Bijuli Kalita Medhi Profile Banner
Bijuli Kalita Medhi Profile
Bijuli Kalita Medhi

@Bijuli_KMedhi

Followers
441
Following
76
Media
514
Statuses
1,326

MP GUWAHATI LOK SABHA V.P. BJP ASSAM PRADESH EX DEPUTY MAYOR, GMC EX PRESIDENT, BJP MOHILA MORCHA ASSAM

Assam, India
Joined June 2020
Don't wanna be here? Send us removal request.
Explore trending content on Musk Viewer
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ @himantabiswa ডাঙৰীয়াৰ বাসগৃহলৈ গৈ তেখেতৰ আশীৰ্বাদ গ্ৰহণ কৰোঁ। গুৱাহাটী লোকসভা সমষ্টিত মোক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতৰ অগ্ৰণী ভূমিকাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। #OurCMourPride #HumHaiModiKaParivar
Tweet media one
Tweet media two
3
16
37
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
গুৱাহাটী মহানগৰৰ নুনমাটিস্থিত মঠঠঘৰীয়া দুৰ্গামন্দিৰ প্ৰাংগণত দিছপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰা ডাঙৰীয়া উপস্থিতিত সমূহ ৰাইজৰ সৈতে মতবিনিময় কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
9
32
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
Congratulations to Hon’ble PM Shri @narendramodi ji on achieving the milestone of 100 million followers on X.
Tweet media one
7
4
31
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ পিয়লি ফুকন নগৰত অৱস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ আৰু মা দূৰ্গা মন্দিৰৰ সভাগৃহৰ ভূমি পূজন কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই ধন্য মানিছোঁ। #GuwahatiLokSabha
Tweet media one
Tweet media two
Tweet media three
2
11
31
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#GuwahatiLokSabha ৰ অন্তৰ্গত বিষ্ণুপুৰ মণ্ডল বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত আজি উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনা কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
5
17
32
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
বিশ্ব হিন্দু পৰিষদ,গুৱাহাটী মহানগৰ শাখাৰ উদ্যোগত আয়োজিত "বিনামূলীয়া চকু পৰীক্ষা" সেৱা অনুষ্ঠানত উপস্থিত থাকোঁ। #GuwahatiLokSabha
Tweet media one
Tweet media two
Tweet media three
Tweet media four
4
15
30
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি কলিতাকুচি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা ৰাজহুৱা সভাত সমূহ ৰাইজৰ সৈতে উপস্থিত থাকোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
7
26
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#GuwahatiLokSabha #HumhaiModiParivar #AbkiBaar400Paar Discussed the organizational aspects with the Party Workers of the BJP Bharlumukh Mandal of Guwahati Metropolitan District at Fatasil Gujarati Bhawan.
Tweet media one
Tweet media two
1
15
26
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি পলাশবাৰী বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
5
26
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
Congratulations to Shri Rakesh Das on being appointed as the new President of BJYM Assam. BJP Assam Pradesh
Tweet media one
3
3
27
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
আপুনি সন্মুখীন হোৱা প্ৰতিটো শিশুৱেই এক ঐশ্বৰিক নিযুক্তি ব্যস্ততাৰ মাজতো যেতিয়া এই কণ কণ শিশু কেইটিক মই এখন্তেকৰ কাৰণে কোলাত ল'বলৈ পাওঁ তেতিয়া মোৰ সকলো ভাগৰ আঁতৰি যায় আৰু এক নতুন উৎসাহ পাওঁ। শিশুবোৰ সঁচাকৈয়ে দেৱসদৃশ।
