকাৰে নিযুক্তি দিয়া হ'ল বিধানসভাৰ শীৰ্ষ বিষয়াক ◾ অধ্যক্ষৰ ভতিজা, উপাধ্যক্ষৰ আত্মীয় আৰু সচিব পৰ্যায়ৰ বিষয়াৰ কন্যা বোৱাৰীয়েও পালে চাকৰি।।
Tweet media one
Tweet media two
5
7
90
@FightApsc
Fight Against Injustice of APSC
2 years
APSCকেলেংকাৰীৰ সকলো ৰহস্য স্পষ্টকৈ জনা মানুহজনেই হল-এই কেলেংকাৰীৰ অন্যতম খলনায়ক ৰাকেশ কুমাৰ পাল।। গতিকে,মানুহজনেই নাইকিয়া হৈ গলে এই কেলেংকাৰীৰ আঁৰৰ বহু ভয়ংকৰ সত্য ৰহস্য হৈয়ে থাকি যাব।। Apprehension of danger to the life of Sri Rakesh kr Paul is very high. Yes,that's the tweet
4
5
89
@FightApsc
Fight Against Injustice of APSC
2 years
#CCE2020 #EWS_SCAM ●ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটৰে আৰক্ষীৰ কনিষ্টবলৰ পৰীক্ষা দিবলৈ অহা প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰি বাহঃ বাহঃ লোৱা অসম চৰকাৰৰ এই ধৰণৰ ভুৱা EWSৰে বাচনিভূক্ত ACS, APS বিষয়াৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লবলৈ সৎ সাহস হবনে?
3
4
90
@FightApsc
Fight Against Injustice of APSC
2 months
নিকা ন্যায়িক ব্যৱস্থাৰ বাবে দুঃস্বপ্ন।। পিছে এইয়াই একমাত্ৰ উদাহৰণ নে?
Tweet media one
5
7
90
@FightApsc
Fight Against Injustice of APSC
2 months
◾ নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ।।
Tweet media one
7
6
90
@FightApsc
Fight Against Injustice of APSC
1 year
◼Another Officer of Scam-Tainted CCExam2013 Batch of Paul Dynasty Making Merry⁉️ ◼Interestingly,they were promoted by @himantabiswa Govt on 11th Nov 2022 while Justice B.K.Sharma Commission submitted its report on April 2022 itself indicting dozens of APS officers of that batch
Tweet media one
Tweet media two
11
14
89
@FightApsc
Fight Against Injustice of APSC
11 months
খুব ভাল মন্তব্য মুখ্যমন্ত্ৰী @himantabiswa ডাঙৰীয়া।। পুৰণি ফাইল তেন্তে আমি শীঘ্ৰেই খুলি আছো।।
Tweet media one
0
8
89
@FightApsc
Fight Against Injustice of APSC
2 years
In CCE 2020, Total post=331 Hence, total EWS post =331×10% =33 or 34 But in CCE 2020,total EWS posts=43 Why⁉️ In UPSC we don't see this which is exactly 10%of total seats. @mygovassam
9
6
88
@FightApsc
Fight Against Injustice of APSC
2 years
(1/n) 🟥Yesterday, @atanubhuyan said that @assampolice did a terrific job by arresting Victor Das...for raising baseless allegations of corruption in connection with Grade III and IV Posts Examination of Assam. We immediately promised him that some more questions are coming up..
3
13
88
@FightApsc
Fight Against Injustice of APSC
1 year
চিন্তা নকৰিব ছেবাৰ পেপাৰ লীকৰ দৰে ইমান ভয়ংকৰ কেলেংকাৰীৰ গোচৰত যিদৰে এজনো ছেবাৰ বিষয়া/কৰ্মচাৰী জড়িত নাছিল, সেইদৰেই এই কেছ ফৰ জব কেলেংকাৰীও দুজনমান সৰুসুৰা নেতাৰ গ্ৰেপ্তাৰতে সমাপ্ত হব।লগতে হিমন্ত চৰকাৰৰ দিনত যে পইছা দি চাকৰি কোনেও নাপাই সেই বিষয়েহে আগন্তুক দিনত অধিক প্ৰচাৰ হব।।
5
8
86
@FightApsc
Fight Against Injustice of APSC
2 months
মীঞা মুছলমানক অসম ল'বলৈ নিদিও- মুখ্যমন্ত্ৰী পিছে কেনেকৈ @himantabiswa ডাঙৰীয়া⁉️ 1️⃣উচ্চতম ন্যায়ালয়ত 1951ৰ নাগৰিকত্বৰ সন্দৰ্ভতো আপোনালোকে শপতনামা নিদিয়ে 2️⃣6 নং দফা কমিটিৰ প্ৰতিবেদনো কাৰ্যকৰী নকৰে 3️⃣ শুদ্ধ NRCটো গুৰুত্ব নাই 4️⃣হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনো কাৰ্যকৰী নকৰে...