Tweet media one
Tweet media two
0
6
23
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি বৰবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধনী অনুষ্ঠানত সমূ�� কাৰ্যকৰ্তা আৰু বিষয়ববীয়াৰ সৈতে উপস্থিত থাকোঁ।
Tweet media one
Tweet media two
Tweet media three
0
6
24
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#GuwahatiLokSabha ৰ অন্তৰ্গত নগৰবেৰা মণ্ডল আৰু ছমৰীয়া সোণতলী মণ্ডলৰ 'কাৰ্যকৰ্তা সন্মিলন' শীৰ্ষক দুখন পৃথক সভাত আজি অংশগ্ৰহণ কৰোঁ। সকলোৰে উষ্ম আদৰণি, উৎসাহ, মৰম দেখি সঁচাকৈয়ে আপ্লুত হৈছোঁ। #HumHaiModiKaParivar #AbkiBaar400Paar
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
7
25
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
আজি মেধিপাৰা কালি মন্দিৰত মা কালিৰ শ্ৰীচৰণত সেৱা আগবঢ়াও আৰু ভাগৱতপাঠ অনুষ্ঠানত ৰাইজৰ লগত উপস্থিত থাকো।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
6
25
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি গুৱাহাটী মহানগৰৰ মাজমজিয়া পানবজাৰ কমাৰপত্তিত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ উপস্থিত এক বিশাল পদযাত্ৰা কৰা হয় ।
Tweet media one
Tweet media two
Tweet media three
1
6
23
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
গোৱালপাৰা পশ্চিম বিধানসভা (ST) সমষ্টিৰ দ্বাৰকা গাওঁ পঞ্চায়তৰ বামুনডাংগা গাঁৱৰ এই লোকসকল মোদী জীৰ প্ৰকৃত পৰিয়াল! The Real #ModiParivarAssam #HumHaiModiKaParivar #GuwahatiLokSabha
2
13
23
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
Today Review meeting with District Administration in present of Hon'ble Minister Sri Ashok Singhal.
Tweet media one
Tweet media two
0
2
24
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#GuwahatiLokSabha ৰ অন্তৰ্গত বকো মণ্ডল বিজেপিয়ে আয়োজন কৰা 'আদৰণি সভা'ত উপস্থিত থাকোঁ। #ModiHaiToMumkinHai #HumHaiModiParivar #AbkiBar400Par
Tweet media one
Tweet media two
Tweet media three
Tweet media four
6
8
23
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
আজি গোৱালপাৰা জিলাত আগন্তুক দেশৰ লোক সভা নিৰ্বাচন উপলক্ষে এটা নিৰ্বাচনী কাৰ্যালয়ৰ শুভাৰম্ভণি কৰিলোঁ লগতে গোৱালপাৰা জিলাৰ জাতীয় দ'ল সংগঠনৰ নেতা কৰ্মীৰ সৈতে মতবিনিময় কৰোঁ। আজি মোৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰৰ লগতে দলীয় নেতৃবৃন্দ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
7
21
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
আজি ২৩/০৩/২৪ তাৰিখে ৱাৰ্ড নং ৪৪ ৰ গণেশ নগৰৰ বৰ নামঘৰত ৰাইজৰ লগত বাৰ্তা - লাপ কৰাৰ কিছু মূহুৰ্তত, লগত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় সন্মানীয় জিলা সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়া আৰু স্থানীয় পৰিষদ সকল । #AbkiBaar400Paar
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
2
20
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Public meeting at Fatasil Ambari Tiniali..
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
8
22
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
📌নিৰ্বাচনী প্ৰচাৰ সভা ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দুধনৈ বিধানসভা সমষ্টি দৰংগিৰি উন্নয়ন সমিতিৰ কাৰ্য্যালয়ত সকলোৰে আন্তৰিকতাক শলাগ লৈছোঁ।
Tweet media one
Tweet media two
Tweet media three
1
5
21
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Addressed the public of Dhakin Bholagaon under Palashbari LAC .
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
6
22
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
বৰেণ্য কথাশিল্পী, কবি,উপন্যাসবিদ,শিশু সাহিত্যিক,গীতিকাৰ অসমীয়া সাহিত্যৰ অন্যতম নক্ষত্ৰ,সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মভূষণ নৱকান্ত বৰুৱা দেৱৰ পুন্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিলোঁ ।
Tweet media one
2
1
21
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
গুৱাহাটী লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মই আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ উৎসাহপূৰ্ণ উপস্থিতি তথা কাৰ্য্যকৰ্তা আৰু ৰাইজৰ আশীষ শিৰত লৈ মনোনয়ন পত্ৰ দাখিল কৰোঁ। সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
5
21
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
আজি দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত খেলাৰাম ঠাকুৰ মন্দিৰত মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা লৈ বিজেপি,দুধনৈ মণ্ডলৰ সমূহ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাৰ সৈতে এক আলোচনা সভাত অংশ গ্ৰহণ কৰোঁ। #GuwahatiLokSabha
Tweet media one
Tweet media two
Tweet media three
1
8
20
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
"Today, once again, Pokhran is witnessing the triveni of India's Aatmnirbharta, self-confidence and its glory": HMP Shri @narendramodi Ji
Tweet media one
1
8
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
আজি মহা শিৱৰাত্ৰি উপলক্ষে সকলোৰে মংগল কামনা কৰি প্ৰভু মহাদেৱৰ চৰণত সেৱা জনালোঁ। হৰ হৰ মহাদেৱ! #GuwahatiLokSabha
Tweet media one
0
7
20
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
পাঞ্জাবাৰী জুৰিপাৰৰ বিপণন ক্ষেত্ৰত দক্ষিণ- পূব গুৱাহাটী সন্মিলিত নাৰী মঞ্চৰ দ্বাৰা আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটিৰ কিছু মুহূৰ্তত । অতি সুন্দৰকৈ কাৰ্যসূচী আয়োজন কৰা তথা অনুষ্ঠানটিত নিমন্ত্ৰণ জনোৱা সমূহ কৰ্মকৰ্তা আৰু উদ্যোগতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Tweet media one
Tweet media two
0
6
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Tomorrow’s Schedule- 22/04/2024
Tweet media one
0
5
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
গুৱাহাটী আমবাৰী ফটাশিলত গুৰুদুৱাৰাত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ সৈতে মতবিনিময় কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
19
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
আশিস আৰু দিহা-পৰামৰ্শ বিচাৰি আমাৰ দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত হৰেকৃষ্ণ ভৰালীদেৱৰ বাসগৃহত আজি উপস্থিত হওঁ। বহু পুৰণি স্মৃতি ৰোমন্থন কৰাৰ লগতে তেখেতৰ সৈতে বিভিন্ন ৰাজনৈতিক বিষয়ত আলোচনা কৰোঁ।
Tweet media one
2
7
20
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৩৬ নং গুৱাহাটী মধ্য বিধানসভা ৰ শান্তিপুৰ স্থিত গোপালনন্দ আশ্ৰমৰ প্ৰাংগনত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত উপস্থিত থাকোঁ ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
5
19
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বিজেপি,গুৱাহাটী মহানগৰ জিলা, বাণিজ্যিক কোষৰ উদ্যোগত অনুষ্ঠিত "ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় আৰু যোগদান কার্যসূচী"ত অংশগ্ৰহণ কৰোঁ। #AbkiBaar400Paar #AbkiBaarPhirModiSarkar
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
20
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণপুৰ বিমলানগৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত উপস্থিত থাকোঁ ।
Tweet media one
Tweet media two
Tweet media three
1
4
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#GuwahatiLokSabha ৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী মণ্ডলৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে আজি মত বিনিময় কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