Tweet media one
9
7
89
@FightApsc
Fight Against Injustice of APSC
1 year
◼️ পুনৰীক্ষণ হব APSC ৰ অসামৰিক সেৱা পৰীক্ষা 2013ৰ পৰীক্ষা বহী।।
Tweet media one
3
4
87
@FightApsc
Fight Against Injustice of APSC
5 months
নীটৰ পৰীক্ষাতকৈও অধিক ভয়াবহ কেলেংকাৰী আছিল- অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰী পিছে কেলেংকাৰীৰ ফচল সমূহ আজিও সুৰক্ষিত আৰু অধিক শক্তিশালী কংগ্ৰেছৰ সময়ৰ কেলেংকাৰী বিজেপিৰ দিনত সুৰক্ষিত।ইয়াৰ দ্বাৰা APSC কেলেংকাৰীৰ মূল মানুহবোৰ এতিয়া বিজেপিত বুলি প্ৰমাণিত নহয়নে⁉️
3
6
88
@FightApsc
Fight Against Injustice of APSC
11 months
অসমৰ বহুকেইটা বৃহৎ জনগোষ্ঠীৰ এজনো কেবিনেট মন্ত্ৰী নথকা অৱস্থাত মেধা আৰু দক্ষতাৰ বলত অশোক সিংঘাল মন্ত্ৰী হয় ভাৰতবৰ্ষৰ আন ৰাজ্যত বিহু বা অসমীয়াৰ আন উৎসৱৰ/তিথিৰ নামত #ৰাজ্যিক_বন্ধ নিদিলেও অসমত 15 নৱেম্বৰ ভাইডোজৰ বাবে আৰু 19 নৱেম্বৰ চট পূজাৰ বাবে ৰাজ্যিক বন্ধ হয় গতিকে বহিৰাগত..
Tweet media one
Tweet media two
7
11
87
@FightApsc
Fight Against Injustice of APSC
2 years
🔶️স্বাস্থ্য বিভাগৰ অস্বাস্থ্যকৰ নিযুক্তি পৰীক্ষা⁉️ একোজন প্ৰাৰ্থী বাছনি হৈছে 31টাকৈ পদত।। 🔶️বাকী নিযুক্তি পৰীক্ষাৰ কাট অফ নম্বৰ আৰু আন আন তথ্য চালিজাৰি চালে কব পাৰি যে এইটোও এটা ৰেকৰ্ড কৰিব পৰা পৰীক্ষাই ।।
Tweet media one
12
23
87
@FightApsc
Fight Against Injustice of APSC
10 months
◼️আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে অসম পুলিচ আৰু পৰিবহন বিভাগে সুৰাপান পৰীক্ষা কৰা #ব্ৰেথ_এনালাইজাৰৰ পাইপডাল ফুকিবলৈ বাধ্য কৰিব পাৰে নে⁉️ ◼️যদি পাৰে তেন্তে ডিঙিত ধৰি হলেও ৰাজ্যৰ সকলো ভ্ৰষ্ট নেতাৰো প্ৰথমে লাই ডিটেক্টেৰ বা পলিগ্ৰাফ টেষ্ট কৰা হওঁক।। পাৰিলে এচামৰ একেদৰেই DNAটেষ্ট কৰিব লাগে।
1
6
85
@FightApsc
Fight Against Injustice of APSC
1 year
Well, Is this the result of so called fair and transparent recruitment exam during the period of @himantabiswa ⁉️ You owe an explanation to the candidates...
@AnanyaSaikia667
Ananya Saikia
1 year
মামাৰ কৃপাত চাকৰি লাভ কৰা সেই বয়োজ্যেষ্ঠ নিবনুৱাজন ! @himantabiswa Yeh Kiya ho Raha hai ???
Tweet media one
Tweet media two
15
17
184
5
10
86
@FightApsc
Fight Against Injustice of APSC
7 months
ৰাজ্যৰ প্ৰশাসনত এতিয়াও এনে মানুহ আছে....