7
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি গুৱাহাটী মহানগৰৰ চূণচালি নামঘৰত প্ৰভূ ভগৱন্তৰ শ্ৰীচৰণত সেৱা আগবঢ়ায় কাঞ্চন নগৰত অনুস্থিত কৰা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
0
3
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
আজি ২২/০৩/২৪ তাৰিখে ২৮ নং ৱাৰ্ড ৰ শ্ৰীমন্তপুৰ এল. পি স্কুলত পূৱ গুৱাহাটীৰ স্থানীয় বিধায়ক মাননীয় শ্ৰী যুত সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱ ৰ সৈতে উপস্থিত থাকি ৰাইজৰ লগত মত - বিনিময় কৰোঁ। তেওঁলোকৰ মৰম - আন্তৰিকতাই মোক খুবেই উৎসাহিত কৰিছে।। @SBhttachrya
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
4
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
দিশপুৰ মণ্ডলৰ কাৰ্য্যকৰ্তা সন্মিলনত সমূহ সদস্য বৃন্দৰ লগত বাৰ্তালাপ কৰাৰ কিছু মূহুৰ্তত #Abki_baar_400_paar
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
5
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#GuwahatiLokSabha ৰ অন্তৰ্গত দক্ষিণ কামৰূপ জিলাৰ বনগাঁও-ছয়গাঁও মণ্ডল বিজেপিৰ কাৰ্যালয়ত কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্য উপস্থিত হওঁ। #AbkiBaar400Paar #HumHaiModiKaParivar #GuwahatiLokSabha
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
6
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত হাজোংবড়ী গাঁওৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা ৰাজহুৱা সভাত উপস্থিত থাকোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
দক্ষিণ কুলীয়া শ্ৰীশ্ৰী বৰবিষ্ণু আতাদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ছমৰীয়া সত্ৰত উপস্থিত হৈ সেৱা আগবঢ়ালোঁ।তাৰ পাছতেই বিজেপি,ছমৰীয়া সত্ৰ মণ্ডলৰ সভাপতি শ্ৰীযুত পাৰ্থ কৃষ্ণ‌ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্যকৰ্তাসকলৰ সৈতে আগন্তুক #GuwahatiLokSabha নিৰ্বাচন সম্পৰ্কে আলোচনা কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
6
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
জালুকবাৰী সমষ্টিৰ গুৱাহাটী বিশ্ববিদ্যালয় মণ্ডলৰ অন্তৰ্গত ৯নং ৱাৰ্ডৰ গোশালা নামঘৰত অনুষ্ঠিত কৰা শুভেচ্ছামূলক অনুষ্ঠানত উপস্থিত থাকোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
6
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
মা মনসা দেৱীৰ মন্দিৰত মোৰ স্বামী টিকেন্দ্ৰজিত মেধিৰ সৈতে আগন্তুক দিনত সকলোৰে মংগলৰ কাৰণে মা দেৱী ৰ চৰণত আশীষ লওঁ।
Tweet media one
0
3
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
গুৱাহাটী ৰ টোকোবাৰিৰ শিৱ মন্দিৰ সংস্থা ৰ দ্বাৰা আয়োজিত অষ্টয়াম যজ্ঞ ত উপস্থিত থাকি ৰাইজৰ লগত মত - বিনিময় কৰি অতিকৈ আনন্দিত হওঁ।
Tweet media one
Tweet media two
Tweet media three
0
4
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত প্ৰণৱ কলিতা ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ আশিস আৰু সু-পৰামৰ্শ গ্ৰহণ কৰোঁ। #GuwahatiLokSabha
Tweet media one
Tweet media two
1
6
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
আজি উজান বজাৰস্থিত পদ্ম ভৱনত বিজেপি, গুৱাহাটী মহানগৰ জিলাৰ আইন কোষৰ উদ্যোগত অনুষ্ঠিত অধিবক্তা সমাৰোহ আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
7
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
2 months
Visited Guwahati Refinery, the oldest refinery in India. Gained an insight into the workings of the refinery during the tour of premises and interaction with officials. Enlightening experience. Thanks to CGM P K Basumatary for the invitation. @narendramodi @himantabiswa
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
8
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
Congratulations Riyan Parag on your ODI Debut against Sri Lanka today. This signifies your constant hardwork and self-belief. Best wishes for your future!
2
2
18
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#GuwahatiLokSabha ৰ অন্তৰ্গত ৰংজুলি মণ্ডল বিজেপিৰ 'বিশেষ সাংগঠনিক সভা'ত উপস্থিত থাকি আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বাৰ্তালাপ কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
6
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
জ্যেষ্ঠ নেতা মাননীয় শ্ৰী যুত অজিত কুমাৰ ভট্টাচাৰ্য্য দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।তেখেতৰ মৃত্যু আমাৰ বাবে এক‌ অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।
Tweet media one
Tweet media two
0
4
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত নুনমাটিত অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকোঁ।
Tweet media one
Tweet media two
Tweet media three
1
4
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
আজি আমাৰ দলীয় জ্যেষ্ঠ নেতা শ্ৰদ্ধাৰ শ্ৰীযুত মনোজ ৰাম ফুকন ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ আশীৰ্বাদ আৰু দিহা-পৰামৰ্শ গ্ৰহণ কৰোঁ। আমাৰ সৈতে উপস্থিত থাকে গুৱাহাটী মহানগৰ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত তপন চন্দ্ৰ দাস ডাঙৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও দলীয় সতীৰ্থ।
Tweet media one
Tweet media two
1
7
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
ব্ৰহ্ম কুমাৰী সমাজৰ দ্বাৰা আয়োজন কৰা ৰাজযোগিনী ব্ৰহ্ম কুমাৰী শীলা দিদি জীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। এই অনুষ্ঠানত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
2
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Tomorrow’s Schedule- 25/03/2024
Tweet media one
0
1
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
ওঁ নমো ভগৱতে বাসুদেৱায় বামুণীমৈদামৰ অসম চৰকাৰী ছপাশাল পথৰ দাঁতিত থকা গোপাল গোসাঁই নামঘৰত গোসাঁইৰ চৰণত সকলোৰে মঙ্গলাৰ্থে আশীষ লওঁ।।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
আজিৰ দিনটোৰ বিশেষ- ২১/০৩/২০২৪ #NaMoAgain2024 #Abki_baar_400_paar
2
3
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
ফাকুৱা ৰ ৰঙৰ দৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক, সকলোৰে মাজত আনন্দ বিয়পি পৰক তাৰে কামনাৰে টঙৰা সত্ৰত আজি ৰাতিপুৱাই গোসাঁইৰ চৰণত আশীষ লোৱাৰ লগতে ৰাইজৰ লগত আনন্দ-উল্লাহ কৰো,লগত উপস্হিত থাকি সহায় সহযোগিতা আগবঢ়াই স্হানীয় পৰিষদ।।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
3
17
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Attend the Pre Bohagi Utsav organised by ABVP B. Borooah college .
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
যজ্ঞৰ জুয়ে সকলো অপশক্তি নাশ কৰক। অসমৰ চৌদিশে শান্তি বিৰাজমান হওঁক। 📌দুধনৈ বিধানসভা সমষ্টিৰ দৰংগিৰিৰ দিনান্দ শান্তি আশ্ৰমত ৰাইজৰ লগত মত বিনিময় কৰাৰ কিছু মুহূৰ্ত,সভাত উপস্থিত থকা প্ৰতিগৰাকী শুভাকাংক্ষীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
খানাপাৰা ৱাৰ্ড নং ৪৬ , জয়ানগৰ চাৰিআলিৰ গণেশ মন্দিৰত ভগৱান ৰ পৰা আশীষ লোৱাৰ লগতে ৰাইজৰ লগত বাৰ্তা- লাপ কৰাৰ কিছু মুহূৰ্তত
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
2
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
বিজেপি দলৰ সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰীযুত নাৰায়ণ গোস্বামীদেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ আশিস গ্ৰহণ কৰোঁ। অশেষ কষ্ট স্বীকাৰ কৰি পূৰ্বৰ বিজেপি দলৰ কণ্টকময় পথ এওঁলোকে মসৃণ কৰি থোৱা বাবেই আমি এতিয়া বিজেপি দলৰ কাৰ্যকর্তাই অনায়াসে কাম কৰি যাব পাৰিছোঁ।
Tweet media one
Tweet media two
0