Tweet media one
Tweet media two
2
7
86
@FightApsc
Fight Against Injustice of APSC
11 months
2013বৰ্ষৰ পৰীক্ষাৰ মুঠ পদ=242জন ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে=39জন ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰে=34জন+ গতিকে 39+34+=73+ অৰ্থাৎ মুঠ পদৰ প্ৰায় 1/3জনেই দুৰ্নীতি আৰু জালিয়াতিৰে বাচনিভূক্ত😳 বাকী 2/3অংশৰ এখন লিষ্ট আমিও তৈয়াৰ কৰি থৈছো,যিখন দেখিলে ৰাইজৰ সকলো কথা আৰু স্পষ্ট হব
@KPuzari
KRISHNA PUZARI
11 months
এজন বা দুজনক বাদ দি, বাকী সকলোৱেই দুই নম্বৰিকৈ পোৱা।কাকো ফ্ৰীকৈদিয়া নাছিল। কিন্তু সেইসকলক ধৰিবলৈ, এতিয়া প্ৰমাণ নাই।
3
0
17
6
9
85
@FightApsc
Fight Against Injustice of APSC
2 years
🟥 আমি তথ্য নজনাকৈ কোনো পৰিয়ালৰ বিৰুদ্ধে ইমান গুৰুতৰ অভিযোগ উত্থাপন নকৰো বা এটা অসমীয়া পৰিয়ালক ঢাল হিচাপে লৈ চৰকাৰক চেকা লগোৱাৰ উদ্দেশ্যও আমাৰ নাই।। 🟥34 জনকৈ জালিয়াতিত লিপ্ত বুলি এখন ন্যায়িক আয়োগে স্পষ্ট কৰা ৰাজপত্ৰিত বিষয়াক আৰু 35জনকৈ চাৰ্জচীটেড কৃষি উন্নয়ন বিষয়াক বছৰ
Tweet media one
3
2
85
@FightApsc
Fight Against Injustice of APSC
10 months
#Breaking 📌 #Special_3 ৰ একমাত্ৰ গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী #সুকণ্যা_দাসেও আজি জামিন লাভ কৰে।। 📌আজিলৈ নিলম্বনো নহল- #Special_3 ৰ অন্যতম মুন্নাভাই APS নৱনীতা শৰ্মা।। 📌এইদৰেই ক্ৰমাত অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত যেন এক ভেল্কীবাজীত পৰিণত হব গৈ আছে ।।
@FightApsc
Fight Against Injustice of APSC
11 months
#Special_3 amongst the #Special_34 ⁉️ 1)Nabanita Sarma 2)Sukanya Das 3)Nandini Kakati If no action taken against d said #Special_3 fraudulently selected officers Or if they get anticipatory bail Or they turn out to be Govt approver, Then you wl understand d meaning of #Special_3
Tweet media one
Tweet media two
9
19
142
2
6
85
@FightApsc
Fight Against Injustice of APSC
2 years
🔶️EWSকেলেংকাৰীত অভিযুক্ত বিষয়াই হাঁহিমুখে ট্ৰেনিং কৰি আছে।। 🔶️পালবাহিনীৰ ঠগ, প্ৰৱঞ্চক কেইটাইও বুকুফিন্দাই চাকৰি কৰি আছে।। 🔶️সময় বৰ নিষ্ঠুৰ।।ক্ষমতাৰ বাঘজৰী লৈও ন্যায়ৰ পৰিবৰ্তে অন্যায়, নীতিৰ পৰিবৰ্তে দুৰ্নীতিৰ সংগ দিয়া সকলৰ সময় চমু চাপি আহিছে।। এইয়া আমাৰ #ভৱিষ্যত_বাণী
3
3
84
@FightApsc
Fight Against Injustice of APSC
2 years
ভিক্টৰ দাসৰ অভিযোগ সন্দৰ্ভত আৰম্ভণিৰ পৰাই বহু অভিযোগ মানি লবলৈ টান আছিল।কিছু অভিযোগ প্ৰমাণিত হলে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হলহেঁতেন। 🟥কিন্ত্ত ভিক্টৰ দাসৰ গ্ৰেপ্তাৰে এটা কথা বুজাই দিলে যে2013 আৰু 2014বৰ্ষৰ পৰীক্ষাৰ কেলেংকাৰীৰ অভিযোগসমূহ আজিৰ দিনত অনাজন হয়তো গ্ৰেপ্তাৰ হলহেঁতেন
5
2
85
@FightApsc
Fight Against Injustice of APSC
9 months
প্ৰসংগ:চৰকাৰী চাকৰিয়াল নথকা ঘৰৰ প্ৰাৰ্থীক অতিৰিক্ত 5% নম্বৰ 😎 No Comment...
Tweet media one
Tweet media two
9
8
85