5
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত লক্ষীপুৰ খেলপথাৰৰ পৰা সকলো ৰাইজৰ সৈতে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰোঁ। ৰাইজৰ এই অভূতপূৰ্ব সহযোগীতাৰ বাবে অশেষ ধন্যবাদ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
13
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
Greetings to all brothers and sisters of Tripura on the auspicious occasion of Kharchi Puja. May this festival bring good fortune, happiness, and prosperity into everyone's lives. Wishing you all a joyful and blessed Kharchi Puja! #KharchiPuja2024
Tweet media one
2
2
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
Important decisions by the Assam Cabinet-
Tweet media one
0
7
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আজি পশ্চিম গোৱালপাৰা গেন্দাবাৰী জ্ঞান বিকাশ ক্লাৱৰ প্ৰাংগণত একত্ৰিত হোৱা সমূহ ৰাইজৰ লগত মতবিনিময় কৰোঁ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
3
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
বিজেপি, অসম প্ৰদেশৰ মাননীয় প্ৰাক্তন সভাপতি তথা মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ শ্ৰীযুত নাৰায়ণ বৰকটকী ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ আশীৰ্বাদ গ্ৰহণ কৰোঁ। আমাৰ মাগদৰ্শক, দলৰ জ্যেষ্ঠ নেতাগৰাকীৰ দিহা পৰামৰ্শ, আশিস আমাৰ বাবে সদায়েই কাম্য।
Tweet media one
Tweet media two
1
7
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Tomorrow’s schedule- 29/03/2024
Tweet media one
0
2
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Tomorrow’s schedule- 23/03/2024
Tweet media one
0
3
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
আধুনিক অসমৰ আৰ্হি নিৰ্মাতা,অসমৰ সংবাদ জগতৰ বাটকটীয়া,বিশিষ্ট ক্ৰীড়া তথা সাংস্কৃতিক সংগঠক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা দেৱৰ মৃত্যুবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো ।
Tweet media one
4
0
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय:।। देवाधिदेव महादेव की उपासना को समर्पित पवित्र श्रावण मास के प्रथम सोमवार पर सभी भक्तजनों को हार्दिक शुभकामनाएँ। हर हर महादेव!
Tweet media one
1
0
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
লাচিত নগৰৰ নামঘৰত গোসাঁইৰ আশীষ লোৱাৰ লগতে ৰাইজৰ লগত বাৰ্তা - লাপ কৰাৰ কিছু মুহূৰ্তত।।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
5
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
4 months
আজি দশম আন্তৰ্জাতিক যোগ দিৱসত গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্য্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰো। যোগ দিৱসৰ বিশেষ দিনটোতেই নহয়,দেহ - মন সুস্থ ৰাখিবলৈ আমি সকলোৱে দৈনিক যোগাভ্যাস কৰিব লাগে।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
1
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
বিজেপি,গুৱাহাটী মহানগৰ জিলাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অচ্যুত শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পত্নী তথা ৰাজ্যিক মহিলা মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা শ্ৰীযুতা লতিকা শৰ্মা বাইদেউৰ ঘৰলৈ গৈ আশীৰ্বাদ গ্ৰহণ কৰোঁ।
Tweet media one
0
6
16
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Addressed the public of Nagabera..
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
4
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
#SahityaAkademi announced Translation Prize 2023 in 24 Indian Languages. Congratulations to all.
Tweet media one
Tweet media two
0
4
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
BJP দলৰ এগৰাকী সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰীযুত ৰাজেন শইকীয়াদেৱৰ বাসগৃহলৈ গৈ তেখেতৰ আশীৰ্বাদ আৰু বহুমূলীয়া দিহা পৰামৰ্শ গ্ৰহণ কৰোঁ। আমাৰ দলৰ বাটকটীয়াসকলৰ ত্যাগ, আদৰ্শ আৰু ৰাজনৈতিক অভিজ্ঞতাই আমাৰ দৰে কাৰ্যকৰ্তাক সদায়েই অনুপ্ৰাণিত কৰি আহিছে।
Tweet media one
1
6
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
গুৱাহাটী ৰ ৱাৰ্ড নং ৪৮ ৰ জি. এম. চি ৰ ওচৰৰ মাধৱদেৱ নামঘৰ ত গোসাঁইৰ ৰ পৰা আশীষ লোৱাৰ লগতে ৰাইজৰ লগত লগত মত - বিনিময় কৰাৰ কিছু মূহুৰ্ত ত, লগত উপস্থিত থাকি সহায় - সহযোগিতা আগবঢ়াই ভা.জ.পা ৰ স্থানীয় পৰিষদ
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
3
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
আকৌ এবাৰ মোদী চৰকাৰ আজি তপাতুলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বামখৰ খেলপথাৰত আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ। আগন্তুক তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৰাইজে বিজেপি মিত্ৰজোটৰ পক্ষত ভোট দিব বুলি আমি দৃঢ়বিশ্বাসী।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
1
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
2 months
महान राजनेता, युगपुरुष, भारत रत्न व पूर्व प्रधानमंत्री श्रद्धेय अटल बिहारी वाजपेयी जी की पुण्यतिथि पर कोटि-कोटि नमन।
Tweet media one
1
1
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
শ্ৰী ৰামকৃষ্ণ পৰমহংস দেৱৰ আধ্যাত্মিক সাধনাই সনাতন ধৰ্মক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। 🙏 মহান আত্মাগৰাকীৰ আজি পূণ্য তিথিত শ্ৰদ্ধা যাছিলোঁ।
Tweet media one
2
4
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
পাঞ্জাবাৰী জুৰিপাৰৰ বিপণন ক্ষেত্ৰত দক্ষিণ- পূব গুৱাহাটী সন্মিলিত নাৰী মঞ্চৰ দ্বাৰা আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটিৰ কিছু মুহূৰ্তত । অতি সুন্দৰকৈ কাৰ্যসূচী আয়োজন কৰা তথা অনুষ্ঠানটিত নিমন্ত্ৰণ জনোৱা সমূহ কৰ্মকৰ্তা আৰু উদ্যোগতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Tweet media one
Tweet media two
0
3
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
Check my latest interview
@NirajBora3
Niraj Bora
6 months
Step into the dynamic world of @Bijuli_KMedhi , the BJP candidate for Guwahati Lok Sabha constituency. Join us for an exclusive day in her life, where we delve deep into her remarkable journey from grassroots activism to the forefront of Assam politics.
0
0
4
0
3
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
গুৱাহাটীৰ এগৰাকী স্বনামধন্য শিল্পী ৰবীন বৰ ডাঙৰীয়াই জনপ্ৰিয় নেতা, আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ড° @himantabiswa ডাঙৰীয়াৰ 'যোদ্ধা' শীৰ্ষক এখনি অতি জটিল চিত্ৰ অংকণ কৰি উলিয়াইছে। উল্লেখযোগ্য যে এই ছবিখনে 'অসম বুক অৱ ৰেকৰ্ডছ' ত স্থান পাইছে। #OurCMourPride @CMOfficeAssam
Tweet media one
0
6
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
4 months
ৰক্তদান মহান দান,ৰক্তদান জীৱন দান। আজি "বিশ্ব ৰক্তদাতা দিৱস" উপলক্ষে মাৰৱাড়ী যুৱ মঞ্চ গুৱাহাটী গ্ৰেটাৰ শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা "Pink Donation: A Mega Blood Donation Camp exclusively for Women Donors" নামৰ অনুষ্ঠানটিত উপস্থিত থাকোঁ।
Tweet media one
2
2
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
8 months
দুধনৈত অনুষ্ঠিত অসম চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচীত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুতা নন্দিতা গাৰ্লোছা,ৰাভা হাছাং স্বায়ত্ব পৰিষদৰ CEM শ্ৰীযুত টংকেশ্বৰ ৰাভা ডাঙৰীয়া, জিলা উপায়ুক্ত মহোদয় প্ৰমুখ্যে চৰকাৰী বিষয়াসকলৰ সৈতে উপস্থিত থাকোঁ। #GuwahatiLokSabha #VikasYatra
Tweet media one
Tweet media two
Tweet media three
0
8
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
সদিলাপুৰ স্থিত নদীপাৰ নামঘৰত গোসাঁইৰ পৰা আশীষ লোৱাৰ লগতে ৰাইজৰ লগত মত - বিনিময় কৰোঁ। তেওঁলোকৰ মৰম আৰু সহাঁৰি য়ে মোক খুবেই উৎসাহিত কৰি তুলিছে। সকলোলৈ ধন্যবাদ থাকিল।।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
5
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
আজি ভাজপা অসম প্ৰদেশ ৰ সন্মানীয় সভাপতি মাননীয় শ্ৰী যুত ভৱেশ কলিতা ডাঙৰীয়া ৰ পৰা আগন্তুক লোক- সভা নিৰ্বাচন ৰ গুৱাহাটী সমষ্টিৰ টিকট লাভ কৰাৰ শুভ মূহুৰ্তত। আপোনালোক সকলোৰে পৰা আশীৰ্বাদ কামনা কৰিলোঁ। @Bhabesh_KalitaR
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
1
13
@Bijuli_KMedhi
Bijuli Kalita Medhi
2 months
অসমৰ নৱনিযুক্ত ৰাজ্যপাল মাননীয় শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ সৈতে সাক্ষাৎ কৰা শুভ মুহূৰ্তত ।
Tweet media one
Tweet media two
1
1
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
"জয় মা মনসা " আজি ৰাতিপুৱাই গঢ়ল - ভট্টাপাৰা স্থিত মা মনসা দেৱীৰ মন্দিৰত দেৱীৰ আশীষ লৈ দিনটোৰ আৰম্ভণি কৰিবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ ,লগত উপস্থিত থাকি সহায় - সহযোগিতা আগবঢ়াই ভা.জ.পা অসম প্ৰদেশ ৰ গুৱাহাটী ৰ জিলা সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়া আৰু স্থানীয় পৰিষদ।।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
5
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
Appreciating the Union Budget 2024-25 for generating job opportunities and infrastructure development in the Department of Fisheries and Animal Husbandry, Assam. #UnionBudget #LokSabha
11
3
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
6 months
সোনাপুৰবাসীৰ উপস্থিতিত সোনাপুৰ খেলপথাৰ পৰা এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰোঁ।সমূহ সোনাপুৰবাসী ৰাইজৰ এই অভূতপূৰ্ব মৰম আৰু সহযোগিতাৰ আগত মই চিৰকৃতজ্ঞ।
Tweet media one
Tweet media two
Tweet media three
Tweet media four
1
1
13
@Bijuli_KMedhi
Bijuli Kalita Medhi
7 months
Meeting with allies Party AGP leaders and Karyakarta of Boko chaygaon LAC at Boko AGP office...
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
4
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
Met Hon'ble Prime Minister Shri Narendra Modi ji and Hon'ble Union Minister of Road Transport and Highways Shri Nitin Gadkari to discuss Assam floods and artificial floods in Guwahati.
Tweet media one
Tweet media two
Tweet media three
5
3
15
@Bijuli_KMedhi
Bijuli Kalita Medhi
3 months
The Railway Ministry has allocated Rs 10,376 crore for the overall development of the North Eastern Railway Sector. For that I would like to express my sincere thanks and gratitude to Prime Minister Shri Narendra Modi ji and Union Railway Minister Shri Ashwini Vaishnav ji.
Tweet media one
0
2
14
@Bijuli_KMedhi
Bijuli Kalita Medhi
2 months
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত অসমৰ নগৰ আৰু চহৰ অঞ্চলৰ জলাশয়সমূৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগতে পেন্সন প্ৰক্ৰিয়া সুশৃংখলিতকৰণৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। #AssamCabinet
Tweet media one
Tweet media two
1
1
14